ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
92 নং শাৰী:
{{Location map~ |India |lat=18.97500|long=72.82583 |label= মুম্বাই ইণ্ডিয়ান্‌ছ|position=left}}
{{Location map~ |India |lat=12.38.16|long=77.54 |label= ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ |position=left}}
{{Location map~ |India |lat=28.3636|long=77.1348 |label= দিল্লী কেপিটেল্ছকেপিটেলছ |position=right}}
{{Location map~ |India |lat=30.78|long=76.69 |label= কিংছ XI পঞ্জাব |position=left}}
{{Location map~ |India |lat=26.926|long=75.8235 |label= ৰাজস্থান ৰয়েল্‌ছ |position=left}}
119 নং শাৰী:
| [[ষ্টিফেন ফ্লেমিং]]
|-
| [[দিল্লী কেপিটেল্ছকেপিটেলছ]]
| [[নতুন দিল্লী]]
| [[জি এম আৰ গ্ৰুপ]] <small> [[জে এছ ডব্লিউ গ্ৰুপ]]
213 নং শাৰী:
আই পি এলে [[দূৰদৰ্শন বিৰতি]] ব্যৱহাৰ কৰে, গতিকে দলসমূহৰ তেওঁলোকৰ ইনিংছ সামৰাৰ কাৰণে কোনোধৰণৰ সময়সীমা নাথাকে। কিন্তু যদি দলসমূহে এই সুবিধাক স্বেচ্ছাই অপব্যৱহাৰ কৰা বুলি আম্পায়াৰে ধৰা পেলায়, তেন্তে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পাৰে। ইয়াৰ উপৰিও প্ৰতি দলকে প্ৰতি ইনিংছত ২.৩০ মিনিটৰ দুটা ''ষ্ট্ৰেটেজিক টাইম-আউট'' দিয়া হয়। এই দুটা বিৰতি ইনিংছৰ ষষ্ঠ আৰু নৱম অ'ভাৰৰ মাজত আৰু ত্ৰয়োদশ আৰু ষোড়শ অ'ভাৰৰ মাজত দিয়া হয়।
 
প্ৰথম খেলুৱৈ নিলামত প্ৰতিটো ফ্ৰেঞ্চাইজিৰে মুঠ খৰচৰ সৰ্বাধিক সীমা ধাৰ্য কৰি দিয়া হৈছিল US $৫ নিযুত। ২২ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলৰ নিম্নতম বাৰ্ষিক দৰমহা ধাৰ্য কৰি দিয়া হৈছিল US $২০,০০০ আৰু বাকী খেলুৱৈসকলৰ কাৰণে এই নিম্নতম সীমা আছিল US $৫০,০০০। আই পি এলৰ নিলামৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক মূল্যত ক্ৰয় হোৱা খেলুৱৈ হ'ল [[গৌতম গম্ভীৰ]]। গম্ভীৰক চতুৰ্থ বৰ্ষৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে US $২.৪ নিযুতত ক্ৰয় কৰিছিল।
 
== দলসমূহৰ প্ৰদৰ্শন ==