যোৰহাট জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
27 নং শাৰী:
| Website = http://www.jorhat.gov.in
}}
'''যোৰহাট জিলা''' ভাৰতৰ [[অসম]] ৰাজ্যৰ ৩৩খন [[অসমৰ জিলা|জিলাৰ]] ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰস্থান [[যোৰহাট|যোৰহাট নগৰচহৰ]]। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়।<ref name="aboutJorhat">{{cite web | url=http://jorhatmycity.com/jorhatMyCity/index.php/site/page/view/aboutJorhat | title=About Jorhat - jorhatmycity.com | publisher=jorhatmycity.com | accessdate=১৮ আগষ্ট ২০১৩}}</ref> পূৰ্বতে যোৰহাট [[শিৱসাগৰ জিলা]]ৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।<ref name="at_a_glance">{{cite web | url=http://jorhat.nic.in/at_a_glance.htm | title=JORHAT AT A GLANCE | publisher=District Administration, Jorhat. | work=National Informatics Centre | accessdate=18 আগষ্ট 2013}}</ref> জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: [[যোৰহাট]] আৰু [[তিতাবৰ]]। পূৰ্বতে [[মাজুলী]] যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অবিভক্ত যোৰহাট জিলাৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।<ref name=censusundivided/>
 
==ইতিহাস==
166 নং শাৰী:
 
==ভৌগোলিক তথ্য==
অবিভক্ত যোৰহাট জিলাৰ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ।<ref name=censusundivided/><ref name='Reference Annual'>{{cite book | last1 = Srivastava, Dayawanti et al. (ed.) | title = India 2010: A Reference Annual | chapter = States and Union Territories: Assam: Government | edition = 54th | publisher = Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), [[Government of India]] | year = 2010 | location = New Delhi, India | pages = 1116 | accessdate = 2011-10-11 | isbn = 978-81-230-1617-7}}</ref> বাৰ্ষিক বৃষ্টিপাতৰ হাৰ ২০২৯ মিলিমিটাৰ।<ref>[http://www.worldweatheronline.com/weather-averages/India/1017584/Jorhat/1030600/info.aspx]Average Rainfall for Jorhat, India</ref> উত্তৰ-পশ্চিম মৌচুমীৰ বৰঙনি ইয়াত বেছি। তাপমাত্ৰা ৯°ৰ পৰা ৩৯° হ'ব পাৰে। জিলাখনৰ উত্তৰ দিশত [[ব্ৰহ্মপুত্ৰ নদ|ব্ৰহ্মপুত্ৰৰ]] মাজত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ [[মাজুলী]] অৱস্থিত। পূৰ্বতে এই নদীদ্বীপ যোৰহাট জিলাৰ অংশ আছিল। বৰ্তমান ই এইএক স্বকীয় জিলা।
 
===বনাঞ্চল===
203 নং শাৰী:
 
;স্থলপথ
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ পথেৰে সু-সংযোগ আছে। নগৰৰচহৰৰ তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনাচৰআস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বাছ চলাচল কৰে। [[৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)|ৰাষ্ট্ৰীয় ঘাইপথ ৩৭-এ]] যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে।
 
;জলপথ
229 নং শাৰী:
 
;[[হোলোঙাপাৰ গিবন অভয়াৰণ্য]]
হোলোঙাপাৰ গিবন অভয়াৰণ্য]] (পূৰ্বে হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল বুলি জনা গৈছিল) হৈছে [[চিৰসেউজ অৰণ্য]]ৰ এক সংৰক্ষিত অঞ্চল। ১৯৯৭ চনত ইয়াক চৰকাৰীভাৱে অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। ১৮৮১ চনত প্ৰতিষ্ঠিত এই বনাঞ্চলৰ সীমা [[পাটকাই]] পৰ্বতৰ পাদদেশলৈকে বিস্তৃত আছিল। পিছলৈ অৰণ্যখন সৰু সৰু গাঁও আৰু চাহ বাগানে আৱৰি ধৰে। ১৯শ শতিকাৰ প্ৰথম ভাগত অৰণ্যখনৰ বিকাশৰ বাবে বৃক্ষৰোপণ কৰা হৈছিল আৰু ফলত [[জৈৱ বৈচিত্ৰ]]ও বৃদ্ধি পায়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ [[গিবন]] [[হলৌ বান্দৰ]] আৰু [[উত্তৰ-পূব ভাৰত]]ৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট [[লাজুকী বান্দৰ]] পোৱা যায়।
 
;[[বুঢ়ীগোসানী দেৱালয়]]
বুঢ়ীগোসানী দেৱালয় হৈছে [[যোৰহাট]] নগৰৰচহৰৰ মাজমজিয়াত [[গড় আলি]]ৰ পূবে অৱস্থিত এক [[শাক্তধৰ্ম|শাক্ত]] মন্দিৰ। ১৭০৮ চনত [[আহোম]] স্বৰ্গদেউ [[ৰুদ্ৰসিংহ]]ই জয়ন্তীয়া ৰাজ্যৰ পৰা গোসানীৰ বিগ্ৰহ আনি [[গড়গাঁও|গড়গাঁৱত]] স্থাপন কৰিছিল। গড়গাঁৱৰ পৰা ৰংপুৰ আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ [[আহোম ৰাজ্য]]ৰ ৰাজধানী সলনি হোৱাত পিছলৈ এই দেৱালয় বৰ্তমানৰ ঠাইত স্থাপিত কৰা হয়।<ref name="পবিত্ৰ">{{cite book | title=পৱিত্ৰ অসম | publisher=অসম সাহিত্য সভা | author=সম্পাদনা: ড॰ মহেশ্বৰ নেওগ | year=২০০৪ | location=গুৱাহাটী | pages=৬৮-৭০}}</ref> মন্দিৰত থকা মূৰ্তিজনা [[দুৰ্গা]] দেৱীৰ। আগৰ দিনত বুঢ়ীগোসানী দেৱালয়ক "বৰপূজাঘৰ দ'ল" বুলিও জনা গৈছিল।
 
;ৰাষ্ট্ৰীয় বীৰ লাচিত বৰফুকনৰ মৈদাম
247 নং শাৰী:
 
;[[বিবুধি গড়]]
আহোম যুগত নিৰ্মিত এই গড়টোৰে মোৱামৰিয়া বিদ্ৰোহীসকলক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ নেতৃত্বত ১৭৯১ চনত সজা গড়টো দেখি মোৱামৰী্য়ামোৱামৰীয়া সকলে পোনতে বিবুধি হৈছিল বাবে ইয়াৰ নাম বিবুধি গড় পৰে। বৰ্তমানে যোৰহাট নগৰৰচহৰৰ গড় আলি পূৰ্বৰ বিবুধি গড়ৰেই একাংশ।
 
;[[স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ]]