কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
13 নং শাৰী:
=ইতিহাস=
অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত ''কম্পিউটাৰ বিজ্ঞান'' বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই ''কম্পিউটাৰ বিজ্ঞান'' বা ''সংগণন বিদ্যা'' বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
=== কম্পিউটাৰৰ বিভিন্ন পুৰুষ ===
[[কম্পিউটাৰ]]ত সংযোজিত বিভিন্ন [[প্ৰচেছৰ]] (Processor)অনুযায়ী [[কম্পিউটাৰ]]ক বিভিন্ন পুৰুষত ভাগ কৰা হৈছে৷
==== প্ৰথম পুৰুষ (১৯৪০-৫৬) ভেকুৱাম টিউব(Vacuum Tubes) ====
প্ৰথম পুৰুষত [[ভেকুৱাম টিউব]](Vacuum Tubes) সংযোজিত হৈছিল৷ [[কম্পিউটাৰ]] সমূহৰ আকাৰ বিৰাট ডাঙৰ আছিল আৰু সেইবোৰ ৰাখিবৰ বাবে এক বিৰাট ঠাইৰ প্ৰয়োজন হৈছিল৷ কৰ্মদক্ষতা যথেষ্ট কম আছিল৷ [[মেচিন লেংগুৱেজ]](Machine Language) ব্যৱহাৰ হোৱা বাবে [[প্ৰ’গ্ৰামিং]](Programming) কৰিবলৈ কঠিন হৈছিল৷ উদাহৰণ- [[ENIAC]],[[EDVAC]],[[UNIVAC]]
==== দ্বিতীয় পুৰুষ (১৯৫৬-৬৩)ট্ৰেনজিছটৰ(Transistors) ====
দ্বিতীয় পুৰুষৰ [[কম্পিউটাৰ]]ত [[ট্ৰেনজিছটৰ]](Transistors) সংযোজিত হৈছিল৷ প্ৰথম পুৰুষৰ [[কম্পিউটাৰ]]তকৈ ইয়াৰ আকাৰ সৰু আছিল৷ [[হাৰ্ডৱেৰ]]ৰ(Hardware)ক্ষমতা বেছি আছিল৷ [[কম্পিউটাৰ]] সমূহত [[এছেম্বলী লেংগুৱেজ]](Assembly Language)ব্যৱহাৰ হৈছিল৷ উদাহৰণ- [[PDP-8]],[[IBM 1401]], [[IBM 7090]]
==== তৃতীয় পুৰুষ (১৯৬৪-৭০)ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) ====
তৃতীয় পুৰুষৰ [[কম্পিউটাৰ]]ত [[ইনটিগ্ৰেটেড চাৰ্কিট]](Integrated Circuits) সংযোজিত হৈছিল৷ দ্বিতীয় পুৰুষৰ [[কম্পিউটাৰ]]তকৈ ইয়াৰ ক্ষমতা যথেষ্ট আছিল৷ আগৰ পুৰুষৰ তুলনাত তৃতীয় পুৰুষৰ [[কম্পিউটাৰ]]ক যথেষ্ট কম ঠাই লাগিছিল৷ উচ্চ পৰ্য্যায়ৰ লেংগুৱেজ ব্যৱহাৰ হৈছিল৷ উদাহৰণ- [[NCR 395]], [[B6500]]
==== চতুৰ্থ পুৰুষ (১৯৭০- এতিয়ালৈকে) মাইক্ৰ’প্ৰচেছৰ(Microprocessors) ====
চতুৰ্থ পুৰুষৰ [[কম্পিউটাৰ]]ত [[মাইক্ৰ’প্ৰচেছৰ]](Microprocessors) ব্যৱহাৰ হয়৷ ই আকাৰত যথেষ্ট সৰু আছিল আৰু কম খৰচী৷ [[হাৰ্ডৱেৰ]]ৰ(Hardware) যথেষ্ট দক্ষতা আছে৷ [[গ্ৰাফিক্স]](Graphics)ৰ ব্যৱহাৰ তথা তথ্য আদান প্ৰদান অতি সহজে হৈছে৷ উদাহৰণ- [[Apple II]], [[Altair 8800]], [[CRAY-1]]
==== পঞ্চম পুৰুষ (বৰ্তমান আৰু ভৱিষ্যতলৈ)কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) ====
এই ধৰণৰ [[কম্পিউটাৰ]] বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতেই আছে৷ আশা কৰা হৈছে যে পঞ্চম পুৰুষৰ [[কম্পিউটাৰে]] সিদ্ধান্ত সমূহ নিজে নিজে ল’ব পাৰিব৷ ই যথেষ্ট দ্ৰুতগতি সম্পন্ন হ’ব৷ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বহুকেইটা কাম একেলগে কৰিব পাৰিব৷ এক যুগান্তকাৰী উদাহৰণ হ’ব এই পঞ্চম পুৰুষৰ [[কম্পিউটাৰ]]৷
 
 
==কম্পিউটাৰ‌ৰ‌ ঐতিহাসিক প্ৰয়োগ আৰু ঊৎকৰ্ষ==