বেউলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
60 নং শাৰী:
 
== বংশ পৰিচয় ==
চান্দ সদাগৰৰ পত্নীৰ নাম আছিল [[সনকাসনেকা]]। লখিন্দৰ তেওঁৰ পুত্ৰ আছিল আৰু [[সাহা]]ৰ জীয়াৰী বেউলা আছিল চান্দ সদাগৰৰ বোৱাৰী তথা লখিন্দৰৰ পত্নী। পূৰ্বজন্মত [[বেউলা]] [[বাণাসুৰ]]ৰ জীয়েক [[ঊষা]] আৰু লখিন্দৰ [[প্ৰদ্যুম্ন]]ৰ পুত্ৰ তথা [[শ্ৰীকৃষ্ণ]]ৰ নাতি [[অনিৰুদ্ধ]] আছিল বুলি জনা যায়।<ref>{{cite book|title=চান্দ সদাগৰ|url=https://archive.org/details/in.ernet.dli.2015.512533/page/n5/mode/2up|author=চন্দ্ৰকান্ত দত্ত|website=archive.org|page=১১১|accessdate=২৭ মে ২০২০}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/বেউলা"ৰ পৰা অনা হৈছে