আচল উত্তাড়ৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

49 নং শাৰী:
পাকিস্তানৰ প্ৰাৰম্ভিক সফলতা স্বত্তেও, শেষত এই যুদ্ধত ভাৰতে নিশ্চিত বিজয় লাভ কৰে। <ref name="Wilson83"/> পাকস্তানী সেনাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল নাচিৰ আহমদ খানৰ যদ্ধক্ষেত্ৰতে মৃত্যু হয় <ref name=Wilson83 /> সমৰ বুৰঞ্জীবিদ ষ্টিফেন ঝালোগাৰ মতে, পাকিস্তানে স্বীকাৰ কৰে যে ১৯৬৫ চনৰ যুদ্ধত তেওলোকে ১৬৫ টেংক হেৰুৱাই আৰু তাৰ আধাতকৈয়ো বেছি কেৱল 'আচল উত্তাড়'তে ধ্বংস হয়। <ref name=Zaloga/>
 
পিছলৈ পাকিস্তানী সেনাৰ সৰ্বাধিনায়ক আৰু [[পাকিস্তানৰ ৰাষ্ট্ৰপতি]] পদত অধিষ্ঠ হোৱা জেনেৰেল [[পাৰভেজ মুশ্বাৰফ]] এ এই যু্দ্ধত এজন আৰ্টিলেৰী লিউটেনেণ্ট হিচাপে অংশ গ্ৰহণ কৰিছিল। এই যুদ্ধ [[আব্দুল কাদিৰ]] নামৰ বাৰতীয় সেনা জোৱান এজনৰ বীৰত্বৰ বাবেও বিখ্যাত। তেওক মৰণোত্তৰ ভাৱে [[পৰমবীৰ চক্ৰ]] (ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান) প্ৰদান কৰা হয়। তেও অসীম সাহৰ আৰু বীৰত্এবৰে খন জীপগাড়ীত লগোৱা ৰিকইললেছ বন্দুকেৰেই .<ref>[http://indianarmy.nic.in/PVC/photo_6.htm The Param Vir Chakra Winners' home page for Company Quarter Master Havildar Abdul Hamid] {{Webarchive|url=https://web.archive.org/web/20160303215807/http://indianarmy.nic.in/PVC/photo_6.htm |date=3 March 2016 }} indianarmy.nic.in</ref>শত্ৰুৰ সাতখন<ref>Maj Gen Cardozo, Ian (2003). PARAM VIR. New Delhi: Lotus Collection. {{ISBN|81-7436-262-2}}</ref> টেংক ধ্বংস কৰে।
 
এই যুদ্ধৰ স্মৃতি স্বৰূপে যুদ্ধক্ষেত্ৰখনত পেটন নগৰ স্থাপন কৰা হয়। এই স্থানতে পাকিস্তানি সেনাৰ এক বৃহৎ সংখ্যক টেংক ধ্বংস বা জব্দ কৰা হৈছিল<ref name="Zaloga"/>