অসমৰ জাতীয় গীত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎যতীন্দ্ৰনাথ দুৱৰাৰ মত: বানান শুধৰণি কৰা হ’ল৷ যদিও “...বেজবৰুৱাৰ অসমৰ ইমূৰীয়া ডিবুৰূতে শেষ নি:শ্বাস পেলালে!” এইখিনি পুনঃ চায় যেন!
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
17 নং শাৰী:
|sound_title =
}}
'''অ’ মোৰ আপোনাৰ দেশ''' [[অসম]]ৰ জাতীয় সংগীত। [[লক্ষ্মীনাথ বেজবৰুৱা]]ই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম [[কবিতা]]। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ <!--নে ১৯০৯, ইং ৱিকি অনুসৰি--> চনৰ মে' মাহৰ [[বাঁহী (আলোচনী)|বাঁহী]]ত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।<ref>[[আমাৰ অসম]], ড॰ দিলীপ কুমাৰ দত্ত</ref> গীতটোৰ সুৰাৰোপ [[কমলা প্ৰসাদ আগৰৱালা]]ই কৰিছিল। গীতটোৰ সুৰ আৰু পংক্তি সম্পৰ্কে বিভিন্ন মত পোৱা যায়। এই গীতটো আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীতৰূপে ১৯২৭ চনত [[তেজপুৰ]]ত অনুষ্ঠিত ''অসম সত্ৰছাত্ৰ সন্মিলন''ত গৃহীত হয়। এই গীতটো বেজবৰুৱাৰ কদমকলি গ্ৰন্থত সন্নিবিষ্ট আছিল<ref>"Encyclopedia of Indian Literature Volume 1, 1989, pagina 416-418.</ref>।
[[Image:aponar des1.jpg|thumb|right|200px|বেজবৰুৱাই লিখা মূল গীতটো]]