ৰামচৰণ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
32 নং শাৰী:
 
== ৰচনাৱলী ==
ৰামচৰণ ঠাকুৰে ৰচনা কৰা পুথিৰ ভিতৰত <big>কংস-বধ</big> নাটক আৰু শংকৰদেৱৰ সংস্কৃত ৰচনা ভক্তিৰত্নাকৰৰ অসমীয়ালৈ ভাঙনি <big>পদ-ভক্তি ৰত্নাকৰ</big> কৰে। <big>শঙ্কৰ-মাধৱ-সংবাদ ৰূপে ভক্তি-ৰত্ন অথবা টীকাভাষ্য</big> নামৰ সৰু পুথি এখনো ৰামচৰণৰ নামত প্ৰচলিত আছে যদিও সমালোচকসকলে এয়া ৰামচৰণ ঠাকুৰৰ ৰচনা হয় নে নহয় সেই লৈ একমত নহয়।<ref name="4D">{{cite book | date=জুন ১৯৯৭ | first1=শিৱনাথ | last1=বৰ্মন, | title=অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) | publisher=আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা | location=গুৱাহাটী | pages=৪৮৬}}</ref><br>
 
== গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত ==
ৰামচৰণ ঠাকুৰৰ নামত বহুলভাবে প্ৰচলিত আন এখনি পুথি হ’ল – গুৰু চৰিত বা শঙ্কৰ-চৰিত বা বৰচৰিত। অৱেশ্য়ে এইখনৰ লেখক ৰামচৰণ ঠাকুৰ মাধৱৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ একেজন হয় নে নহয় তাকো লৈ ভিন্নমত আছে।