সতী বেউলা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{about| ১৯৫৪ত মুক্তি পোৱা নিৰ্মিত অসমীয়া চলচ্চিত্ৰখন|মনসা কাব্যৰ অন্যতম চৰিত্ৰ| বেউলা}}
{{Infobox film
| name = সতী বেউলা <br />Sati Beula
| image = সতী বেউলা.jpg
| image size = 250
| alt =
| caption = সতী বেউলা ছবিৰ এটা দৃশ্য
| director = সুনীল গাঙ্গুলী
| producer = ৰামনিকলাল প্ৰডাকচন
| writer = প্ৰবীন ফুকন
| screenplay =
| story = [[:bn:মনসামঙ্গল|পদ্মপুৰাণৰ]] বেহুলা-লক্ষীন্দৰৰলক্ষ্মীন্দৰৰ আখ্যানৰ আধাৰত
| based on = ১৯৫৩ চনত মুক্তি পোৱা বাংলাবঙালী 'সতী বেহুলা'ৰ অসমীয়া ৰূপান্তৰ
| narrator =
| starring = [[ফণী শৰ্মা]]
| music = [[ভূপেন হাজৰিকা]]
| choreography =
| cinematography =
| editing =
| studio =
| distributor =
| released = ১৯৫৪
| runtime =
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[অসমীয়া]]
| budget =
| gross =
}}
'''সতী বেউলা''' ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া [[অসমীয়া কথাছবি]], পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। [[কলকাতা]]ৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বাংলাবঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।<ref name="atul">{{Cite book |title=মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭}}</ref> বাংলাবঙালী ছবিখন ১৯৫৩ চনত মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল [[:en:Chhabi Biswas| ছবি বিশ্বাসে]]।<ref name="cinestaan">{{Cite web |title=SATI BEHULA |url=https://www.cinestaan.com/movies/sati-behula-35770}}</ref> সতী বেউলা মূলতঃ বাংলাবঙালী সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।<ref name="atul" />
 
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভুমিকাতভূমিকাত অভিনয় কৰিছিল [[ফণী শৰ্মা]]ই।<ref name="atul" />
 
|quoteছবিখনৰ বিষয়ে =[[অতুলচন্দ্ৰ হাজৰিকা]]ই মঞ্চলেখাত কৈছিল:{{cquote|"দৰাচলতে কাহিনীটো মূল বঙলা কাহিনীৰ অসমীয়া ৰূপান্তৰহে আছিল। সেই কাৰণে ছবিখনিত বেউলাই নিজৰ ৰূপত অসম জীয়ৰী হৈ আত্মপ্ৰকাশ কৰিবলৈ সুযোগ নাপালে, কামৰূপৰ চান্দো সাওদেও নিজা ৰূপ প্ৰতিপন্ন কৰিব নোৱাৰিলে। কীৰ্তিমান অভিনেতা ফণী শৰ্মায়ো এই ছবিত নিজৰ বৈশিষ্টবৈশিষ্ট্য দেখুৱাব নোৱাৰিলে। অসমীয়া চান্দ সদাগৰ আৰু বেউলাৰ প্ৰকৃত ৰূপত নাট্যকাৰে দাঙি ধৰিব নোৱাৰাৰ বাবেই ছবিখন অসমীয়া ৰাইজৰ বাবে আকৰ্ষণীয় নহ'ল বুলিয়ে ক'ব পাৰি। "}}
{{quote box
|quote =দৰাচলতে কাহিনীটো মূল বঙলা কাহিনীৰ অসমীয়া ৰূপান্তৰহে আছিল। সেই কাৰণে ছবিখনিত বেউলাই নিজৰ ৰূপত অসম জীয়ৰী হৈ আত্মপ্ৰকাশ কৰিবলৈ সুযোগ নাপালে, কামৰূপৰ চান্দো সাওদেও নিজা ৰূপ প্ৰতিপন্ন কৰিব নোৱাৰিলে। কীৰ্তিমান অভিনেতা ফণী শৰ্মায়ো এই ছবিত নিজৰ বৈশিষ্ট দেখুৱাব নোৱাৰিলে। অসমীয়া চান্দ সদাগৰ আৰু বেউলাৰ প্ৰকৃত ৰূপত নাট্যকাৰে দাঙি ধৰিব নোৱাৰাৰ বাবেই ছবিখন অসমীয়া ৰাইজৰ বাবে আকৰ্ষণীয় নহ'ল বুলিয়ে ক'ব পাৰি।
|source = মঞ্চলেখা, অতুলচন্দ্ৰ হাজৰিকা
|width = 40%
|align = left
}}
 
==তথ্য উৎস==
{{Reflist}}
{{অসমীয়া চলচ্চিত্ৰ}}
 
{{অসমীয়া চলচ্চিত্ৰ}}
[[শ্ৰেণী:পোখালি]]
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
[[শ্ৰেণী:১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ]]