দিনলিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎দিনলিপি: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
দিনলিপি ({{lang-en|Diary}}) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওৰতেওঁৰ দৈনিক কাৰ্যাৱলীকাৰ্যাৱলীৰ বিৱৰণ, স্থান কালআৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়,লিখোতাৰ লিখোঁতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷
 
==অৰ্থ==
"https://as.wikipedia.org/wiki/দিনলিপি"ৰ পৰা অনা হৈছে