ইন্দিৰা গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{ref improve}}
{{Expand article}}
{{Infobox officeholder
|name = ইন্দিৰা গান্ধী
|image = Indira Gandhi in 1967.jpg
|office = [[Listভাৰতৰ ofপ্ৰধানমন্ত্ৰীসকলৰ Prime Ministers of Indiaতালিকা|ভাৰতৰ তৃতীয়]] [[ভাৰতৰ প্ৰধান মন্ত্ৰীপ্ৰধানমন্ত্ৰী|প্ৰধান মন্ত্ৰীপ্ৰধানমন্ত্ৰী]]
|president = [[Neelam Sanjiva Reddy|নীলম সঞ্জীৱাসঞ্জীৱ ৰেড্ডী]]
[[Zail Singh|জাইলজেইল সিং]]
|term_start = ১৪ জানুৱাৰী, ১৯৮০
|term_end = ৩১ অক্টোবৰ, ১৯৮৪
|predecessor = [[চৰণ সিং]]
|successor = [[ৰাজীৱ গান্ধী]]
|president2 = [[Sarvepalliসৰ্বপল্লী Radhakrishnan|ৰাধাকৃষ্ণণ]]
[[Zakirজাকিৰ Hussainহুছেইন (politicianৰাজনীতিবিদ)|জাকিৰ হুছেইন]]
[[V.বৰাহগিৰি V.ভেংকট Giriগিৰি|ভেংকট গিৰি]] ([[Acting President of India|সাময়িকী]]ভাৰপ্ৰাপ্ত)
[[Mohammadমহম্মদ Hidayatullah|হিদায়উল্লাহহিদায়তুল্লাহ]] ([[Acting President of India|Acting]]ভাৰপ্ৰাপ্ত)
[[V.বৰাহগিৰি V.ভেংকট Giriগিৰি|ভেংকট গিৰি]]
[[ফখৰুদ্দিন অঅলিআলি আহমেদ]]
[[Basappaবাছাপ্পা Danappaদানাপ্পা Jatti|জাত্তি]] ([[Acting President of India|সাময়িকী]]ভাৰপ্ৰাপ্ত)
|deputy2 = [[মোৰাৰজী দেশাই]]
|term_start2 = ২৪ জানুৱাৰী, ১৯৬৬
|term_end2 = ২৪ মাৰ্চ, ১৯৭৭
|predecessor2 = [[গুলজাৰিলাল নন্দনন্দা]] ([[Acting President of India|সাময়িকী]]ভাৰপ্ৰাপ্ত)
|successor2 = [[মোৰাৰজী দেশাই]]
|office3 = [[Minister of External Affairs (India)|ভাৰতৰ বৈদেশিক মন্ত্ৰী]]
|term_start3 = ৯ মাৰ্চ, ১৯৮৪
|term_end3 = ৩১ অক্টোবৰ, ১৯৮৪
|predecessor3 = [[P.পি V.ভি Narasimhaনৰসিংহ Raoৰাও|নৰসিংহ ৰাও]]
|successor3 = [[ৰাজীৱ গান্ধী]]
|term_start4 = ২২ আগষ্ট১৯৬৭আগষ্ট, ১৯৬৭
|term_end4 = ১৪ মাৰ্চ, ১৯৬৯
|predecessor4 = [[M. C. Chagla|এম চি চাগলা]]
|successor4 = [[দিনেশ সিং]]
|office5 = [[Minister of Defence (India)|ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী]]
|term_start5 = 1১৪১৪ জানুৱাৰী, ১৯৮০
|term_end5 = ১৫ জানুৱাৰী, ১৯৮২
|predecessor5 = [[Chidambaram Subramaniam|চিচিদাম্বৰম সুব্ৰমনিয়াম]]
|successor5 = [[R. Venkataraman|আৰ ভেংকটৰমণভেঙ্কটৰমন]]
|term_start6 = ৩০ নৱেম্বৰ, ১৯৭৫
|term_end6 = ২০ ডিচেম্বৰ, ১৯৭৫
|predecessor6 = [[Sardar Swaran Singh|চৰ্দাৰ চৰণ সিং]]
|successor6 = [[বংশী লাল]]
|office7 = [[Minister for Home Affairs (India)|ভাৰতৰ গৃহমন্ত্ৰী]]
|term_start7 = ২৭ জুন, ১৯৭০
|term_end7 = ৪ ফেব্ৰুৱাৰী, ১৯৭৩
|predecessor7 = [[Yashwantrao Chavan|যশৱন্ত চৱন]]
|successor7 = [[Uma Shankar Dikshit|উমা শংকৰ দীক্ষিত]]
|office8 = [[Minister of Finance (India)|ভাৰতৰ বিত্তমন্ত্ৰী]]
|term_start8 = ১৬ জুলাই, ১৯৬৯
|term_end8 = ২৭ জুন, ১৯৭০
|predecessor8 = [[মোৰাৰজী দেশাই]]
|successor8 = [[Yashwantrao Chavan|যশৱন্ত চৱন]]
|birth_date = {{birth date|1917|11|19|df=y}}
|birth_place = [[স্বৰাজ ভৱন, এলাহাবাদ|আনন্দ ভৱন]], [[এলাহাবাদ]], [[উত্তৰ প্ৰদেশ]]
|death_date = {{death date and age|1984|10|31|1917|11|19|df=y}}
|death_place = [[নতুন দিল্লী]], [[ভাৰত]]
|alma_mater = [[Viswa Bharati University|বিশ্ব ভাৰতী বিশ্ববিদ্যালয়]], [[কলকাতা]]
|party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|relations = [[জৱহৰলালজৱাহৰলাল নেহৰু]] (পিতৃ)
|spouse = [[ফিৰোজ গান্ধী]]
|children =[[ৰাজীৱ গান্ধী]]
[[সঞ্জয় গান্ধী]]

