পদ্ম বৰকটকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎নাটক: সামান্য শুধৰণি
(edited with ProveIt) লিংক আপডে'ট
29 নং শাৰী:
| portaldisp =
}}
'''পদ্ম বৰকটকী''' (১৯২৬-২০০৮) আছিল অসমৰ এজন লেখক আৰু সাংবাদিক।<ref name="শব্দ">{{cite web | url=http://www.xobdo.org/dic/%E0%A6%AA%E0%A6%A6%E0%A7%8D%E0%A6%AE%20%E0%A6%AC%E0%A7%B0%E0%A6%95%E0%A6%9F%E0%A6%95%E0%A7%80 | title=পদ্ম বৰকটকী | publisher=শব্দ.অৰ্গ | date=19 March 2008 | accessdate=26 September 2020}}</ref> তেওঁৰ পিতৃ আছিল সূৰ্য্যধৰ বৰকটকী আৰু মাতৃ বিনন্দী দেৱী। ১৯২৬ চনৰ ৩০ জুলাইত যোৰহাটৰ ৰাজহাউলিত তেওঁ জন্ম গ্ৰহণ কৰিছিল।<ref name="শব্দ"/>
 
== কৰ্মজীৱন ==
১৯৫৬ চনত "হিন্দুস্তান ষ্টেণ্ডাৰ্ড" কাকতত ফিচাৰ লিখক হিচাপে পদ্ম বৰকটকীয়ে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৪৮ চনতে [[শ্বিলং|শ্বিলঙ]]ৰ পৰা প্ৰকাশিত "[[আছাম ট্ৰিবিউন]]" কাকতলৈকো তেওঁ নিয়মীয়াকৈ সংবাদ প্ৰেৰণ কৰিছিল।<ref name="শব্দ"/> তেওঁ কেইবাখনো আলোচনী আৰু সংবাদ পত্ৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ভিতৰত "আমাৰ প্ৰতিনিধি", "নতুন প্ৰতিনিধি", "সমকালীন", "মাতৃভূমি", "ইস্তাহাৰ", "The North East Daily", নতুন দৈনিক, আজিৰ অসম, নতুন দিন আদি উল্লেখযোগ্য।<ref name="শব্দ"/>ইয়াৰ ইয়াৰোপৰিউপৰি তেওঁ চুটি গল্প, উপন্যাস, নাটক, কবিতা, শিশু সাহিত্য আৰু অনুবাদ সাহিত্যৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁ অসমীয়া সাহিত্যৰ এজন নামকৰা সমালোচক আৰু প্ৰবন্ধকাৰো আছিল। তেওঁ ৩৮খন৩৮ খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন, দুখন কবিতা সংকলন, তিনিখন শিশু পুথি পোন্ধৰখন নাটক আৰু বিভিন্ন বিষয়ৰ দহখন গ্ৰন্থ ৰচনা কৰিছিল।<ref name="শব্দ"/> ২০০৭ বৰ্ষত তেওঁক [[অসম চৰকাৰ|অসম চৰকাৰে]] [[চুকাফা বঁটা]]ৰে সন্মানিত কৰিছিল।<ref>{{cite web | url=https://culturalaffairs.assam.gov.in/information-services/awards-0 | title=Awards | publisher=Government of Assam, Depertment of Cultural Affairs | accessdate=29 July 2019}}</ref><ref>{{cite web | url=https://www.assamtimes.org/node/676 | title=Syukapha Award to Padma Borkotoky | publisher=Assam Times | date=2 December 2007 | accessdate=29 July 2019 | author=pbaruah}}</ref>
 
==গ্ৰন্থৰাজি==
157 নং শাৰী:
 
== মৃত্যু ==
২০০৮ বৰ্ষৰ ১১ মাৰ্চত পদ্ম বৰকটকীয়ে মৃত্যুবৰণ কৰে।<ref>{{cite web | url=https://www.outlookindia.com/newswire/story/novelist-journalist-padma-barkotoky-passes-away/552661 | title=Novelist, journalist Padma Barkotoky passes away | publisher=Outlook | date=11 March 2008 | accessdate=29 July 2019}}</ref><ref name="শব্দ">{{cite web | url=http://www.xobdo.org/context/literature | title=Subgroups of Literature | publisher=শব্দ.অৰ্গ | accessdate=29 July 2019}}</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}