২৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
1 নং শাৰী:
{{আজিৰ দিনটো|24|9|267}}
== ঘটনাৱলী ==
* ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ পৰা অনুমতি লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
#* ১৭২৬১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতাপ্ৰখ্যাত ,ফৰাচী চেন্নাই আৰু মুম্বাইত পৌৰ নিগমচিকিৎসক তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰশৰীৰবিদ পৰাআন্দ্ৰে অনুমতিফ্ৰেডেৰিক লাভকৰনাদৰ কৰে।জন্ম হয়।
#* ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
#* ১৯২৪ চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
# ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয়।
#* ২০০৭১৯৬১ চনৰ আজিৰ দিনটোতে প্ৰথমৰাজনৈতিক টুৱেণ্টীকৰ্মী ২০মাডাম বিশ্বকাপ[[ভিখাজী ক্ৰিকেটতকামা]]ৰ পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়নজন্ম হয়।
#* ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়।
# ১৯৬১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয়।
#* ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
# ১৮৯৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয়।
#* ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন২৬জন লোকৰ মৃত্যু হয়।
# ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
* ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
# ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
#* ২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলতপাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা‘[[যলযলা জাযীৰা’’ৰজাযীৰা]]’-ৰ সৃষ্টি হয়।
 
[[শ্ৰেণী:ছেপ্টেম্বৰ]]