''''ইন্দিৰা গান্ধী''' (''{{lang-en|Indira Gandhi}}''); (১৯১৭-১৯৮৪১৯১৭–১৯৮৪) ভাৰত প্ৰথম মহিলা প্ৰধান মন্ত্ৰীপ্ৰধানমন্ত্ৰী, [[জৱাহৰলাল নেহেৰুনেহৰু]]ৰ কন্যা আছিল। তেওঁ [[লালবাহাদুৰ শাস্ত্ৰী]] মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। [[মহাত্মা গান্ধী]]ৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত [[জব্বলপুৰ]]তজব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, [[পূব আফ্ৰিকা]]ত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-[[আমেৰিকা]]নৰআমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত [[ভাৰত- ৰত্ন]] উপাধিৰে তেওঁক [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] সন্মানিত কৰে।<ref name="ইন্দিৰা গান্ধী">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৫৭,৫৮,৫৯,৬০,৬১,৬২,৬৩}}</ref>

==জন্ম আৰু পৰিয়াল==
ইন্দিৰা গান্ধীৰ জন্ম হয় ১৯১৭ চনৰ ১৯ নবেম্বৰত [[উত্তৰ প্ৰদেশ]]ৰ [[এলাহাবাদ]]ৰ '''আনন্দ[[স্বৰাজ ভৱন'''ত।, এলাহাবাদ|আনন্দ ভৱনত]]। তেওঁৰ পিতৃ বিশ্ব বৰেণ্য নেতা,আছিল ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীপ্ৰধানমন্ত্ৰী [[জৱাহৰলাল নেহেৰুনেহৰু]] আৰু মাতৃ [[কমলা নেহেৰুনেহৰু]]। তেওঁৰ মাক সৰুকালতেই ঢুকোৱাত, পিতাকৰ মৰম-স্নেহতে ডাঙৰ দীঘল হয়। কবিগুৰু [[ৰবীন্দ্ৰৰবীন্দ্ৰনাথ নাথঠাকুৰ|ৰবীন্দ্ৰনাথ ঠাকুৰে]] সৰুতে ইন্দিৰাক নাম দিছিল '''প্ৰিয়দৰ্শিনী'''।প্ৰিয়দৰ্শিনী। তেওঁৰ ককাকৰ নাম আছিল [[মতিলাল নেহেৰুনেহৰু]]। সৰুৰে পৰা তেওঁ নানা শিক্ষাৰে শিক্ষিত হৈছিল। ঘৰুৱা পৰিবেশৰ পৰাই তেওঁ সৰুতেই ৰাজনৈতিক শিক্ষা আয়ত্ত কৰিছিল। সেইসময়ত আনন্দ ভৱন [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছৰ]] প্ৰধান কাৰ্য্যালয় আছিল। ১৯৪২ চনত ইন্দিৰা গান্ধীয়ে অসম অইল কোম্পানীৰ মুৰব্বী বিষয়া '''ফিৰোজ গান্ধী'''ৰগান্ধীৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু তেতিয়াৰে পৰাই তেওঁ গান্ধী উপাধি গ্ৰহণ কৰিছিল। তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী আছিল দুই সন্তান ক্ৰমে-- [[সঞ্জয় গান্ধী]] আৰু [[ৰাজীৱ গান্ধী]]।<ref name="ইন্দিৰা গান্ধী"/>

