আচল উত্তাড়ৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
47 নং শাৰী:
 
== সামৰণি ==
পাকিস্তানৰ প্ৰাৰম্ভিক সফলতা স্বত্তেও, শেষত এই যুদ্ধত ভাৰতে নিশ্চিত বিজয় লাভ কৰে। <ref name="Wilson83"/> পাকস্তানী সেনাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল নাচিৰ আহমদ খানৰ যদ্ধক্ষেত্ৰতে মৃত্যু হয় <ref name=Wilson83 /> Accordingসমৰ toবুৰঞ্জীবিদ militaryষ্টিফেন historianঝালোগাৰ [[Steven Zaloga]]মতে, পাকিস্তানে স্বীকাৰ কৰে যে ১৯৬৫ চনৰ যুদ্ধত তেওলোকে ১৬৫ টেংক হেৰুৱাই আৰু তাৰ আধাতকৈয়ো বেছি কেৱল 'আচল উত্তাড়তেউত্তাড়'তে ধ্বংস হয়। <ref name=Zaloga/>
 
পিছলৈ পাকিস্তানী সেনাৰ সৰ্বাধিনায়ক আৰু [[পাকিস্তানৰ ৰাষ্ট্ৰপতি]] পদত অধিষ্ঠ হোৱা জেনেৰেল [[পাৰভেজ মুশ্বাৰফ]] এ এই যু্দ্ধত এজন আৰ্টিলেৰী লিউটেনেণ্ট হিচাপে অংশ গ্ৰহণ কৰিছিল। এই যুদ্ধ [[আব্দুল কাদিৰ]] নামৰ বাৰতীয় সেনা জোৱান এজনৰ বীৰত্বৰ বাবেও বিখ্যাত। তেওক মৰণোত্তৰ ভাৱে পৰমবীৰ চক্ৰ (ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান) প্ৰদান কৰা হয়। তেও অসীম সাহৰ আৰু বীৰত্এবৰে খন জীপগাড়ীত লগোৱা ৰিকইললেছ বন্দুকেৰেই .<ref>[http://indianarmy.nic.in/PVC/photo_6.htm The Param Vir Chakra Winners' home page for Company Quarter Master Havildar Abdul Hamid] {{Webarchive|url=https://web.archive.org/web/20160303215807/http://indianarmy.nic.in/PVC/photo_6.htm |date=3 March 2016 }} indianarmy.nic.in</ref>শত্ৰুৰ সাতখন<ref>Maj Gen Cardozo, Ian (2003). PARAM VIR. New Delhi: Lotus Collection. {{ISBN|81-7436-262-2}}</ref> টেংক ধ্বংস কৰে।