ইয়ং ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা Young Indiaৰ পৰা ইয়ং ইণ্ডিয়ালৈ JyotiPNয়ে স্থানান্তৰ কৰিলে: অসমীয়াকৰণ কৰা হ'ল।
শুধৰণি
1 নং শাৰী:
 
[[চিত্ৰ:Young_India_(January_1919).jpg|thumb|''ইয়ং ইণ্ডিয়া'']]
'''''ইয়ং ইণ্ডিয়া''''' হ'ল <nowiki>[[মহাত্মা গান্ধী]]</nowiki>য়ে প্ৰকাশ কৰা ইংৰাজী ভাষাৰ এখন সাপ্তাহিক কাকত। এইখন ১৯১৯ চনৰপৰা ১৯৩১ চনলৈ প্ৰকাশ হৈছিল।<ref>{{cite web|title=History of Mass Media|url=http://www.universityofcalicut.info/cuonline/exnotif/ex4235.pdf|work=University of Calicut|accessdate=16 October 2016}}</ref> এই কাকতখনত গান্ধীয়ে লিখা বিভিন্ন বাণী বহুজনক প্ৰভাৱিত কৰিছিল।ইয়ং ইণ্ডিয়াৰ জৰিড়তে তেওঁ অহিংস আন্দোলনৰ যথাযোগ্যতা প্ৰতিপন্ন কৰিবলৈ নিজৰ একক আদৰ্শ আৰু চিন্তাধাৰা ব্যক্ত কৰিছিল আৰু পাঠকসকললৈ আহ্বান কৰিছিল, তেওঁলোকে যাতে ভাৰতক ব্ৰিটিছ শাসন মুক্ত কৰিবলৈ আয়োজন আৰু যোজনা বনায়।
[[চিত্ৰ:Young_India.png|thumb|''১৯১৯ চনত প্ৰকাশিত ইয়ং ইণ্ডিয়াৰ কপি'']]
১৯৩৩ গান্ধীজীয়ে <nowiki>''হৰিজন'' নামে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰে। হৰিজন মানে ''ভগৱানৰ মানুহ।'' কাকতখন ইংৰাজী ভাষাত প্ৰকাশ হৈছিল।এই সময়খিনিতে গান্ধীয়ে গুজৰাটী ভাষাত ''হৰিজন বন্ধু'' আৰু হিন্দী ভাষাত ''হৰিজন সেৱক''</nowiki> প্ৰকাশ কৰিছিল। এই গোটেইকেইখন কাকতে ভাৰতৰ লগতে পৃথিৱীৰ সামাজিক আৰু অৰ্থনৈতিক অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰিছিল।<ref>[http://www.lifepositive.com/Spirit/masters/mahatma-gandhi/journalist.asp V. N. Narayanan, "Mahatma Gandhi - Peerless Communicator" (on Gandhi as a journalist).]</ref>
 
কাকতখন লালা লাজপত ৰায়ে ১৯১৪ চনত আমেৰিকাৰ ''হ'ম ৰুল লীগ অৱ আমেৰিকাৰআমেৰিকা''ৰ দ্বাৰা পুনৰ প্ৰকাশ কৰিছিল।
 
== লগতে চাওক ==
 
* [[:en:Gandhi_Heritage_Portal|Gandhi Heritage Portal]] এই পৰ্টেলত গান্ধীৰ কামসমূহ সংৰক্ষণ কৰা হৈছে।
* [[young India portal]] গান্ধীৰ ভাৰত
 
== তথ্য সংগ্ৰহ ==
16 নং শাৰী:
 
== বাহ্যিক সংযোগ ==
*[http://www.saadigitalarchive.org/source/young-india Issues of ''Young India'' in the South Asian American Digital Archive (SAADA).]
 
* <nowiki>http://www.youngindia24.com</nowiki>
* Issues of ''Young India'' in the South Asian American Digital Archive (SAADA).
* [http://www.gandhiheritageportal.org/journals/Mw== ''Young India''], Journal collection
* <nowiki>http://www.youngindia24.com</nowiki>
* ''Young India'', Journal collection