==শিক্ষা জীৱন==
ইন্দিৰা গান্ধীয়ে স্কুলীয়া শিক্ষা একাধিকক্ৰমে লাভ কৰিব পৰা নাছিল। পোনতে [[পুনা]]ৰ গুজৰাটী বিদ্যালয় এখনত শিক্ষা আৰম্ভ কৰি পাছত [[শান্তিনিকেতন]]লৈ যায়। ১৯৩৪ চনত [[মোম্বা]]ইমোম্বাই বিশ্ববিদ্যালয়ৰ পৰা মেট্ৰিকুলেচন পাছ কৰে আৰু বিশ্বভাৰতীত ভৰ্তি হয় ১৯৩৪ চনৰ জুলাই মাহত। শান্তিনিকেতনত কবিগুৰু ৰবীন্দ্ৰী নাথৰবীন্দ্ৰনাথ ঠাকুৰৰ তত্ত্বাবদানত সংগীত-নৃত্যকলা সাধনাৰ শিক্ষা লাভ কৰে। তেওঁ ১৯৩৫ চনত অধ্যয়নৰ বাবে [[চুইজাৰলেণ্ড]]লৈ যায়। তাৰ পিছত তেওঁ ১৯৩৬ চনত [[অক্সফোৰ্ডঅক্সফ'ৰ্ড বিশ্ববিদ্যালয়]] বিশ্ববিদ্যালয়লৈলৈ যাত্ৰা কৰে। নানা অসুবিধাত তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে কিন্তু জেলৰ পাৰ পিতাকে বিশ্বসাহিত্য-সভ্যাত-কৃষ্টি-ৰাজনীতি বিষয়ৰ যিবোৰ চিঠি প্ৰেৰণ কৰিছিল সেই চিঠিৰ সাৰমৰ্ম পাঠ্য-পুথিৰ শিক্ষাতকৈ কোনোগুণে হীন নাছিল আৰু সেই শিক্ষাকে কণ্ঠস্থ কৰিছিল ইন্দিৰা গান্ধীয়ে। তদুপৰি স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ, বিদেশ ভ্ৰমণৰ অভিজ্ঞতা, বিশ্বভাৰতীৰ শিক্ষা, বৃটিছ শ্ৰমিক পাৰ্টি আৰু ছাত্ৰ আন্দোলনৰ লগত স্থাপন হোৱা সম্পৰ্কৰ অভিজ্ঞতাও ভবিষ্যত্ভবিষ্যত জীৱনৰ সমাজবাদী আদৰ্শৰ ভেটি স্বৰূপ আছিল।<ref name="ইন্দিৰা গান্ধী"/>

