ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox holiday
|holiday_name = ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
|type = ৰাষ্ট্ৰীয়
|date = ২৯ জুন
|observedby = {{IND}}
|duration = ১ দিন
|frequency = ১ বছৰৰ মূৰে মূৰে
}}
 
স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত [[প্ৰশান্ত চন্দ্ৰ মহালানবিছ|প্ৰশান্ত চন্দ্ৰ মাহালান'বিছে]] আগবঢ়া উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে, ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে ২৯ জুনক ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল। এই প্ৰভাৱৰ অধিসূচনা ২০০৭ চনৰ ০৫ জুন তাৰিখে ভাৰতৰ জেটেটত প্ৰকাশ কৰা হৈছিল।
ৰাষ্ট্ৰীয় পৰিসংখ্যাত চৰকাৰী পৰিসংখ্যাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ বাবে চেমিনাৰ, আলোচনা আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি এই দিনটো পালন কৰা হয়।<ref name="১">{{cite web |title=Statistics day |url=http://mospi.nic.in/statistics-day |website=Ministry of Statistics & Programme Implementation |accessdate=18 October 2020}}</ref>