যোৰহাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
46 নং শাৰী:
}}
 
'''যোৰহাট''' [[ভাৰত]]ৰ উজনি [[অসম]]স্থিত এখন গুৰুত্বপূৰ্ণ নগৰ।চহৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া [[আহোম ৰাজবংশ]]ই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। [[ভোগদৈ নদী]]ৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই নগৰখনৰ নাম 'যোৰহাট' হয়৷<ref name=gov>{{cite web|title=About the Place | url=http://jorhat.nic.in/about-the-place.html | website=Jorhat.nic.in | accessdate=23 Nov 2011}}</ref> ''[[আহোম সাম্ৰাজ্য]]ৰ শেষ ৰাজধানী'' হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ 'ৰজা মৈদাম' আৰু 'ৰাজমাও পুখুৰী'কে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক ''অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ'' বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।{{cn}} অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট প্ৰাকৃতিক সৌন্দৰ্য্যতো চহকী। ৰৰৈয়া যোৰহাটৰ বিমান বন্দৰ আনহাতে ৰেলৱে জংচন যোৰহাট আৰু মৰিয়নি। [[লাচিত বৰফুকন]]ৰ মৈদাম, [[অসম কৃষি বিশ্ববিদ্যালয়]], [[টোকোলাই চাহ গৱেষণা কেন্দ্ৰ]], '[[যোৰহাট জিমখানা ক্লাব]]' আদি যোৰহাটৰ উল্লেখযোগ্য স্থান।
 
==ভৌগোলিক বিৱৰণ==
52 নং শাৰী:
 
==জনগাঁথনি==
২০০১ চনৰ লোকপিয়ল অনুসৰি যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চলৰ মুঠ জনসংখ্যা আছিল ৬৬,৪৫০ আৰু ঘনবসতি ২,৮৫১ [http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999]। পুৰুষ আৰু মহিলাৰ জনসংখ্যা ক্ৰমে ৩৬,৩৬৬ আৰু ৩০,০৮৪ জন। ১৯৯১ চনৰ লোকপিয়লতকৈ এই সংখ্যা ১৮.৬৯ শতাংশ বেছি। বৰ্তমান যোৰহাট নগৰৰচহৰৰ মুঠ জনসংখ্যা প্ৰায় ১.৪৫ লাখ।
 
==ইতিহাস==
{{Main|যোৰহাট জিলাৰ ইতিহাস}}
 
'যোৰহাট' শব্দটোৰ অৰ্থ হৈছে 'দুখন বজাৰ' (যোৰ-দুই, হাট-বজাৰ), ১৮শ শতিকাত ভোগদৈ নদীৰ দুয়োপাৰে থকা "চকীহাট" আৰু "মাছৰহাট"ৰ পৰাই এই নাম আহে। ই আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম ৰজা গৌৰীনাথ সিংহই ৰাজ্যৰ ৰাজধানী শিৱসাগৰ( পূৰ্বৰ ৰংপুৰ) ৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰে৷<ref name=gov></ref> আহোম ৰজাসকলে নগৰখনত ৰাজমাও পুখুৰী বা বৰপুখুৰী, বুঢ়াগোঁহাই পুখুৰী, বলিয়া গোঁহাই পুখুৰী, বঙাল পুখুৰী, কটকী পুখুৰী, মিঠাপুখুৰী আদি খন্দাইছিল। কিন্তু ১৮১৭ চনৰ পিছত হোৱা উপৰ্যুপৰি মানৰ অসম আক্ৰমণত যোৰহাট নগৰ প্ৰায় সম্পূৰ্ণ ৰূপে ধ্বংস হয়। তাৰ পৰবৰ্তীপৰৱৰ্তী কালত যোৰহাট ব্ৰিটিছৰ দখললৈ আহে আৰু ডেভিদ স্কট, কেপ্তেইন ৰিচাৰ্দ আদি চাহাবৰ নেতৃত্বত চহৰখনৰ পুনৰ নিৰ্মাণ আৰম্ভ হয়।
 
ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত [[গোমধৰ কোঁৱৰ]], [[পিয়লি ফুকন]], [[জীউৰাম দুলীয়া বৰুৱা]] আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত [[চিপাহী বিদ্ৰোহ]]ৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত [[মণিৰাম দেৱান]]কে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।<ref>{{cite web|title=History | url=http://jorhat.nic.in/history.html |website=Jorhat.nic.in | accessdate=23 Nov 2011}}</ref>
 
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়<ref name=gov></ref>। ১৮৮৫ চনত য়োৰহাটলৈযোৰহাটলৈ ৰেলসেৱা আৰম্ভ হয়। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।
 
==সংস্কৃতি আৰু গণ মাধ্যম==
71 নং শাৰী:
 
==ৰাজনীতি==
যোৰহাট নগৰচহৰ [[যোৰহাট (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত<ref>{{cite web| url =http://www.mpmla.in/mp.php?stcode=S03&pcno=12| title = M.P
Jorhat, Assam, India| accessdate = ২০১১-১১-২৬| work = Assam| publisher = Election Commission of India }}</ref>। বৰ্তমানৰ বিধায়ক হৈছে [[ভাৰতীয় জনতা পাৰ্টী]]ৰ [[হিতেন্দ্ৰ নাথ গোস্বামী]]।
 
78 নং শাৰী:
 