==ৰাজনৈতিক জীৱন==
১৯১৬ চনত [[জব্বলপুৰ]]তজব্বলপুৰত হিন্দু-মুছলিম বিৰোধ সাম কটাৰ পিছত ১৯৩৭ চনত ইন্দিৰা গান্ধী নিৰ্বাচনৰ কামত ওতপ্ৰোত ভাবে জড়িত হৈ পৰে। ১৯৩৮ চনত তেওঁক কংগ্ৰেছৰ এগৰাকী সদস্যা হিচাপে অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল। তাৰ পিছত কংগ্ৰেছ মহিলা শাখাৰ চেয়াৰমেন নিৰ্বাচিত হয়। কেন্দ্ৰীয় নিৰ্বাচন আয়োগ, কেন্দ্ৰীয় সংসদী পৰিষদ আৰু সৰ্বভাৰতীয় কংগ্ৰেছৰো তেওঁ সভানেত্ৰী আচিল। বাল সহযোগ, কমলা নেহেৰুনেহৰু বিদ্যালয়, বাল ভৱন, ভাৰতীয় শিশু কল্যাণ সন্থাৰ সভানেত্ৰীৰ উপৰিও আন্তৰ্জাতিক শিশু কল্যাণ সন্থাৰো তেওঁ উপ-সবানেত্ৰীসভানেত্ৰী আছিল। তদুপৰি তেওঁ কেন্দ্ৰেীয় সমাজ উন্নয়ন সমিতি, সৰ্বভাৰতীয় হস্তশিল্প সমিতি, ৰাষ্ট্ৰীয় ঐক্যসাধন সমিতি, কেন্দ্ৰীয় শিক্ষা বিভাগ আৰু সাংস্কৃতিক উন্নয়ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ লগতো তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল। ১৯৬৪ চনত [[লালবাহাদুৰ শাস্ত্ৰীৰশাস্ত্ৰী]]ৰ মন্ত্ৰীসভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী নিযুক্ত হয়। ১৯৬৬ চনত লালবাহাদুৰ শাস্ত্ৰীৰ অকাল মৃত্য হয় আৰু আকৌ [[গলজাৰিলালগুলজাৰিলাল নন্দনন্দা]] ভাৰতৰ প্ৰধান মন্ত্ৰীপ্ৰধানমন্ত্ৰী হয়। গলজাৰিলালৰগুলজাৰিলালৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ইন্দিৰা গান্ধী। ১৯৬৭ চনৰ ১২ মাৰ্চত চতুৰ্থ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ ইন্দিৰা গান্ধী দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি [[ড॰ জাকিৰ হুছেইন (ৰাজনীতিবিদ)|জাকিৰ হুছেইনৰ]] মৃত্যু হোৱাত সেই পদ পূৰণৰ বাবে সমস্যাৰ সৃষ্টি হয়। উপৰাষ্ট্ৰপতি [[বৰাহগিৰি ভেংকট গিৰি|ভি ভি গিৰিগিৰিয়ে]]য়ে কাৰ্যবাহী ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ লয়। ১৯৬৯ চনৰে বাঙ্গালোৰ অধিবেশনে ৰাষ্ট্ৰপতি ৰূপে পাবলৈ বিচাৰিলে [[নীলম সঞ্জীৱ ৰেড্ডী]]ক। ইন্দিৰা গান্ধীয়ে মনোনয়নত স্বাক্ষৰ দানো কৰিলে। ইয়াৰ প্ৰতিবাদ ভি ভি গিৰিয়েও ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত নামিল। ইন্দিৰা গান্ধীয়েও গিৰিৰ হৈ সমৰ্থন আগবঢ়ালে। গিৰি নিৰ্বাচিত হ’ল ৰাষ্ট্ৰপতি হিচাপে। ইন্দিৰা গান্ধীৰ এই কাৰ্য্যত কংগ্ৰেছৰ '''ৰাইট অৱ চেণ্টাৰ'''ৰচেণ্টাৰৰ সৈতেও তেওঁৰ বিৰোধ হৈ পৰিল। কংগ্ৰেছত বিভাজন হ’ল আৰু কংগ্ৰেছ দুটা শিবিৰলৈ ৰূপান্তৰ হ’ল, পুৰণি আৰু নতুন কংগ্ৰেছ নামেৰে। পুৰণি কংগ্ৰেছৰ সভাপতি হ’ল [[নিজলিঙ্গপ্পা]] আৰু নতুন কংগ্ৰেছৰ সভাপতি হ’ল [[জগজীৱন ৰাম]]। ২৮২ জনীয়া কংগ্ৰেছ সংসদী দলৰ ২২০ জনে ইন্দিৰাৰ সপক্ষে আৰু ৬০ জনে ডাক্তৰ ৰাম সুভাগ সিঙকে নেতা নিৰ্বাচন কৰি বিপক্ষ গ্ৰহণ কৰিলে।<ref name="ইন্দিৰা গান্ধী"/>

১৯৭১ চনত পঞ্চম অন্তৰ্ৱৰ্তীকালীন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ইন্দিৰাই বিপুল সংখ্যাগৰিষ্ঠাতাৰে জয়লাভ কৰে। ৫১৮খন আসনৰ বাবে কংগ্ৰেছে ৪৪২ জন৪৪২জন প্ৰাৰ্থী দি ৩৫১খন আসন লাভ কৰিলে। সাংগঠনিক কংগ্ৰেছে ১৬খন আসনহে লাভ কৰিবলৈ সমৰ্থ হয়। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল [[উত্তৰ প্ৰদেশৰপ্ৰদেশ]]ৰ ৰায়বেৰেলিয়ৰ পৰা আৰু মুঠ ভোট পাইছিল-- ১,৮৩,৩০৯ টা। ১৯৭১ চনৰ মাৰ্চত কংগ্ৰেছ সংসদী দলৰ সভাত ইন্দিৰা গান্ধী বিনা প্ৰতিদ্বন্দ্বিতাৰে নেতা নিৰ্বাচিত হয়। জগজীৱন ৰামে তেওঁৰ নাম প্ৰস্তাৱ কৰে আৰু সমৰ্থন কৰে [[ফকৰুদ্দিনফখৰুদ্দিন আলি আহমেদ]] আৰু [[ওৱাই,যশোৱন্ত বিচবনে|যশোৱন্ত , চবনেচবন]]।<ref name="ইন্দিৰা গান্ধী"/>

