সম্পত্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
15 নং শাৰী:
| isbn = 0-13-063085-3}}</ref>
 
এটা প্ৰতিষ্ঠানৰ উদৃত্তউদ্বৃত্ত মিলন পত্ৰ অৰ্থাৎ বেলেঞ্চ শ্বিটখনে প্ৰতিষ্ঠানটোৱে অধিকাৰ কৰি থকা সম্পত্তিসমূহৰ মুদ্ৰা মূল্যসমূহ<Ref Name="CPA">J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005</ref> লিপিৱদ্ধ কৰে। এইসমূহ হৈছে এজন ব্যক্তি অথবা ব্যৱসায়ৰ টকা বা আন মূল্যৱান সামগ্ৰীসমূহ।<ref name="Sullivan 2003 272"/> সম্পত্তিৰ দুটা মুখ্য শ্ৰেণী হৈছে স্পৰ্শণীয় আৰু অস্পৰ্শণীয় সম্পত্তি। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি স্পৰ্শণীয় সম্পত্তিৰ কেইবাটাও বিভাগ আছে।<ref name="FinanceDict">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003</ref> মজুত সম্ভাৰ (inventory) অস্থাৱৰ সম্পত্তিত অন্তৰ্ভুক্ত, আনহাতে গৃহ-ভৱন, আচবাব পত্ৰ আদি স্থাৱৰ সম্পত্তি। <Ref Name="CPA_Finance">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003; and J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005.</ref>
 
অস্পৰ্শণীয় সম্পত্তিসমূহ হৈছে বাহ্যিক অস্তিত্ববিহীন বিভৱ তথা স্বত্বসমূহ যাৰ প্ৰতিষ্ঠানটোত এক মূল্য আছে আৰু ই ব্যৱসায়িক স্থানত প্ৰতিষ্ঠানটোক কিছু সুবিধা প্ৰদান কৰে। সুনাম, কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেণ্ট আৰু কম্পিউটাৰ প্ৰগ্ৰেমসমূহ এনে সম্পত্তিৰ উদাহৰণ। <Ref Name="CPA_Finance"/>
এটা প্ৰতিষ্ঠানৰ উদৃত্ত মিলন পত্ৰ অৰ্থাৎ বেলেঞ্চ শ্বিটখনে প্ৰতিষ্ঠানটোৱে অধিকাৰ কৰি থকা সম্পত্তিসমূহৰ মুদ্ৰা মূল্যসমূহ<Ref Name="CPA">J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005</ref> লিপিৱদ্ধ কৰে। এইসমূহ হৈছে এজন ব্যক্তি অথবা ব্যৱসায়ৰ টকা বা আন মূল্যৱান সামগ্ৰীসমূহ।<ref name="Sullivan 2003 272"/> সম্পত্তিৰ দুটা মুখ্য শ্ৰেণী হৈছে স্পৰ্শণীয় আৰু অস্পৰ্শণীয় সম্পত্তি। স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিকে ধৰি স্পৰ্শণীয় সম্পত্তিৰ কেইবাটাও বিভাগ আছে।<ref name="FinanceDict">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003</ref> মজুত সম্ভাৰ (inventory) অস্থাৱৰ সম্পত্তিত অন্তৰ্ভুক্ত, আনহাতে গৃহ-ভৱন, আচবাব পত্ৰ আদি স্থাৱৰ সম্পত্তি। <Ref Name="CPA_Finance">J. Downes, J.E. Goodman, "Dictionary of Finance & Investment Terms", Baron's Financial Guides, 2003; and J. G. Siegel, N. Dauber & J. K. Shim, "The Vest Pocket CPA", Wiley, 2005.</ref>
 
 
 
 
অস্পৰ্শণীয় সম্পত্তিসমূহ হৈছে বাহ্যিক অস্তিত্ববিহীন বিভৱ তথা স্বত্বসমূহ যাৰ প্ৰতিষ্ঠানটোত এক মূল্য আছে আৰু ই ব্যৱসায়িক স্থানত প্ৰতিষ্ঠানটোক কিছু সুবিধা প্ৰদান কৰে। সুনাম, কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেণ্ট আৰু কম্পিউটাৰ প্ৰগ্ৰেমসমূহ এনে সম্পত্তিৰ উদাহৰণ। <Ref Name="CPA_Finance"/>
 
==সংজ্ঞা==
"https://as.wikipedia.org/wiki/সম্পত্তি"ৰ পৰা অনা হৈছে