কম্পিউটাৰ বিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
43 নং শাৰী:
==বৰ্তমান স্থিতি==
 
১৯৬০ ৰ‌ পৰা বিষয় হিচাবে কম্পিউটাৰ‌ বিজ্ঞানৰ‌ অধ্যয়ন আৰম্ভ হয়<ref name="Denning_cs_discipline">{{cite journal | last=Denning, | first=P.J., |''Computer authorlink=PeterScience: J.The DenningDiscipline'', |Encyclopedia year=2000 |of title=Computer Science:, The Discipline |2000. url=http://web.archive.org/web/20060525195404/http://www.idi.ntnu.no/emner/dif8916/denning.pdf | journal=Encyclopedia of Computer Science}}</ref>। IBM আদি কম্পেনিয়ে উদ্ভাৱন কৰা বিভিন্ন কম্পিউটাৰ‌ যন্ত্ৰই লাহে লাহে বিষয়টোক জনপ্ৰীয় কৰাত সহায় কৰিলেও বিজ্ঞান হিচাবে কম্পিউটাৰ‌ বিষয়টোৰ‌ মান্যতাৰ‌ বিষয়ে অনেক দিনলৈ বিতৰ্ক চলি থাকিলে। লাহে লাহে কম্পিউটাৰে জনজীৱনত বিস্তৰ‌ প্ৰভাৱ পেলাবলৈ আৰ‌ম্ভ কৰিলে। ইয়াৰ‌ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ‌ আৰু সংশ্লিষ্ট বিষয়ৰ‌ যেনে কম্পিউটাৰ‌ গ্ৰাফিক্স, ইনফৰ্মেশ্যন চিকিউৰিটী আদি বিষয়ৰ‌ বৈজ্ঞানিক অধ্যয়নৰ‌ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা বৃদ্ধি পালে।
 
=আধুনিক কম্পিউটাৰ বিজ্ঞান=
59 নং শাৰী:
==তথ্যসূত্ৰ==
{{reflist}}
 
 
[[Category:কম্পিউটাৰ বিজ্ঞান]]