ইন্দিৰা গন্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাত অনেক সাফল্যতা পৰিলক্ষিত হয়। বিশেষকৈ ১৯৬৯ চনৰ ১৯ জুলাইত ভাৰতীয় মালিকৰ পৰিচালনাত থকা ১৪টা বাণিজ্যিক বেঙ্ক ৰাষ্ট্ৰীয়কৰণ হয়। ১৯৬৯ চনৰ জুলৈকে বেঙ্কৰ জমাৰ পৰিমাণ ৫০ কোটি টকা বা ততোধিক হোৱা বাণিজ্যিক বেংককহে ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ১৯৭১ চনৰ ৯ আগষ্ট তাৰিখে [[নতুন দিল্লী]]ত ভাৰত-[[ছোভিয়েটছ'ভিয়েট সংঘ|ছ'ভিয়েট]] শান্তি-মৈত্ৰী আৰু সহযোগিতাৰ চুক্তি ইন্দিৰাৰ আন এটা মহান স্বাক্ষৰ। ২০ বছৰীয়া ম্যাদৰ চুক্তিখনত অৰ্থনৈতিক, বৈজ্ঞানিক, কাৰিকৰী, শিল্পকলা, ক্ৰীড়া, ভ্ৰমণ, [[চিনেমা]], জনস্বাস্থ্য, [[বাতৰি-কাকত]], শিক্ষা আদিত গুৰুত্ব আৰোপ কৰা হয়। এইখন চুক্তিৰ উপৰিও ১৯৭২ চনৰ ২০ নবেম্বৰত স্বাক্ষৰিত হয় ভাৰত-ছোভিয়েটৰছ'ভিয়েটৰ আন এখন অৰ্থনৈতিক চুক্তি। এই চুক্তিত [[বোকাৰো]] আৰু [[ভিলাই তীখা কাৰখনা]]ৰ উত্পাদনউৎপাদন ক্ষমতা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়া হয়। ১৯৮০ চনৰ লোকসভাৰ সপ্তম সাধাৰণ নিৰ্বাচনৰ আৰম্ভ হ’ল, এইবাৰো ইন্দিৰা গান্ধী নিৰ্বাচিত হৈ আহিল। শাসনভাৰ হাতত লৈয়ে দেশৰ অৰ্থনৈতিক আৰু সামাজিক দিশটো টনকিয়াল কৰাৰ কাৰণে অধিক উৎসাহেৰে কৰিদফীয়া কাৰ্যসূচীত মনোনিবেশ কৰিলে। এই সময়ছোৱাতে [[পঞ্জাব, ভাৰত|পঞ্জাৱ]] আৰু [[অসম]]ত আন্দোলন গঢ়ি উঠিল। অসমৰ বিদেশী বহিস্কৰণৰ সমস্যাটো তেওঁ কোনো সুমীমাংসা কৰিব নোৱাৰিলে আৰু পাঞ্জাৱৰপঞ্জাবৰ সমস্যাটোও একো পৰিবৰ্তন কৰিব নোৱাৰিলে মৃত্যু সময়লৈকে।<ref name="ইন্দিৰা গান্ধী"/>

==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
#* ভাৰত ৰত্ন বঁটা (১৯৭১),
#* কৃষি দেৱী ছেৰেছ (১৯৭২),
#* মাতৃ (১৯৫৩),
#* ৰাষ্ট্ৰনেত্ৰী (১৯৭৩)

==মৃত্যু==
১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনত গা-ৰক্ষী উগ্ৰপন্থী শিখলোকৰ গুলীৰ আঘাতত তেওঁৰ জীৱন বন্তি নিৰ্বাপিত হয়হয়।

==তথ্য সংগ্ৰহ==
Line 82 ⟶ 81:

