দিনলিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎দিনলিপি: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
দিনলিপি ({{lang-en|Diary}}) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওঁৰ দৈনিক কাৰ্যাৱলীৰ বিৱৰণ, স্থান আৰু কালৰ সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা, অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়, লিখোঁতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷
 
==নামৰ উৎপত্তি==
==অৰ্থ==
দিনলিপিৰ ইংৰাজী শব্দ {{lang|en|Diary}} শব্দটো লেটিন ভাষাৰ '''{{lang|la|diarium}}''' শব্দটোৰ পৰা আহিছে, যাৰ অৰ্থ ''{{lang|en|daily allowance}}'' <ref>{{cite web| url= http://www.merriam-webster.com/dictionary/diary|title= Diary|publisher= Merriam-Webster |accessdate=7 June 2012}}</ref>৷ অসমীয়াত ''দিনলিপি'' শব্দটোৱে দৈনিক ঘটনা লিপিবদ্ধ কৰা বুজাই৷
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/দিনলিপি"ৰ পৰা অনা হৈছে