আমগুৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 langlinks, now provided by Wikidata on d:q585858
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
67 নং শাৰী:
আমগুৰি [[অসম]] আৰু [[নাগালেণ্ড]] সীমান্তত অৱস্থিত৷ এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৭৪ মিটাৰ ( ২৪২ ফুট)৷ এই টাউনখন জাঁজী নৈৰ পাৰত অৱস্থিত৷
 
==আন্ত:গাথঁনিগাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি,<ref>{{GR|India}}</ref> আমগুৰিৰ মুঠ জনসংখ্যা ৬৯৪৪ জন৷ ৬৯৪৪জন৷<ref>{{cite web|url=http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx |title=Population Finder |publisher=Censusindia.gov.in |date= |accessdate=2012-09-30}}</ref> ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ আমগুৰিৰ জনসংখ্যাৰ ১১% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷
 
আমগুৰিৰ গড় সাক্ষৰতাৰ হাৰ ৭৫% ৷ ইয়াৰে পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৫৫% আৰু ৪৫%
 
আমগুৰিৰ গড় সাক্ষৰতাৰ হাৰ ৭৫% ৷ ইয়াৰে পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৫৫% আৰু ৪৫%৷
==যাতায়ত ব্যৱস্থা==
আমগুৰি নগৰৰ মাজেৰে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি পাৰ হৈ গৈছে । স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰি থৈ যোৱা ধোদৰ আলি নগৰখনৰ অন্যতম প্ৰধান পথ । নগৰৰ মাজত থকা ৰেলষ্টেচনটোৱে যাতায়ত ব্যৱস্থাক ভালেমান উন্নত কৰি ৰাখিছে।
"https://as.wikipedia.org/wiki/আমগুৰি"ৰ পৰা অনা হৈছে