আলায়াৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তথ্য শুধৰণি
No edit summary
1 নং শাৰী:
{{Infobox film
| name =আলায়ৰণ<br/>The Dawn
| image = Alayaron bodo film.jpg
| image size = 160px
| alt =
| caption =
| director = [[জাংদাও বডোচা]]
| producer = বডোচা ফিল্ম প্ৰডাকচন
| writer =
| screenplay = নীলকমল ব্ৰহ্ম, হিড়ম্বা নাৰ্জাৰী
| story = নীলকমল ব্ৰহ্ম
| based on = Mwdwi Arw Gwlwmdwi নামৰ চুটিগল্প
| narrator =
| starring = অমৰ নাৰ্জাৰী <br/>ৰহিলা ব্ৰহ্ম
| music = মোহিনী নাৰ্জাৰী
| choreography =
| cinematography = জাংদাও বডোচা
| editing = জাংদাও বডোচা
| studio =
| distributor =
| released = {{film date|1986|3|13|df=yes}}
| released = ১৩ মাৰ্চ ১৯৮৬
| runtime = ১৩০ মিনিত
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[বড়ো ভাষা| বড়ো]]
| budget =
| gross =
}}
'''আলায়াৰণ''' ({{lang-brx|आलायारन}}; {{lang-en|Alayaron}}) [[বড়ো ভাষা]]ৰ প্ৰথম পূৰ্ণদৈৰ্ঘৰপূৰ্ণদৈৰ্ঘ্যৰ কাহিনী ছবি। আলায়াৰণ শব্দৰ অৰ্থ প্ৰভাত। ১৯৮৬ চনৰ ১৩ মাৰ্চত [[কোকৰাঝাৰ]]ৰ গঙ্গা টকীজত ছবিখনে মুক্তি পাইছিল। বডোচা ফিল্ম প্ৰডাকচনে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালনা, চিত্ৰগ্ৰহণ আৰু সম্পাদনা আছিল [[জাংদাও বডোচা]]। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অমৰ নাৰ্জাৰী আৰু ৰহিলা ব্ৰহ্মই।<ref name="33nfa">{{cite web | url=http://dff.nic.in/Archive.aspx?ID=6 | title=National Film Awards Archivesː33rd NFA | publisher=Directorate of Film Festivals, Govt. of India | date=1986 | accessdate=18 October 2020}}</ref> নীলকমল ব্ৰহ্মৰ ১৯৮৫ চনত প্ৰকাশ পোৱা গল্প সংকলন ‘চিৰিনাই মান্দাৰ’ত প্ৰকাশিক Mwdwi Arw Gwlwmdwi শীৰ্ষক চুটিগল্প এটাৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল।<ref>{{cite web | url=https://web.archive.org/web/20180108224416/https://listbodolist.wordpress.com/2017/02/02/bodo-film-society/ | title=BODO FILM SOCIETY | date=2 February 2017 | accessdate=18 October 2020 | author=Brahma, Ronjoy}}</ref><ref name= "Alayaron1986">[https://listbodolist.wordpress.com/2016/04/18/alayaron-1986/ "Alayaron (1986 film)"] {{Webarchive|url=https://web.archive.org/web/20161221125535/https://listbodolist.wordpress.com/2016/04/18/alayaron-1986/ |date=21 December 2016 }} Retrieved 11 April 2017</ref>
 
==কাহিনীৰ সাৰাংশ==
গোমবৰ নামৰ ডেকা এজন ধনী মহাজন মনবৰোৰ ঘৰত বন্ধা শ্ৰমিক হৈ থাকে; কিয়নো তাৰ দেউতাকে মহাজনৰ পৰা ধন ধাৰে লৈছিল। সেই ধন পৰিশোধ কৰিবলৈ গোমবৰ বন্ধা হৈ থাকিবলৈ বাধ্য হৈছিল। মহাজনৰ সৰুজনী ছোৱালী হিংমাশ্ৰীৰ অন্তৰত তাৰ প্ৰতি সহানুভূতিৰ উদ্ৰেক হয়। এই কাণ্ড দেখি মহাজনে খঙত গোমবৰক ঘৰৰ পৰা খেদি দিয়ে আৰু কয় যে দেউতাকে লোৱা ধাৰ যদি পাঁচবছৰৰ ভিতৰত পৰিশোধ কৰিব নোৱাৰে তেন্তে সিহঁতৰ মাটিবাৰী জব্দ কৰি ল’ব।<ref name="33nfa" />
 
গোমবৰে পৈতৃক মাটিখিনি মোকলোৱাৰ সংকল্প লৈ চহৰলৈ আহে। চহৰত সি খৰি ফলা, বোজা কঢ়িওৱা, ৰিক্সা চলোৱা, গাড়ী চলোৱা আদি বিভিন্ন কাম কৰে আৰু অৱশেষত এখন হোটেলত কাম পায়। সেই হোটেলতে সংযোগবশতঃ এজন সৎ ব্যৱসায়ী দিগম্বৰক লগ পায়। দিগম্বৰৰ সহযোগত গোমবৰ এজন চহকী উদ্যোগপতিলৈ পৰিণত হয়। অৱশেষত সি পৈতৃক মাটিখিনি মোকলোৱাৰ লগতে হিংমাশ্ৰীকো বিয়া কৰায়।<ref name="33nfa" />
 
==অভিনয় শিল্পী==
*অমৰ নাৰ্জাৰী (গোমবৰ)
*ৰহিলা ব্ৰহ্ম (হিংমাশ্ৰী)
*টিকেন্দ্ৰজিৎ নাৰ্জাৰী
*ৰমণী নাৰ্জাৰী
*ফিৰোজ ব্ৰহ্ম (শিশুশিল্পী)<ref name="33nfa" />
44 নং শাৰী:
*শব্দগ্ৰহণ- সঞ্জীৱ পুঞ্জ্
*কলা নিৰ্দেশক/ সাজ-সজ্জা- মাখন ব্ৰহ্ম<ref name="33nfa" />
 
==সঙ্গীত==
ছবিখনত পাঁচটা গীত আছিল। গীত ৰচনা আৰু সঙ্গীত পৰিচালনা কৰিছিল মোহিনী মোহন নাৰ্জাৰীয়ে। গাইছিল সুলেখা বসুমতাৰী আৰু অৰুণ নাৰ্জাৰীয়ে।<ref name="33nfa" />
 
==বঁটা==
১৯৮৬ত অনুষ্ঠিত হোৱা ৩৩তম [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত]] সংবিধানৰ অষ্টম অনুসূচী বহিৰ্ভূত ভাষাত নিৰ্মিত চলচ্চিত্ৰ শিতানত আলায়াৰণে বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। বড়ো ভাষাৰ বাটকটীয়া এই ছবিখনত বড়ো সমাজৰ সামাজিক আৰু আৰ্থিক জীৱনৰ নিষ্ঠাপূৰ্ণ চিত্ৰায়ণৰ বাবে আগবঢ়োৱা হৈছিল। এই বঁটাত প্ৰযোজক আৰু পৰিচালকক ৰজত কমলৰ লগতে ক্ৰমে বিশ আৰু দহ হাজাৰকৈ টকা দিয়া হয়।<ref name="33nfa" />
 
==তথ্য উৎস==
{{Reflist}}
 
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি]]
[[শ্ৰেণী:বড়ো চলচ্চিত্ৰ]]
[[শ্ৰেণী:অসমৰ চলচ্চিত্ৰ]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি]]
"https://as.wikipedia.org/wiki/আলায়াৰণ"ৰ পৰা অনা হৈছে