গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

121 নং শাৰী:
 
==ৰাজনীতি==
গোলাঘাট [[কলিয়াবৰ (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ ক্ৰমে অজন্তা নেওগ।নেওগ আৰু ৰ'জলিনা তিৰ্কী। ইয়াৰোপৰি অসম গণ পৰিষদ দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেন ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাওঁ সমষ্টিৰ বিধায়ক। ভাৰতীয় জনতা পাৰ্টীৰ দখলত থকা খুমটাই দলৰ বিধায়ক মৃণাল শইকীয়া।
 
==বাহ্যিক সংযোগ==
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে