নীলোৎপল বৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
3 নং শাৰী:
'''নীলোৎপল বৰা''' এজন ভাৰতীয় কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ,সংগীত ব্যৱস্থাপক আৰু সংগীত পৰিচালক। ২০১৭ চনত মুক্তিপ্ৰাপ্ত ''মাজুলী'' শীৰ্ষক গীতটোৰ জৰিয়তে তেওঁ শ্ৰোতা-দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
==জন্ম আৰু শিক্ষা==
[[যোৰহাট]]ৰ এক সাংগীতিক পৰিয়ালত বৰাৰ জন্ম হয়। বৰাই যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰপাছতইয়াৰ পাছত [[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা আৰু গুৱাহাটীৰ [[অসম অভিযান্ত্ৰিক মহাবিদ্যালয়প্ৰতিষ্ঠান]]ৰ পৰা স্নাতক ডিগ্ৰীডিপ্লমা গ্ৰহণ কৰে।
 
==সাংগীতিক জীৱন==