ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
/* {{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো জালপঞ্জী,সামাজিক যোগাযোগমূলক বা স্মৃত
No edit summary |
(/* {{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো জালপঞ্জী,সামাজিক যোগাযোগমূলক বা স্মৃত) |
||
==={{anchor|BLOG|DATINGSERVICE|FACEBOOK|MEMORIAL|MYSPACE|SOCIAL|SOCIALNET|storage|WEBHOST|WEBSPACE}}ৱিকিপিডিয়া কোনো জালপঞ্জী,সামাজিক যোগাযোগমূলক বা স্মৃতিচিহ্ন ৰক্ষাৰ স্থান নহয়===
{{policy shortcut |WP:NOTSOCIALNETWORK |WP:NOTWEBHOST |WP:NOTBLOG|WP:NOTCLOUD |WP:NOTDATINGSERVICE |WP:NOTFACEBOOK |WP:NOTGAMEHOST |WP:NOTTWITTER |WP:NOTLINKEDIN |WP:NOTMEMORIAL |Wikipedia:MEMORIAL |WP:NOTRESUME |WP:RESUME |WP:NORESUMES}}
{{see|ৱিকিপিডিয়া:সদস্য পৃষ্ঠা}}
ৱিকিপিডিয়া [[টুইটাৰ]] বা [[ফে’চবুকৰ]] দৰে সামাজিক যোগাযোগৰ মাধ্যম নহয় | আপুনি ৱিকিপিডিয়াত নিজৰ [[ৱেবচাইট]], [[ব্ল’গ]], [[ৱিকি]], বা [[ক্লাউড সংগ্ৰহ|ক্লাউড]] তুলি দিব নোৱাৰে | ৱিকিপিডিয়াৰ পৃষ্ঠা তলত দিয়া উদাহৰণবোৰৰ দৰে হ’ব নালাগে :
# '''ব্যক্তিগত ৱেব পৃষ্ঠা |''' [[ৱিকিপিডিয়া:ৱিকিপিডিয়ান|ৱিকিপিডিয়ানসকলৰ]] নিজৰ [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা]] থাকে, কিন্তু সেয়া বিশ্বকোষত কাম কৰাৰ বিষয়ে তথ্য প্ৰদানৰ বাবেহে ব্যৱহাৰ কৰা উচিত | আপুনি যদি ব্যক্তিগত ৱেবপৃষ্ঠা বা ব্ল’গ এটা সৃষ্টি কৰিব খুজিছে, তেন্তে ইণ্টাৰনেটত তেনে বিনামূলীয়া সুবিধা দিয়া অজস্ৰ চাইটৰ পৰা কোনো এটা বাচি লওক | সদস্য পৃষ্ঠাত [[সামাজিক নেটৱৰ্ক সেৱা]] বা ধেমালিৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি তাক সঠিক [[সহযোগ]]ৰ ভেঁটি হিছাপে গঢ়ি তোলক | ৱিকিপিডিয়াৰ লগত সংগতি থকা [[শ্ৰেণী:ৱিকিপিডিয়া হাস্যৰস|হাস্যৰসৰ পৃষ্ঠা]] উপযুক্ত [[[[WP:নামস্থান|নামস্থান]]ত সৃষ্টি কৰিব পাৰি |
# '''[[ফাইল প্ৰণালী|ফাইল ভঁৰাল]] স্থান |''' অনুগ্ৰহ কৰি কেৱল ৱিকিপিডিয়াৰ প্ৰৱন্ধ বা প্ৰকল্প পৃষ্ঠাত ব্যৱহাৰ হোৱা (বা ব্যৱহাৰ হ’বলগীয়া) ফাইলহে আপল’ড কৰক | আপোনাৰ হাতত যদি আন প্ৰাসংগিক ছবি আছে, সেয়া [[ৱিকিমিডিয়া কমন্ছ]]ত আপল’ড কৰক য’ৰ পৰা তাক ৱিকিপিডিয়াৰ লগত সংযোগ কৰিব পৰা যাব |
# '''ডেটিং সেৱা |''' সম্বন্ধ গঢ়াৰ বাবে বা যৌনতাৰ সংঘাতৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় | অতিমাত্ৰা এনে বাহিৰা কথাক স্থান দিয়া সদস্য পৃষ্ঠা গ্ৰহণযোগ্য নহয় |
# '''স্মৃতিচিহ্ন |''' বিশ্বকোষৰ প্ৰৱন্ধৰ বিষয়বস্তুৱে [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)|ৱিকিপিডিয়াৰ উল্লেখযোগ্যতাৰ প্ৰয়োজনীয়তা]] পূৰণ কৰিবই লাগিব | এই প্ৰয়োজনীয়তা পূৰণ নকৰা মৃত বন্ধু, আত্মীয়, চিনাকী মানুহ বা আন কাৰোবাৰ স্মৃতিচাৰণৰ বাবে ৱিকিপিডিয়া উপযুক্ত স্থান নহয় | মন কৰক যে এই নীতিটো মূল '''প্ৰৱন্ধ''' স্থানৰ বাহিৰত প্ৰযোজ্য নহয় আৰু প্ৰতিষ্ঠিত ৱিকিপিডিয়াৰ মৃত্যু হ’লে তেওঁৰ সদস্য পৃষ্ঠাক ইয়াৰ পৰা সীমিত অব্যাহতি দিয়া হয় |
যদি আপুনি [[ৱিকি]] প্ৰযুক্তিক আন কোনো প্ৰকল্পত সহযোগিতাৰ বাবে ব্যৱহাৰ কৰিব খোজে (লাগিলে সি মাত্ৰ এখন পৃষ্ঠাই হওক), তাৰ কাৰণে আন বহুতো ৱিকি হ’ষ্টিঙৰ সুবিধা থকা বিনামূলীয়া আৰু ব্যৱসায়িক চাইট আছে | আপুনি আপোনাৰ চাৰ্ভাৰত [[ৱিকি]] ছফ্টৱেৰ ইনষ্টলো কৰিও ল’ব পাৰে | এই বিষয়ক তথ্যৰ বাবে MediaWiki.orgত [[[[mw:হাতপুথি:ইনষ্টল প্ৰক্ৰিয়াত সহায়|ইনষ্টল প্ৰক্ৰিয়াত সহায়]] চাওক |
ওপৰত উল্লেখ কৰা বিষয়বস্তুৰ সীমাবদ্ধতা আপোনাৰ সদস্য পৃষ্ঠা আৰু আলোচনা পৃষ্ঠাতো প্ৰযোজ্য | আপোনাৰ সদস্য পৃষ্ঠা এটা [[ব্ল’গ]] নহয় | তাৰ উপৰি আপোনাৰ সদস্য পৃষ্ঠাখন '''আপোনাৰ নহয়''' | ই ৱিকিপিডিয়াৰ অংশ, আৰু আত্মপ্ৰচাৰৰ সলনি ৱিকিপিডিয়ানৰ মাজত সহযোগিতা বঢ়োৱাৰ বাবেহে ইয়াৰ ব্যৱহাৰ হোৱা উচিত | সদস্য পৃষ্ঠাৰ বিষয়ে বৰ্তমানৰ ঐকমত্য পথনিৰ্দেশিকাৰ বাবে [[ৱিকিপিডিয়া:সদস্য পৃষ্ঠা|সদস্য পৃষ্ঠা সহায়]] চাওক |
==={{anchor|Complete|Cross|DIR|DIRECTORY|Directories|Genealogical|Sales}} ৱিকিপিডিয়া কোনো ডিৰেক্টৰি নহয়===
|