ৰবাৰ্ট ফ্ৰ'ষ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
16 নং শাৰী:
| signature = Robert Frost Signature.svg
}}
'''ৰবাৰ্ট ফ্ৰ'ষ্ট''' ({{lang-en|Robert Frost}}; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; {{lang|en|Robert Lee Frost}}; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল। এইবোৰ কাৰণতেই তেওঁক উচ্চ শাৰীৰ ব্যক্তি সকলৰ মাজত এজন বুলি গণ্য কৰা হয়।<ref name=britannica>{{cite encyclopedia | encyclopedia= Encyclopædia Britannica | title=Robert Frost | url=http://www.britannica.com/eb/article-9035504/Robert-Frost | edition=Online edition | year=2008 | publisher= | accessdate=2008-12-21}}</ref> তেওঁৰ কৰ্মৰাজিৰ মূল বিষয়বস্তু বিংশ শতিকাৰ প্ৰথম ভাগৰ ইংলেণ্ডৰ গ্ৰাম্য অঞ্চল সমূহ আছিল। ইয়াৰ দ্বাৰাই তেওঁ জটিল সামাজিক দাৰ্শনিক আৰু বিষয়বস্তু সমূহ পৰীক্ষা কৰিছিল। সেই সময়ৰ এজন জনপ্ৰিয় আমেৰিকাৰ কবি হিচাপে পৰিচিত, ৰবাৰ্ট ফ্ৰ'ষ্টে কাব্য-চৰ্চাৰ বাবে তেওঁৰ জীৱনকালত চাৰিবাৰকৈ [[পোলিৎজাৰপুলিৎজাৰ বঁটা]] (Pulitzer Prize)ৰে সন্মানিত হৈছিল।
 
==জীৱন কাল==