কনক চন্দ্ৰ ডেকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
কনক চন্দ্ৰ ডেকা [[অসম]]ৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ পণ্ডিত৷<ref name="http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=01/16/2014" />
==জীৱন==
কনক চন্দ্ৰ ডেকাৰ জন্ম হয় নলবাৰী জিলাৰ Belsorত৷বেলশৰত। তেওঁ গুৱাহাটীৰ বাণীকান্ত কাকতি চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যপনা কৰে৷ তাৰোপৰি তেওঁ গহপুৰ বি টি কলেজৰ অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰিছিল৷ <ref name="http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=01/16/2014" />
 
==সাহিত্যচৰ্চা==
কনক চন্দ্ৰ ডেকাই ৬০ খনৰো অধিক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছে৷ তেওঁৰ দুখন গ্ৰন্থ প্ৰাক্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই উন্মোচন কৰিছিল৷ তেওঁ উল্লেখযোগ্য সাহিত্যিক অৱদানৰ স্বীকৃতি ৰূপে সাহিতি্যিকসাহিত্যিক পেন্সনো লাভ কৰিছিল৷
 
২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে কনক চন্দ্ৰ ডেকাৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়৷<ref name="http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=01/16/2014">{{cite news | url=http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=01/16/2014 | title=আমাৰ অসম কাকতত প্ৰকাশিত বাতৰি | date=১৬ জানুৱাৰী, ২০১৪ | accessdate=17 জানুৱাৰী 2014}}</ref>