অসুৰৰ আলিৰ সন্ধি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
No edit summary |
||
1 নং শাৰী:
{{অসমৰ বুৰঞ্জী}}
'''অসুৰৰ আলিৰ সন্ধি''' ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু [[আহোম ৰাজ্য]]ৰ [[মোমাই তামুলী]] বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰ পৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্বৰ মাহত
==পটভূমি==
১৬০২ চনত ঢাকাৰ নবাবে পশ্চিম অসমৰ [[ধুবুৰী]]ৰ [[কোচ হাজো]]ৰ ৰজা পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰি নিজৰ দখললৈ আনে আৰু অসম ৰাজ্যলৈকে মোগল সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ মোগল সকলৰ আগ্ৰহ জন্মে। পৰীক্ষিতৰ ভাতৃ বালি নাৰায়ণক আহোমে সুৰক্ষা দিছিল। সেয়ে, ১৬১৫ চনত আহোম ৰজা [[প্ৰতাপ সিংহ]]ৰ ৰাজত্বকালত মোগলে অসম আক্ৰমণ কৰে। ১৬৩৯ চনত এই যুদ্ধৰ মীমাংসা ৰূপে আহোম-মোগলৰ মাজত অসুৰৰ আলিৰ সন্ধি হয়।
|