মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
(edited with ProveIt)
3 নং শাৰী:
| imagesize = 300px
| caption =
| datebegins =
| begins = [[আঘোণ]] মাহৰ পূৰ্ণিমা
| ends =
| beginsdate = [[আঘোণ]] মাহৰ পূৰ্ণিমা
| date =
| frequency =
| location = [[অসম]]
| first =
| last =
| participants = নামনি অসমঅসমৰ কিছুসংখ্যক লোক
| attendance =
| footnotes =
| organised =
}}
'''মহোহো''' ({{Lang-en|Mohoho}}) বা মহ খেদা উৎসৱ সাধাৰণতে [[নামনি অসম]]ত উদ্‌যাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো"৷ তাৰপৰাই ''মহোহো'' শব্দ গঠিত হৈছে৷ <ref name="মণিকূট" /> নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]], [[বাক্সা]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহোক [[গোৱালপাৰা জিলা]]ৰ কিছু অংশত ''এউৰি'' বা ''ওৰি মাগা'' বুলি জনা যায়৷ দৰঙত ইয়াক ''মহৌ খুন্দা'' বা ''মইহ খেদা'' বা ''মহখেদা'' বা ''মহহৌ'' উৎসৱ বুলি জনা যায়৷ আনহাতে কামৰূপত ''মহৌ-হৌ'', নলবাৰীত ''ভালোক দিয়া বা ভাল-ভৌলকা'', বৰপেটাৰ ঠাইবিশেষে ''ভাওল দিয়া বা ভাও লালীয়া'' , বাক্সাত ''বাম্বোলপিতা'' আৰু বজালীত ''মহোহো'' বা ''মহহো'' বা ''মোহোহো'' দিয়া বুলি কোৱা হয়৷ শৰণীয়া কছাৰীসকলে ইয়াক ''ভালুক নচুৱা'' আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে ''চেনায়-হুনায়'' বুলি কয় । হাজংসকলে ইয়াক ''মচমাও খেদা'' বা ''মহ খেদাই দেৱা গীত'' বুলি কয় । মুছলমানসকলে ইয়াক ''মাগন গীত'' বুলি কয় । গোৱালপাৰা জিলাত পালন কৰা সোনাৰায় পূজা মহোহোৰ সমধৰ্মী উৎসৱ ।
'''মহোহো''' বা মহ খেদা উৎসৱ [[নামনি অসম]]ৰ কোনো ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা এটা উৎসৱ। নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহো ঠাই বিশেষে মহখুন্দা বা [[গোৱালপাৰা জিলা]]ৰ কিছু অংশত এউৰি/ওৰি মাগা বুলিও জনাজাত ।
<ref name="মণিকূট">{{cite web | url=http://monikut.com/2019/12/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%9C%E0%A6%BE/ | title=লোকসংস্কৃতিৰ ইতিহাসত বজালীৰ লোক উৎসৱ মোহোহো | accessdate=29 September 2020 | author=ৰয়, দিলীপ কুমাৰ}}</ref>
 
==উদ্‌যাপনৰ ৰীতি==