প্ৰেমচন্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
Tag (added)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{unreferenced}}
{{Infobox writer
|name = প্ৰেমচন্দ
|image = Premchand 1980 stamp of India.jpg
|caption = প্ৰেমচন্দ
|birth_date = ৩১ জুলাই, ১৮৮০
|birth_place = লমহী, উত্তৰ প্ৰদেশ
|death_date = ৮ অক্টোবৰ, ১৯৩৬
|death_place = বাৰাণসী, উত্তৰ প্ৰদেশ
|occupation = অধ্যাপক, লেখক, সাংবাদিক
|nationality = ভাৰতীয়
|period = আধুনিক কাল
|genre = গল্প আৰু উপন্যাস
|subject = সামাজিক আৰু খেতিয়ক জীৱন
|movement = আদৰ্শোন্মুখ যথাৰ্থবাদ, অখিল ভাৰতীয় প্ৰগতিশীল লেখক স্ংঘ
|signature = Hastakshar_premchand.jpg
|website =
}}
 
{{Infobox writer|name=প্ৰেমচন্দ|image=Premchand 1980 stamp of India.jpg|caption=প্ৰেমচন্দ|birth_date=৩১ জুলাই, ১৮৮০|birth_place=লমহী, উত্তৰ প্ৰদেশ|death_date=৮ অক্টোবৰ, ১৯৩৬|death_place=বাৰাণসী, উত্তৰ প্ৰদেশ|occupation=অধ্যাপক, লেখক, সাংবাদিক|nationality=ভাৰতীয়|period=আধুনিক কাল|genre=গল্প আৰু উপন্যাস|subject=সামাজিক আৰু খেতিয়ক জীৱন|movement=আদৰ্শোন্মুখ যথাৰ্থবাদ, অখিল ভাৰতীয় প্ৰগতিশীল লেখক স্ংঘ|signature=Hastakshar_premchand.jpg|website=}}'''প্ৰেমচন্দ''' (হিন্দী-प्रेमचंद''')''' [[হিন্দী ভাষা|হিন্দী]] আৰু [[উৰ্দু]] ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল। তেওঁ ''সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান'' আদি জনপ্ৰিয় উপন্যাস তথা ''কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা'' আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা ''জাগৰণ'' তথা সাহিত্যিক পত্ৰিকা ''হংস''ৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।
<br />
 
== সাহিত্যিক অৱদান ==
"https://as.wikipedia.org/wiki/প্ৰেমচন্দ"ৰ পৰা অনা হৈছে