মহো-হো উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
→‎মহোহো: বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
15 নং শাৰী:
| organised =
}}
'''মহোহো''' ({{Lang-en|Mohoho}}) বা '''মহ খেদা উৎসৱ''' সাধাৰণতে [[নামনি অসম]]ত উদ্‌যাপনউদযাপন কৰা এটা উৎসৱ। অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" পদৰ মিশ্ৰিত ৰূপ হৈছে "মহহো। " তাৰপৰাই ''মহোহো'' শব্দ গঠিত হৈছে।<ref name="মণিকূট" /> নামনি অসমৰ বিশেষকৈ [[কামৰূপ]], [[গোৱালপাৰা]], [[নলবাৰী]], [[বৰপেটা]], [[দৰং]], [[বাক্সা]] জিলাত ইয়াৰ প্ৰচলন দেখা যায়। মহোহোক [[গোৱালপাৰা জিলা]]ৰ কিছু অংশত ''এউৰি'' বা ''ওৰি মাগা'' বুলি জনা যায়। দৰঙত ইয়াক ''মহৌ খুন্দা'' বা ''মইহ খেদা'' বা ''মহখেদা'' বা ''মহহৌ'' উৎসৱ বুলি জনা যায়। আনহাতে কামৰূপত ''মহৌ-হৌ'', নলবাৰীত ''ভালোক দিয়া বা ভাল-ভৌলকা'', বৰপেটাৰ ঠাইবিশেষে ''ভাওল দিয়া বা ভাও লালীয়া'', বাক্সাত ''বাম্বোলপিতা'' আৰু বজালীত ''মহোহো'' বা ''মহহো'' বা ''মোহোহো'' দিয়া বুলি কোৱা হয়। শৰণীয়া কছাৰীসকলে ইয়াক ''ভালুক নচুৱা'' আৰু উত্তৰ গোৱালপাৰাৰ বড়োসকলে ''চেনায়-হুনায়'' বুলি কয়। হাজংসকলে ইয়াক ''মচমাও খেদা'' বা ''মহ খেদাই দেৱা গীত'' বুলি কয়। মুছলমানসকলে ইয়াক ''মাগন গীত'' বুলি কয়। গোৱালপাৰা জিলাত পালন কৰা সোণাৰায় পূজা মহোহোৰ সমধৰ্মী উৎসৱ।
<ref name="মণিকূট">{{cite web | url=http://monikut.com/2019/12/%E0%A6%B2%E0%A7%8B%E0%A6%95%E0%A6%B8%E0%A6%82%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A7%B0-%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A6%BE%E0%A6%B8%E0%A6%A4-%E0%A6%AC%E0%A6%9C%E0%A6%BE/ | title=লোকসংস্কৃতিৰ ইতিহাসত বজালীৰ লোক উৎসৱ মোহোহো | accessdate=29 September 2020 | author=ৰয়, দিলীপ কুমাৰ}}</ref>