এলনৱিক গাৰ্ডেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
11 নং শাৰী:
== বিষাক্ত বাগিচা ==
নিচা আৰু বিষাক্ত উদ্ভিদৰ বৈশিষ্ট্যযুক্ত বাগিচা এখন ২০০৫ চনৰ ফ্ৰেব্ৰুৱাৰীত যুক্ত কৰা হৈছিল। বিষাক্ত বাগিচাখনত প্ৰজাতিসমূহৰ মাজত আছে- ষ্ট্ৰাইকনচ্‌ নাক্সভোমিকা (ষ্ট্ৰাইচিনৰ উৎস), হেমলক, ৰিকিনাচ কমিনিচ (নিৰীহ কাষ্টৰ অয়েলৰ উৎস কিন্তু মাৰাত্মক ৰিকিন), ফক্সগ্লোভ, এট্ৰোপা বেলাদোনা ( সাধাৰণত ডেডলি নাইটশেড), ব্ৰুগমানচিয়া আৰু লেবাৰ্নাম৷<ref>{{cite web|url=http://blog.roadtrippers.com/blog/everything-in-the-worlds-most-poisonous-garden-wants-to-kill-you|title=Everything in the world's most poisonous garden wants to kill you|publisher=}}</ref> বিষাক্ত বাগিচাৰ মিচনত আছে ঔষধ শিক্ষা৷
 
== লগতে চাওক ==
 
# [[উদ্ভিদ]]
# [[ইংলেণ্ড]]
 
== তথ্য সংগ্ৰহ ==