;বিমান
"যোৰহাট বিমান বন্দৰ"ক "[[ৰৰৈয়া বিমানবন্দৰ]]" বুলিও কোৱা হয়। নগৰৰচহৰৰ ৰৰৈয়া অঞ্চলত ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে [[কলকাতা]], [[গুৱাহাটী]] আৰু [[নতুন দিল্লী]] লৈ [[ইণ্ডিগ']] বিমান সেৱাৰ বিমান চলাচল কৰে। যাত্ৰীৰ সংখ্যাৰ ফালৰ পৰা ই অসমৰ ৪ৰ্থ ব্যস্ত বিমানবন্দৰ। ই পূব ভাৰতৰ প্ৰথমটো বায়ুসেনাৰ বিমানঘাটি।
 
;ৰেলসেৱা
[[File:Jan Shatabdi Express at Jorhat Town.jpg|thumb|যোৰহাট টাউন ৰেল ষ্টেচনত ৰৈ থকা অৱস্থাত [[জন শতাব্দী এক্সপ্ৰেছ]]]]
যোৰহাট [[ভাৰতীয় ৰেলসেৱা]]ৰ [[উত্তৰ-পূব সীমান্ত ৰেলসেৱা]]ৰ অন্তৰ্গত। নগৰৰচহৰৰ ভিতৰত যোৰহাট টাউন ৰেল ষ্টেচন আৰু কিছু আঁতৰতআঁতৰৰ মৰিয়নিত [[মৰিয়নি জংচন]] আছে। গুৱাহাটী-যোৰহাট [[জন শতাব্দী এক্সপ্ৰেছ]], গুৱাহাটী-যোৰহাট-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ।
 
;স্থলপথ
;পথ
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ পথেৰেস্থলপথেৰে সু-সংযোগ আছে। তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনাচৰআস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ চৰকাৰী আৰু বেচৰকাৰী বাছ চলাচল কৰে। [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)|ৰাষ্ট্ৰীয় ঘাইপথ ৩৭]]এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে।
 
==উল্লেখযোগ্য দৰ্শনীয় স্থান==
99 নং শাৰী:
;[[বঙাল পুখুৰী]]
[[File:Bongal Pukhuri.JPG|200px|thumb|বঙাল পুখুৰী]]
যোৰহাট নগৰৰচহৰৰ দক্ষিণফালে ন-আলিৰ কাষত অৱস্থিত। ১৭৩৯ চনত বদন বৰফুকনে গা ধুবলৈ যাওঁতে ৰূপসিং বঙালে তেওঁক হত্যা কৰিছিল। তাৰ বাবে তেওঁ লাভ কৰা পুৰস্কাৰ ধনেৰে এই পুখুৰী খন্দোৱায়। মানুহ মাৰি পোৱা ধনেৰে নিৰ্মাণ কৰোৱা বাবে স্থানীয় ৰাইজে ইয়াৰ পানী ব্যৱহাৰ নকৰে।
 
;[[বুঢ়ীগোসানী দেৱালয়]]
বুঢ়ীগোসানী দেৱালয় হৈছে [[যোৰহাট]] নগৰৰচহৰৰ মাজমজিয়াত [[গড় আলি]]ৰ পূবে অৱস্থিত এক [[শাক্তধৰ্ম|শাক্ত]] মন্দিৰ। ১৭০৮ চনত [[আহোম]] স্বৰ্গদেউ [[ৰুদ্ৰসিংহ]]ই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি [[গড়গাঁও|গড়গাঁৱত]] স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ [[আহোম ৰাজ্য]]ৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।<ref name="পবিত্ৰ">{{cite book | title=পৱিত্ৰ অসম | publisher=অসম সাহিত্য সভা | author=সম্পাদনা: ড॰ মহেশ্বৰ নেওগ | year=২০০৪ | location=গুৱাহাটী | pages=৬৮-৭০}}</ref> মন্দিৰত থকা মূৰ্তিজনা [[দুৰ্গা]] দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।
 
;[[ৰজা মৈদাম]]
[[File:Maidam (burial mound) of the last Ahom King Purandar Singha- Rajamaidam, Jorhat.JPG|200px|thumb|ৰজামৈদাম]]
১৮৯৪ চনৰ ১ অক্টোবৰত মৃত্যু হোৱা [[আহোম ৰাজবংশ|আহোম]] স্বৰ্গদেউ [[পুৰন্দৰ সিংহ]]ৰ সমাধিক্ষেত্ৰ। টোকোলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত।
 
;[[যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ]]
যোৰহাট নগৰৰচহৰৰ মাজমজিয়াতে ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ই অৱস্থিত। বিজ্ঞান কেন্দ্ৰৰ প্ৰথম মহলাত পেট্ৰ’লিয়াম (বিশেষকৈ তেল)ৰ উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালিত আঁকিব পৰা নানা ধৰণৰ আহিলা আছে। আনহাতে দ্বিতীয় মহলাত বিজ্ঞানৰ নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় এটা গেলেৰী পাঁচ বছৰৰ অনূৰ্ধ্ব শিশুৰ বাবে খেলিব পৰাকৈ সুবিধা আছে।
 
==শিক্ষা আৰু গৱেষণা ==
117 নং শাৰী:
[[image:JB_College_,_Jorhat.jpg|200px|thumb|জগন্নাথ বৰুৱা মহাবিদ্যালয়]]
{{Main|যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা}}
শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় ৰূপে জনাজাত “[[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]” ১৯৩০ চনত যোৰহাট নগৰতচহৰত প্ৰতিষ্ঠা কৰা হয়। পৰবৰ্তীপৰৱৰ্তী কালত নগৰৰচহৰৰ ভিতৰে-বাহিৰে আৰু বহুত উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠে।
 
===গৱেষণা প্ৰতিষ্ঠান===
"https://as.wikipedia.org/wiki/যোৰহাট"ৰ পৰা অনা হৈছে