ভগৎ সিং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
9 নং শাৰী:
| death_place = [[লাহোৰ]], [[পঞ্জাব অঞ্চল|পঞ্জাব]], [[ব্ৰিটিছ ভাৰত]]
| movement = [[ভাৰতৰ স্বাধীনতা আন্দোলন]]
| religion=[[শিখ ধৰ্ম]] (প্ৰাৰম্ভিক জীৱন), [[নাস্তিকতা]]<ref name="Atheism">[http://www.marxists.org/archive/bhagat-singh/1930/10/05.htm Why I am an Atheist (Esay)] - Bhagat Singh, October 5–6, 1930</ref> (পৰবৰ্তীপৰৱৰ্তী জীবনজীৱন)
| organization = [[নজোৱান ভাৰত সভা]], [[কীৰ্তি কিছান পাৰ্টি]] আৰু [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]
}}
'''ভগৎ সিং''' ({{Lang-pa|ਭਗਤ ਸਿੰਘ}}, {{nq|بھگت سنگھ}}; {{Birth date|1907|9|27|df=yes}}<ref>{{cite web| title = He left a rich legacy for the youth | publisher = The Tribune | author = | date = 19 March 2006 | url = http://www.tribuneindia.com/2006/20060319/society.htm#2| সংগ্ৰহেৰ-date = 1 January 2008 }}</ref> &ndash; {{death date|df=yes|1931|3|23}}) আছিল [[ভাৰতীয় উপমহাদেশ|ভাৰতীয় উপমহাদেশৰ]] [[ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলন|ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ]] এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেঁওতেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেঁওকতেওঁক ''ছহিদ-ঈ আজম ভগৎ সিং'' নামে অভিহিত কৰা হয়।
 
ভগৎ সিঙৰ জন্ম হৈছিল [[জাট জাতি|জাট]] নামৰ এক শিখ পৰিয়ালত। তেঁওৰতেওঁৰ পৰিয়াল পূৰ্বৰ পৰাই ব্ৰিটিছ বিৰোধী বিপ্লবী আন্দোলনৰ সৈতে জড়িত আছিল। কৈশোৰতেই ভগৎ সিঙে ইউৰোপীয় বিপ্লবী আন্দোলনৰ ইতিহাস সম্পৰ্কে পঢ়া−শুণাপঢ়া−শুনা কৰিছিল আৰু [[নৈৰাজ্যবাদ]] আৰু [[সাম্যবাদ]]ৰ প্ৰতি আকৃষ্ট হৈছিল।<ref name="RD">{{cite journal |last=Rao |first=Niraja |বছৰ=1997 |title=Bhagat Singh and the Revolutionary Movement |journal=Revolutionary Democracy |খণ্ড=3 |সংখ্যা নং=1 |pages= |url=http://www.revolutionarydemocracy.org/rdv3n1/bsingh.htm}}</ref> ইয়াৰোপৰি তেঁওতেওঁ একাধিক বিপ্লবী সংগঠনৰ লগত যুক্ত হৈ পৰিছিল। [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন|হিন্দুস্তান ৰিপাব্লিকান এছচিয়েচন]]ৰ (এইচআৰএ) সৈতে যুক্ত হৈ মেধা, জ্ঞান আৰু নেতৃত্বদানৰ ক্ষমতাৰ বাবে তেঁওতেওঁ অচিৰেই এই সংগঠনৰ নেতাত পৰিণত হয় আৰু সংগঠনটোৰ ব্যাপক পৰিবৰ্তন সাধন কৰে। আনকি ইয়াৰ নামো [[হিন্দুস্তান ছছিয়লিষ্ট ৰিপাব্লিকান এছচিয়েচন]]লৈ (এইচএছআৰএ) ৰূপান্তৰিত কৰে। তেঁওতেওঁ আৰু তেঁওৰতেওঁৰ সংগঠনক নৈৰাজ্যবাদী আখ্যা দিয়া হৈছিল কিন্তু তেঁওতেওঁ ক্ষুৰধাৰ যুক্তিৰে তাক খন্ডনখণ্ডন কৰিছিল। জেলতজে'লত ভাৰতীয় আৰু ব্ৰিটিছ বন্দীসকলৰ সম অধিকাৰৰ দাবিতদাবীত তেঁওতেওঁ ৬৪ দিন অনশন কৰি সমৰ্থন আদায় কৰিছিল। প্ৰবীণ স্বাধীনতা সংগ্ৰামী [[লালা লাজপত ৰায়]]ৰ হত্যাৰ প্ৰতিশোধত এজন ব্ৰিটিছ পুলিচ বিষয়াক তেখেতে হত্যা কৰে। বিচাৰত তেঁওকতেওঁক ফাঁচিফাঁচী দিয়া হয়। তেঁওৰতেওঁৰ আদৰ্শই ভাৰতীয় যুৱসমাজকেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি উদ্বুদ্ধ কৰাৰ ওপৰিওউপৰিও ভাৰতত সমাজতন্ত্ৰৰ উত্থানতো প্ৰভূত সহায় কৰিছিল।<ref name="whatif">{{cite web| title = What if Bhagat Singh had lived | publisher = [[The Tribune]] | author = Reeta Sharma| date = 21 March 2001 | url = http://www.tribuneindia.com/2001/20010321/edit.htm#6| acces-date = 1 January 2008 }}</ref>
 
== প্ৰাৰম্ভিক জীৱন ==
"https://as.wikipedia.org/wiki/ভগৎ_সিং"ৰ পৰা অনা হৈছে