চেনি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{unreferenced}}
{{stub}}
<!-- {{About|খাদ্য হিচাপে ব্যৱহৃত মিঠা সোৱাদৰ পদাৰ্থ|সাধাৰণ চেনিসমূহৰ তালিকা|ছুক্ৰ’জ|অন্য ব্যৱহাৰ|চেনি (দ্ব্যাৰ্থতা দূৰীকৰণ)}}
{{short description|generic name for sweet-tasting, soluble carbohydrates}} -->
 
[[File:Sucre blanc cassonade complet rapadura.jpg|thumb|[[বগা চেনি]], পৰিশোধন নকৰা চেনি আদি বিভিন্ন প্ৰকাৰৰ চেনি]]
[[File:Sugar cubes V1.jpg|thumb|200|চেনি]]
'''চেনি''' ({{Lang-en|Sugar}}) হৈছে মিঠা সোৱাদযুক্ত, পানীত দ্ৰৱনীয় কাৰ্বহাইড্ৰটৰ সাধাৰণ নাম। বেছিভাগ চেনি খাদ্য হিচাপে ব্যৱহৃত হয়। বিভিন্ন প্ৰকাৰৰ চেনি বিভিন্ন উৎসৰ পৰা আহৰণ কৰা হয়।
 
চেনিৰ গঠন স্ফটিকাকাৰ, প্ৰধানতঃ চুক্ৰ’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্ৰুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদাৰ্থ। মানুহৰ জিভাত ইয়াক মিঠা সোৱাদৰ অনুভূতি লাভ কৰে। চেনি মূলতঃ হ’ল খাদ্য বস্তুত থকা [[পুষ্টিকাৰক|কাৰ্ব’হাইড্ৰেট]] (carbohydrate) যি কুঁহিয়াৰত প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায়। মৰ্টন জাতীয় খাদ্যত চেনি হৈছে মূল উপাদান। যথেষ্ট বেছি পৰিমাণে চেনি গ্ৰহণ কৰিলে মানুহৰ দৃষ্টি শক্তি কমা, দাঁত ক্ষয় যোৱা আদিৰ দৰে বহু ধৰণৰ ৰোগ হ’ব পাৰে। [[মধুমেহ]] ৰোগীয়ে চেনি খোৱা উচিত নহয়।
 
বিজ্ঞানৰ ভাষাত চেনি হৈছে যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide)। মন’চেকাৰাইড যেনে গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়িনক শক্তি জীৱৰ কোষে আন শক্তিলৈ ৰূপান্তৰিত কৰে।
 
গ্লুক’জৰ ৰাসায়িনক সূত্ৰ হ’ল C<sub>6</sub>H<sub>12</sub>O<sub>6</sub>।
{{stub}}
 
== তথ্যসূত্ৰ ==
"https://as.wikipedia.org/wiki/চেনি"ৰ পৰা অনা হৈছে