চীনা নৱবৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

#WLF
 
1 নং শাৰী:
[[File:Year of the Rat.jpg|thumb|Chinese new year in Manchester, UK|left]]
{{Infobox Holiday
|type=এছীয় চীনা উৎসৱ|official_name=পুৰণি <span>চীনাভাষা: </span><span lang="zh">歲首</span>
Line 21 ⟶ 22:
|mi={{IPAc-cmn|ch|un|1|-|j|ie|2}}
|ci={{IPAc-yue|c|eon|1|-|z|it|3}}}}
 
'''চীনা নৱবৰ্ষ''', হৈছে আধুনিক চীনত '''বসন্ত উৎসৱ''', বা চমুকৈ '''চান্দ্ৰ নৱবৰ্ষ''' বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়। নতুন বছৰৰ প্ৰথম তাৰিখ ২১ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীৰ ভিতৰৰ প্ৰথম চন্দ্ৰ ওলোৱাৰ দিনৰ পৰা ধৰা হয়।