সৰ্বভাৰতীয় কৃষক সভা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''সৰ্বভাৰতীয় কৃষক সভা''' (অল ইণ্ডিয়া কৃষক সভা, অখিল ভাৰতীয় কৃষক সভা বা এ আই কে এচ নামেৰেও পৰিচিত) আছিল পাৰ্টিৰ[[ভাৰতৰ কমিউনিষ্ট পাৰ্টি]]ৰ কৃষক ফ্ৰণ্ট। ১৯৩৬ চনত সহজানন্দ সৰস্বতীয়ে এই গুৰুত্বপূৰ্ণ কৃষক সংগঠনটো প্ৰতিষ্ঠা কৰে। পাছলৈ ই দুটা ভাগত বিভক্ত হয়। তৎসত্ত্বেও অংশ দুটা একে নামেৰে পৰিচিত: এ আই কে এচ (অজয় ভবন) আৰু এ আই কে এচ (অশোক ৰ’ড)।
 
==ইতিহাস==
 
কৃষকসভা আন্দোলনৰ প্ৰথম আৰম্ভণি হয় বিহাৰত, সহজানন্দ সৰস্বতীৰ নেতৃত্বত। তেওঁ কৃষকসকলৰ ভূ-সম্পত্তিৰ অধিকাৰত জমিদাৰসকলৰ হস্তক্ষেপৰ বিৰূদ্ধে কৃষকসকলৰ অভিযোগ তুলি ধৰাৰ লক্ষ্যৰে ১৯২৯ চনত বিহাৰ প্ৰাদেশিক কৃষক সভা (বি পি কে এচ) গঠন কৰিছিল। এনেকৈয়ে ভাৰতত কৃষক আন্দোলনৰ সূত্ৰপাত ঘটিছিল।<ref>{{cite book|author=Bandyopādhyāya, Śekhara|year=২০০৪|title=Plassey to Partition: A History of Modern India। Orient Longman|page=523 at p 406|isbn=978-81-250-2596-2}}</ref><ref name=pea>''Peasant Struggles in India'', by Akshayakumar Ramanlal Desai. Published by Oxford University Press, 1979. ''Page 349''.</ref>
লাহে লাহে কৃষক আন্দোলন তীব্ৰ হৈ উঠে আৰু সমগ্ৰ ভাৰততে বিয়পি পৰে। তেতিয়া ভাৰতীয় কমিউনিষ্ট পাৰ্টি নিষিদ্ধ থকাত; ১৯৩৪ চনত কংগ্ৰেছ চ’চিয়েলিষ্ট পাৰ্টি (চি এচ পি) গঠনে কমিউনিষ্টসকলক ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত একলগ হৈ কাম কৰাত সহায় কৰিছিল।<ref>''Peasants in India's Non-violent Revolution: Practice and Theory'', by [[Mridula Mukherjee]]. Published by SAGE, 2004. {{ISBN|0-7619-9686-9}}. ''Page 136''.</ref> তাৰবাবে ১৯৩৩ চনৰ এপ্ৰিল মাহত দক্ষিণ ভাৰতীয় কৃষক আৰু কৃষিশ্ৰমিক ফেডাৰেচনৰ যথাক্ৰমে সম্পাদক আৰু যুগ্ম-সম্পাদক এন.জি. ৰাঙ্গা আৰু ই.এম.এচ. নাম্বুদিৰিপাদ প্ৰমুখে কৃষক নেতৃবৃন্দই এক সৰ্বভাৰতীয় কৃষক সংস্থা গঠনৰ পৰামৰ্শ দিছিল।<ref name=ma/> এই পৰামৰ্শ অনুসৰিয়েই ১৯৩৬ চনৰ ১১ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লক্ষ্ণৌ অধিবেশনত সৰ্বভাৰতীয় কৃষক সভা (এ আই কে এচ) গঠনৰ ঘোষণা কৰা হয়। সৰস্বতী সংস্থাটোৰ প্ৰথম প্ৰেচিডেণ্ট হিচাবে নিৰ্বাচিত হয়। <ref>{{cite book
| first = Śekhara
| last = Bandyopādhyāya
| title = From Plassey to Partition: A History of Modern India
| publisher = [[Orient Longman]]
| year = 2004
| isbn = 978-81-250-2596-2
| pages = 523 (at p 407)
}}</ref> ইয়াৰ উপৰিও দলটোত ৰাঙ্গা, নাম্বুদিৰিপাদ, কাৰ্যনন্দ শৰ্মা, যমুনা কাৰ্যে, যদুনন্দন শৰ্মা,ৰাহুল সাংকৃত্যায়ন, পি সুন্দৰায্য, ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশ নাৰায়ণ, আচাৰ্য নৰেন্দ্ৰ দেব আৰু বঙ্কিম মুখাৰ্জীৰ দৰে নেতাসকলেও যোগদান কৰিছিল। ১৯৩৬ চনৰ আগষ্টত প্ৰকাশিত কৃষক সভাৰ ইস্তেহাৰত জমিদাৰী ব্যৱস্থা বিলুপ্তকৰণ আৰু গ্ৰামীণ ঋণ বাতিলৰ দাবী তোলা হয়। ১৯৩৭ চনৰ অক্তোবৰত দলটোৱে ৰঙা পতাকাক তেওঁলোকৰ দলীয় পতাকা হিচাবে গ্ৰহণ কৰে।<ref name=ma>''Mahatma Gandhi'', by Sankar Ghose. Published by Allied Publishers, 1991. {{ISBN|81-7023-205-8}}. ''Page 262''.</ref> তথাপিও কিছু দিনৰ পাছতেই দলৰ নেতাসকলৰ লগত কংগ্ৰেছৰ দূৰত্ব বাঢ়িবলৈ আৰম্ভ কৰে আৰু বিহাৰ তথা যুক্ত প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ লগত তেওঁলোকে বাৰে বাৰে দ্বন্দ্বৰ সম্মুখীন হয়।<ref name=ma/><ref name=sta/>
 
