মিঞা জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

hid text from blog, no context
18 নং শাৰী:
প্ৰায় ১২০৫ বা ১২০৬ খ্ৰীষ্টাব্দত অসমলৈ মুছলমানসকলৰ আগমন ঘটিছিল। উক্ত সময়ৰ আগে পিছে অহা মুছলমানসকলক ''অসমীয়া মুছলমান'' বুলি কোৱা হয়। পিছত ব্ৰিটিছসকলৰ শাসনকালত অসমলৈ অহা মুছলমানসকল হৈছে ''বংগমূলীয় মুছলমান''। ১৯৪০ৰ দশকত ব্ৰিটিছ, মুছলিম লীগ চৰকাৰ আৰু দেশ বিভাজনৰ আগত অসমীয়া অভিজাতসকলৰ একাংশ কৰ্তৃক এই অভিবাসনক উৎসাহ দিয়া হৈছিল আৰু ১৯৪৭ চনত [[পাকিস্তান]]ৰ সংবিধানৰ পিছত অবৈধ বুলি বিবেচিত হৈছিল। এই অভিবাসী মুছলমানসকলৰ বহুতেই [[ব্ৰহ্মপুত্ৰ]] আৰু অন্যান্য নিম্ন-অঞ্চলৰ চৰ বা নদী দ্বীপত বসতি স্থাপন কৰিছিল। বংগমূলীয়া মুছলমানসকলে বিশেষকৈ সেই সময়ৰ [[গোৱালপাৰা জিলা]]ত থাকিবলৈ লয়। অতীতত বিভিন্ন কাৰণত অবিভক্ত গোৱালপাৰা জিলাখন বংগদেশৰ সৈতে সংযুক্ত হৈ থকা বাবে অসমৰ অন্যান্য জিলাৰ তুলনাত এই জিলাত বংগীয়মূলৰ লোকৰ জনবসতি ঘন।<ref name="চৰ-চাপৰিৰ বিননি">{{cite book | publisher=অসম সাহিত্য সভা | authorlink=এম. আব্দুল মজিদ খান | year=২০১৮ | location=ফকিৰগঞ্জ | pages=১}}</ref> বিভিন্নজনে তেওঁলোকক বিভিন্ন নামেৰে চিহ্নিত কৰাৰ চেষ্টা কৰিছে যদিও আজিলৈকে সঠিক তথা সৰ্বজনগ্ৰাহ্য নামকৰণ হোৱা নাই।<ref>{{cite web|url=https://thediplomat.com/2018/08/assams-miya-proving-you-are-indian/|title=Assam’s ‘Miya’: Proving You Are Indian|author=Priyanka Borpujari|website=The Diplomat|accessdate=27 March 2019}}</ref><ref name="begum">{{cite web|url=http://thebrahmaputra.in/pdf/people/People%20of%20Assam.pdf|title=Study on Brahmaputra: The Lifeline of the People of Assam|last=Begum|first=Farzana|work=The Mahabahu Brahmaputra|publisher=Flood and River Erosion Management Agency of Assam|accessdate=10 July 2017}}</ref>
 
<!-- == মূখ্য ঘটনা ==
এটা অৱহেলিত জনগোষ্ঠীৰ এই ঘটনাবোৰৰ বিশ্লেষণ কৰিবৰ প্রয়োজন আছে , ইতিহাস অবিহনে এটা জাতি/জনগোষ্ঠী মূল্যহীন।<ref>{{cite web|url=https://umain30.com/miya/archives/334|title=চক্ৰবেহুত আবদ্ধ অসমৰ মিঞা|author=মাইন উদ্দিন|website=Miya People in Assam: অসমৰ মিঞা|accessdate=27 March 2018}}</ref>
 
60 নং শাৰী:
 
২০. নাৰায়ণগুড়ি হত্যাকাণ্ড – ২০১২
-->
 
== জনসংখ্যা ==
মিঞাসকলৰ জনসংখ্যা প্ৰায় ৪৮ লাখ, এইসকল গোটেই অসম ৰাজ্যৰ ২০% বিস্তাৰিত, আজিৰ দিনত তেওঁলোক [[বৰপেটা জিলা|বৰপেটা]], [[ধুবুৰী জিলা|ধুবুৰী]], [[গোৱালপাৰা জিলা|গোৱালপাৰা]], [[কামৰূপ জিলা|কামৰূপ]], [[নগাঁও জিলা|নগাঁও]], [[হোজাই জিলা|হোজাই]], [[দৰং জিলা|দৰং]], [[চিৰাং জিলা|চিৰাং]], [[কোকৰাঝাৰ জিলা|কোকৰাঝাৰ]], [[দক্ষিণ শালমাৰা-মানকাচৰ জিলা|দক্ষিণ শালমাৰা]], [[নলবাৰী জিলা|নলবাৰী]], [[মৰিগাঁও জিলা|মৰিগাওঁ]], আৰু [[বঙাইগাঁও জিলা|বঙাইগাঁও]] জিলাত বসবাস কৰে<ref>{{cite web|url=http://asu.thehoot.org/media-watch/media-practice/dehumanising-muslims-in-assam-9661|title=Dehumanising Muslims in Assam|date=23 December 2016|website=thehoot.org|accessdate=27 March 2019}}</ref>।