গগৈ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
'''গগৈ''' বা '''ক'ক্ৱই''' ([[ইংৰাজী ভাষা]]:KukwoyGogoi or GogoiKukwoy) হ'ল [[আহোম ভাষা]]ৰ পৰা অহা এটা সম্বন্ধ যাক বৰ্তমান উপাধি হিচাপেও ব্যৱহাৰ কৰা হয়<ref>{{cite book |last1=Kumar |first1=D. P. |title=Challenge to India's unity : Assam students' agitation and government |publisher=B.R. Pub. Corp. |location=Delhi |isbn=9788170185932}}</ref>। ইয়াৰ অৰ্থ [[আহোম ভাষা]]ত '''মৰমৰ ডেকা''' ।সাতঘৰীয়াসাতঘৰীয়া আহোমৰ লোকেহে ইজনে-সিজনক বা দেওৰসকলক গগৈদেও বুলি সম্বোধন কৰিছিল।কিন্তুকৰিছিল। কিন্তু ১৮৯৩ চনৰ আহোম সভাত প্ৰস্তাৱ কৰি গগৈ উপাধিটো সকলোৱে লিখিব পৰা ব্যৱস্থা কৰি দিয়া হয়। যাৰ বাবে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত আহোমৰ বিভিন্ন খেলৰ লোকসকলে গগৈটো উপাধি হিচাপে লিখিবলৈ আৰম্ভ কৰে। বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল। গগৈ শব্দটো ‘ৰজাৰ ল’ৰা’ অৰ্থতো ব্যৱহাৰ হয়।
 
বিভিন্ন ফৈদৰ আহোম মানুহে গগৈক উপাধি হিচাপে ব্যৱহাৰ কৰে। কিছু বুৰঞ্জীবিদৰ মতে হাবুংৰ বলিয়া বুঢ়াগোহাঁইৰ বংশধৰ সকলে গগৈ উপাধি ব্যৱহাৰ কৰিছিল। গগৈ শব্দটো ‘ৰজাৰ ল’ৰা’ অৰ্থতো ব্যৱ্হাৰ হয়।
==উল্লেখযোগ্য গগৈ==
উল্লেখযোগ্য কেইজনমান গগৈ উপাধিৰ কেইজনমান উল্লেখযোগ্য ব্যক্তি হ'ল-
* [[তৰুণ গগৈ]] (অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)
* [[ৰঞ্জন গগৈ]] (প্ৰাক্তন মুখ্য ন্যায়াধীশ)
"https://as.wikipedia.org/wiki/গগৈ"ৰ পৰা অনা হৈছে