আমাৰ সময়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
35 নং শাৰী:
 
 
'''আমাৰ সময়''' {{En|Amar xomoy}} হৈছে এখন [[অসমীয়া ভাষা]]ৰ সাপ্তাহিক বাতৰি কাকত। ‘সূৰ্যোদয় গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশিত এই কাকতখন বৰ্তমান [[মাজুলী]]ৰ পৰা প্ৰতি দেওবাৰে প্ৰকাশ পাই আহিছে। কাকতখন প্ৰথম প্ৰকাশ পাইছিল ২০২০ চনৰ ৫ জানুৱাৰী তাৰিখে।<ref name="আমি অসমৰ জণগণ">{{cite press release | date=৩জুন ২০২০ | accessdate=21 August 2020}}</ref> উল্লেখযোগ্য যে কাকতখন মাজুলীৰ পৰা প্ৰকাশিত প্ৰথমখন সাপ্তাহিক কাকত<ref name="নিয়মীয়া বাৰ্তা ">{{cite news | url=https://niyomiyabarta.org/epaper/ | date=১৪ জুন 2020 | agency=প্ৰকাশক-প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড | accessdate=21 August 2020 | location=গুৱাহাটী}}</ref><ref name="গণ বাৰ্তা">{{cite web | title=মাজুলীৰ প্ৰথমখন সাপ্তাহিক কাকত।বাতৰি কাকত 'আমাৰ সময়'ৰ কাৰ্যালয় উদ্বোধন | publisher=গণ বাৰ্তা | accessdate=4 October 2020}}</ref>।
 
==সমল==
42 নং শাৰী:
মুঠ ১৪ পৃষ্ঠাজোৰা আমাৰ সময় কাকতখনে বাতৰি আৰু ভিন্ন বিষয় বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰত্যেকটো পৃষ্ঠা শ্ৰেণীকৰণ কৰিছে।
 
পৃষ্ঠাসমূহ সাধাৰণতে মুখ্য পৃষ্ঠা, খবৰ, প্ৰবন্ধ, সম্পাদকীয়, কাব্যবৃষ্টি (কবিতাৰ পৃষ্ঠা), ৰংঘৰ (শিশু উপযোগী বিশেষ লেখা), সানমিহলি, আঞ্চলিক বাতৰি আদিৰ লগতে মাহটোৰ প্ৰতিটো সংখ্যাত এটি বিশেষ পৃষ্ঠা বিদ্যাদৰ্পণ (শিক্ষাৰ্থীৰ বাবে), নৱপ্ৰজন্মৰ সময় (মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে) আৰু খ্যাত-অখ্যাত জীৱনী, শিল্পবাৰ্তা (এক সাক্ষাৎকাৰ) আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। <ref name="অসমীয়া প্ৰতিদিন">{{cite press release | url=https://epaper.asomiyapratidin.in/ | publisher=যতীন চৌধুৰী | date=১৪জুন ২০২০ | accessdate=21 August 2020}}</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:বাতৰি কাকত]]
"https://as.wikipedia.org/wiki/আমাৰ_সময়"ৰ পৰা অনা হৈছে