"সমাৰ্থক শব্দ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

48 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
গংগা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
(গংগা)
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
অসমীয়াত ব্যৱহৃত কিছুমান সমাৰ্থক হ’ল:
===অ===
*'''অতি :''' অত্যন্ত, অতিশয়, অধিক, খুব, পৰম।
*'''অগ্নি :''' জুই, অনল, বহ্নি, হুতাশন, পাৱক।
*'''অনুৰাগ :''' আসক্তি, প্ৰেম।
*'''অন্ধকাৰ :''' তমঃ, তিমিৰ, আন্ধাৰ, নিশি।
*'''অমৰাপুৰী :''' স্বৰ্গ, দেৱলোক।
*'''অমৃত :''' সুধা, অমিয়, পীযুষ।
*'''অৰ্থ :''' ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, সম্পদ, বিত্ত, ঐশ্বৰ্য
*'''অলংকাৰ :''' আভৰণ, কানি-কাপোৰ
*'''অসুৰ :''' দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি,দিতিসুত,দেৱৰিপু।
*'''অসুখ:''' অশান্তি, বেজাৰ, অসন্তোষ, অসুস্থতা।
===আ===
*'''আকাশ :''' অম্বৰ, গগণ, ব্যোম, শূন্য।
*'''আচমান :''' আকাশ
*'''আত্মীয় :''' কুটুম, আপোন, মানুহ, সম্বন্ধীয় মানুহ।
*'''আনন্দ :''' ৰং, আমোদ, ধেমালি।
*'''আভৰণ :''' অলংকাৰ, কানি-কাপোৰ।
*'''আহত :''' আঘাত, কোব, মাৰ, প্ৰহাৰ।
*'''আবেদন :''' দৰ্খাস্ত, প্ৰাৰ্থনা, নিৱেদন।
*'''আৰাও :''' মাত, চিঞৰ, শব্দ।
===ই===
*'''ইচ্ছা :''' আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ, হাবিলাষ।
 
===ঈ===
*'''ঈশ্বৰ :''' নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল,দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ,জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্ৰভু, কৃষ্ণ, জগ‍‍‍‍ৎ পিতা, ধাতা, দয়াময়, জগতস্ৰষ্টা, কৰুণাময়।
===উ===
*'''উজু :''' সৰল, সহজ, ঢিলা।
*'''উত্তম :''' উৎকৃষ্ট, ভাল, শ্ৰেষ্ঠ, সুন্দৰ, পৰম।
*'''উভতি :''' উলটি।
===ঋ===
*'''ঋণ :''' কৰ্জ, দেনা, ধাৰ। পুথি
?
===ক===
*'''কথা :''' উক্তি, বচন, বাক্য, ভাষণ, শব্দ।
*'''কন্যা :''' দুহিতা, তনয়া, জীয়াৰী।
*'''কপাল :''' কপোল, ললাট।
*'''কম :''' তাকৰ, নগণ্য।
*'''কৰুণ :''' কাতৰ, ব্যাকুল।
*'''কলংক :''' দাগ, চেকা, কালিমা
*'''কাপোৰ :''' বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।
*'''কাৰেং :''' ৰাজপ্ৰাসাদ; ৰজাৰ অট্টালিকা।
*'''কিতাপ :''' পুস্তক, গ্ৰন্থ, পুথি।
*'''কিৰণ :''' জেউতি, দীপ্তি, ৰশ্মি, বন্তি, পোহৰ।
*'''কুশল :''' কল্যাণ, মঙ্গল, শুভ, সুখ, সমৃদ্ধি।
*'''কুসুম :''' পুষ্প, ফুল, কুঞ্জ।
*'''কেৰাহি :''' বেকাঁ দৃষ্টি,
*'''কেৰাহী :''' লোহৰা,
*'''কেৰু :''' কেয়ূৰ, থুৰীয়া, কাণ ফুলি
 
==গংগা==
==তথ্যসংগ্ৰহ==
[[শ্ৰেণী:ব্যাকৰণ]]
[[শ্ৰেণী:ভাষা]]
বেনামী ব্যৱহাৰকাৰী