যোৰহাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
61 নং শাৰী:
ব্ৰিটিছ শাসন যদিও নানা বিদ্ৰোহ, আন্দোলন আদিৰ পৰা মুক্ত নাছিল, তথাপিও, এই ঐতিহাসিক চহৰ খনৰ পুনৰ নিৰ্মাণত তেওঁলোকৰ অৱদান অনস্বীকাৰ্য্য। তেওঁলোকৰ শাসনৰ প্ৰথম দশকতে ১৮৩৯ চনত [[গোমধৰ কোঁৱৰ]], [[পিয়লি ফুকন]], [[জীউৰাম দুলীয়া বৰুৱা]] আদিৰ নেত্বত্বত ব্ৰিটিছৰ বিৰূদ্ধে বিদ্ৰোহে গা কৰি উঠে। বিখ্যাত [[চিপাহী বিদ্ৰোহ]]ৰ কেন্দ্ৰ স্বৰূপ এই নগৰতে বিদ্ৰোহ দমন কৰাৰ নামত [[মণিৰাম দেৱান]]কে ধৰি ১৮৫৮ চনত বিদ্ৰোহৰ নেতাসকলক ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।<ref>{{cite web|title=History | url=http://jorhat.nic.in/history.html |website=Jorhat.nic.in | accessdate=23 Nov 2011}}</ref>
 
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয় আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়<ref name=gov></ref>। ১৮৮৫ চনত ব্ৰিটিছে স্থাপন কৰা নেৰ' গজ ৰেল সেৱা [[যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে]]ৰ জৰিয়তে যোৰহাটলৈ ৰেলসেৱাৰ সূচনা হয়।হয়<ref name="NFR HISTORY">{{cite web | url=http://www.nfr.railnet.gov.in/engir/History1.htm | title=NFR History | publisher=NF Railway | accessdate=12 চেপ্তেম্বৰ 2020}}</ref>। ১৯০৯ চনত যোৰহাট পৌৰসভা গঠন কৰা হয়।
 
==সংস্কৃতি আৰু গণ মাধ্যম==
"https://as.wikipedia.org/wiki/যোৰহাট"ৰ পৰা অনা হৈছে