প্ৰেমচন্দ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
তথ্য উৎস যোগ
 
18 নং শাৰী:
}}
 
'''প্ৰেমচন্দ''' (হিন্দী-प्रेमचंद''')''' [[হিন্দী ভাষা|হিন্দী]] আৰু [[উৰ্দু]] ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল।<ref name="swan">''Munshi Premchand of nami Village'', Robert O. Swan, Duke University Press, 1969</ref> তেওঁৰ প্ৰকৃত নাম আছিল ''ধনপত ৰায় শ্ৰীবাস্তৱ।''<ref name="firstbio">({{cite book |last1=Gopal |first1=Madan |title=Premchand |date=19 December 1944 |publisher=The Bookabode |location=Lahore |edition=1}}</ref> তেওঁ ''সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান'' আদি জনপ্ৰিয় উপন্যাস তথা ''কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা'' আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা ''জাগৰণ'' তথা সাহিত্যিক পত্ৰিকা ''হংস''ৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।
 
== সাহিত্যিক অৱদান ==
"https://as.wikipedia.org/wiki/প্ৰেমচন্দ"ৰ পৰা অনা হৈছে