ভাইৰাছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2401:4900:3A79:A5E7:F8D9:BC66:B2F7:63D9 (আলোচনা)-ই কৰা 241853 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
→‎ভাইৰাছ: বানান শুধৰণি, ব্যাকৰণ শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
14 নং শাৰী:
VII: [[dsDNA-RT virus]]es}}
 
'''ভাইৰাছ''' ({{lang-en|'''Virus'''}}) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল '''বিষ''' ([[প্ৰাণী]]ৰপৰাৰ পৰা উৎপন্ন হোৱা বিষ)। নিউক্লিয় প্ৰটিনৰদ্বাৰাপ্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক ({{lang|en|sub-microscopic}}) বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে। বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰ'ল'জি ({{lang|en|virology}}) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ভাইৰ'ল'জিষ্ট ({{lang|en|virologist}}) বোলে। ১৮৯৬ খৃ:তখ্ৰীষ্টপূৰ্বত '''[[উইলিয়াম বাইজিৰিংকে''' এ]]য়ে [[ধঁপাত]] পাতৰ ম'জেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে।<ref name="গ্ৰন্থ ১" />
 
==প্ৰকৃতি==
"https://as.wikipedia.org/wiki/ভাইৰাছ"ৰ পৰা অনা হৈছে