১৩ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2405:204:B08E:BAB1:B69:A37E:A4:55B (আলোচনা)-ই কৰা 183853 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
*১. ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা [[অশোক কুমাৰ]]ৰ জন্ম হয় ।
*২. ১৯১১ চনৰ আজিৰ দিনটোতে [[ভগ্নী নিবেদিতা]]ৰ মৃত্যু হয় ।
*৩. ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা [[কিশোৰ কুমাৰ]]ৰ মৃত্যু হয় ।
*৪. ২০০১ চনৰ আজিৰ দিনটোতে [[আফগানিস্তান]]ত এসপ্তাহ মাৰ্কিন আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয় , বহু লোক আক্ৰান্ত হয় ।
৫. ১৯৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
৬. ১৯৯৯ চনৰ আজিৰ দিনটোতে অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
৭. ১৯৯৯ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty(CTBT)ৰ বিৰোধিতা কৰিছিল।
৮. ১৯৪৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক নুচৰত ফটেহ আলী খানৰ জন্ম হৈছিল।
৯. ১৮৯৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্তেইন চি.কে. নাইডুৰ জন্ম হৈছিল।
১০. ১৯৪৩ চনৰ আজিৰ দিনটোতে ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
 
[[শ্ৰেণী:অক্টোবৰ]]