১৯৩৬ চনতে বাংলাত বঙ্গীয় প্ৰাদেশিক কৃষক সভা গঠন কৰা হয়। মূলতঃ এ.কে ফজলুল হকে ইয়াৰ কৃষক প্ৰজা পাৰ্টিৰ কাৰ্যকলাপ প্ৰতিহত কৰাৰ বাবেই সংগঠনটো গঢ়ি তোলা হয়। কৃষক সভাৰ প্ৰথম বঙ্গীয় প্ৰাদেশিক কৃষক সম্মিলন ১৯৩৬ চনৰ ১৬-১৭ আগষ্টত অনুষ্ঠিত হয়। এই দলৰ মূল কৰ্মীসকল আছিল আইন অমান্য, আন্দোলন তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কাৰণে গ্ৰেপ্তাৰবৰণ কৰা প্ৰাক্তন দণ্ডিত অপৰাধী তথা আটকাধীন ব্যক্তিবৰ্গ। তথাপিও তেওঁলোকে সাধাৰণ কৃষকসকলৰ মাজত অধিকাৰবোধ জাগ্ৰত কৰি তোলাত সক্ষম হয়। ইয়াৰোপৰি, ১৯৪০ চনত বাংলাত আলোড়ন সৃষ্টিকাৰী নানকাৰ, টঙ্ক, তেভাগা প্ৰভৃতি স্থানীয় আন্দোলনসমূহো এই সংস্থাৰ কৰ্মীসকলৰ দ্বাৰাই পৰিকল্পিত আৰু পৰিচালিত হৈছিল।<ref>{{cite web|url=http://bn.banglapedia.org/index.php?title=%E0%A6%AC%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A6%BF%E0%A6%95_%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A6%95_%E0%A6%B8%E0%A6%AD%E0%A6%BE|title=বঙ্গীয় প্ৰাদেশিক কৃষক সভা - বাংলাপিডিয়া|website=bn.banglapedia.org}}</ref>
Line 24 ⟶ 22:
 
বৰ্তমানে দুয়োটা সংস্থাই এ আই কে এচ নামত কাম কৰি আছে:
*সৰ্বভাৰতীয় কৃষক সভা (অজয় ভবন): ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ লগত যুক্ত।
*সৰ্বভাৰতীয় কৃষক সভা (অশোক ৰ’ড): ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ লগত যুক্ত।
 
==আৰু পঢ়ক==
Line 59 ⟶ 57:
* ''Peasants in History: Essays in Honour of Daniel Thorner'', by Eric J. Hobsbawm, Daniel Thorner, Witold Kula, Sameeksha Trust.Published by Oxford University Press, 1981.
* ''Bihar Peasantry and the Kisan Sabha, 1936-1947'', by Rakesh Gupta. Published by People's Pub. House, 1982.
* [https://books.google.com/books?id=729dKCZwym8C&pg=PA1&dq=All+India+Kisan+Sabha#PPA1,M1 The Constitution of All India Kisan Sabha] ''Encyclopaedia of Political Parties'', by O. P. Ralhan, Published by Anmol Publications Pvt. Ltd., 2002. {{ISBN|81-7488-865-9}}. ''Page 1-10''.
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অনুষ্ঠান প্ৰতিষ্ঠান]]
[[শ্ৰেণী:সামাজিক আন্দোলন]]