পল্টন বজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox settlement | name = পল্টন বজাৰ | native_name = | native_name_lang = | other_name...
 
No edit summary
49 নং শাৰী:
| footnotes =
}}
'''পল্টন বজাৰ''' ({{lang-en|Paltan Bazaar}})<ref>{{cite news | url=http://www.assamtribune.com/jul1109/horizon.html | title=Whats in a name | work=The Assam Tribune | date=11 July 2009 | accessdate=14 June 2012 | author=Saikh Md Sabah Al-Ahmed | location=Guwahati}}</ref><ref>{{cite news | url=http://www.assamtribune.com/scripts/detailsnew.asp?id=dec1111 | title=Floral tributes being paid to the martyrs of the Assam agitation on the occasion of Martyrs’ Day, organised at Swahid Park, Paltan Bazar in Guwahati on | work=The Assam Tribune | date=11 December 2011 | accessdate=14 June 2012 | location=Guwahati}}</ref> হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এক বসতিস্থল৷ ইয়াৰ চৌপাশে পাণ বজাৰ, উলুবাৰী, ৰিহাবাৰী, ফাঁচী বজাৰ অৱস্থিত৷ পল্টন বজাৰ গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান৷ যাতায়াত-যোগাযোগ, ব্যৱসায়-বাণিজ্য, হোটেল আদিকে ধৰি আন বহুতো সেৱাৰেই পল্টন বজাৰ হৈছে কেন্দ্ৰস্থল৷ [[গুৱাহাটী ৰে'লৱেৰেল ষ্টেছনষ্টেচন]], [[অসম ৰাজ্যিক পৰিবহনপৰিবহণ নিগমৰনিগম]]ৰ বাছ আস্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বহুতো ব্যক্তিগত বাছ-বাহনসেৱাৰ মূল কেন্দ্ৰস্থল হৈছে পল্টন বজাৰ৷ <ref>{{cite web |url=http://www.indiafoodguide.com/guwahati/paltan_bazar.html |title=Paltan Bazar of 'Guwahati' | publisher=India Food Guide |accessdate=3 June 2018 |url-status=dead |archiveurl=https://archive.is/20130629121111/http://www.indiafoodguide.com/guwahati/paltan_bazar.html |archivedate=2013-06-29 }}</ref> উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰম্পৰাগত সাজসজ্জা পল্টন বজাৰত উপলব্ধ৷
 
==লগতে চাওক==