==গ্ৰন্থ সংযোগ==
* [[Ved Mehta]], ''A Family Affair: India Under Three Prime Ministers'' (1982) ISBN 0-19-503118-0
* [[Pupul Jayakar]], ''Indira Gandhi: An Intimate Biography'' (1992) ISBN 978-0-679-42479-6
* [[Katherine Frank]], ''Indira: the life of Indira Nehru Gandhi'' (2002) ISBN 0-395-73097-X
* [[Ramachandra Guha]], ''India after Gandhi: The History of the World's Largest Democracy'' (2007) ISBN 978-0-06-019881-7
* Inder Malhotra, ''Indira Gandhi: A personal and political biography'' (1991) ISBN 0-340-53548-2
* [http://www.asiantribune.com/news/2011/11/18/indira-gandhi-iron-lady-india Indira Gandhi – Iron Lady of India by Dr Sulakshi Thelikorala]

==বাহ্যিক সংযোগ==
* {{Commons category inline|Indira Gandhi|ইন্দিৰা গান্ধী}}
* {{dmoz|Regional/Asia/India/Society_and_Culture/History/Personalities/Gandhi%2C_Indira}}
* [http://www.india-intro.com/jawaharlal-nehru-and-indira-gandhi.html Rare pictures of Indira Gandhi]

[[শ্ৰেণী:{{ভাৰতৰ প্ৰধানমন্ত্ৰী]]}}
{{s-start}}
{{ভাৰত ৰত্ন|state=expanded}}
{{s-ppo}}
{{s-bef|before=[[U. N. Dhebar|Uchharangrai Navalshankar Dhebar]]}}
{{s-ttl|title=President of the [[Indian National Congress]]|years=1959}}
{{s-aft|after=[[Neelam Sanjiva Reddy]]}}

{{s-bef|before=[[Dev Kant Baruah]]}}
{{s-ttl|title=President of the [[Indian National Congress]]|years=1978–1984}}
{{s-aft|after=[[Rajiv Gandhi]]}}

{{s-off}}
{{s-bef|rows=2|before=[[Gulzarilal Nanda]]
Acting}}
{{s-ttl|title=[[Prime Minister of India]]|years=1966–1977}}
{{s-aft|rows=2|after=[[Morarji Desai]]}}

{{s-ttl|title=Chairperson of the [[Planning Commission (India)|Planning Commission]]|years=1966–1977}}

{{s-bef|before=[[M. C. Chagla|Mahommedali Currim Chagla]]}}
{{s-ttl|title=[[Minister of External Affairs (India)|Minister of External Affairs]]|years=1967–1969}}
{{s-aft|after=[[Dinesh Singh]]}}

{{s-bef|rows=2|before=[[Morarji Desai]]}}
{{s-ttl|title=[[Minister of Finance (India)|Minister of Finance]]|years=1969–1970}}
{{s-aft|rows=2|after=[[Yashwantrao Chavan]]}}

{{s-ttl|title=[[Minister for Home Affairs (India)|Minister of Home Affairs]]|years=1970–1973}}

{{s-bef|before=[[Sardar Swaran Singh]]}}
{{s-ttl|title=[[Minister of Defence (India)|Minister of Defence]]|years=1975}}
{{s-aft|after=[[Bansi Lal]]}}

{{s-bef|rows=2|before=[[Charan Singh]]}}
{{s-ttl|title=[[Prime Minister of India]]|years=1980–1984}}
{{s-aft|rows=2|after=[[Rajiv Gandhi]]}}

{{s-ttl|title=Chairperson of the [[Planning Commission (India)|Planning Commission]]|years=1980–1984}}

{{s-bef|before=[[Chidambaram Subramaniam]]}}
{{s-ttl|title=[[Minister of Defence (India)|Minister of Defence]]|years=1980–1982}}
{{s-aft|after=[[R. Venkataraman|Ramaswamy Venkataraman]]}}

{{s-bef|before=[[P. V. Narasimha Rao|Narasimha Rao]]}}
{{s-ttl|title=[[Minister of External Affairs (India)|Minister of External Affairs]]|years=1984}}
{{s-aft|after=[[Rajiv Gandhi]]}}
{{s-end}}

{{Prime Ministers of India}}
{{Bharat Ratna}}

{{Authority control|LCCN=n/79/64593}}
{{Authority control|VIAF=86791938}}
{{Persondata
|NAME=Gāndhī, Indira Priyadarśinī
|ALTERNATIVE NAMES=इन्दिरा प्रियदर्शिनी गान्धी (Devanāgarī)
|SHORT DESCRIPTION=[[Prime Minister of India]]
|DATE OF BIRTH={{birth date|df=yes|2002|03|05}}
|PLACE OF BIRTH=[[Allahabad]], Uttar Pradesh, India
|DATE OF DEATH={{death date|df=yes|2105|05|03}}
|PLACE OF DEATH=New Delhi, India

[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]