নিৰুপমা বৰগোহাঞি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{Bio-stub}}
{{Infobox writer
| name = নিৰুপমা বৰগোহাঞি
| image = nirupama.jpg
| birth_date = {{birth date and age|1932|3|17}}
| image_caption = কণকলতাৰ প্ৰস্তৰ মূৰ্তি
| birth_place = গুৱাহাটী, অসম
| birth_date = ১৯৩২
| birth_name = নিৰুপমা তামুলী
| birth_place =
| death_date =
| spouse = {{বিবাহ|[[হোমেন বৰগোহাঞি]]|12 March 1958}}
| nationality = [[ভাৰত|ভাৰতীয়]]
| education = [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত স্নাতকোত্তৰ
| occupation = সাংবাদিক, ঔপন্যাসিক
| religion = [[হিন্দু ধৰ্ম]]
| alma_mater = [[গুৱাহাটী বিশ্ববিদ্যালয়]], [[কলিকতা বিশ্ববিদ্যালয়]]
}}
'''নিৰুপমা বৰগোহাঞি''' ({{lang-en|Nirupama Borgohain}}) একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "[[ৰামধেনু (আলোচনী)|ৰামধেনু]]"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "[[অভিযাত্ৰী]]" গ্ৰন্থৰ বাবে তেখেতক [[সাহিত্য একাডেমীঅকাডেমি বঁটা]] আৰু ২০০৩ চনত [[অসম উপত্যকা সাহিত্য বঁটা]] প্ৰদান কৰা হৈছিল।
 
== জীৱনী==
===জন্ম===
নিৰুপমা বৰগোহাঞিৰ জন্ম হয় ১৯৩২ চনত [[গুৱাহাটী]]ৰ অৱস্থিত উজান বজাৰৰ জোৰপুখুৰীপাৰতজোৰপুখুৰীপাৰত।<ref name="vedantinirupama">{{cite web | url=http://www.vedanti.com/Legends/nirupama_bargohain.htm | title=Nirupama Bargohain | publisher=vedanti.com | date=22nd Aug 2011 | accessdate=February 24, 2013}}</ref> তেখেতৰ পিতৃৰ নাম যাদৱ তামূলী আৰু মাতৃৰ নাম কাশীশ্বৰী তামূলী়। পিতৃ যাদৱ তামূলী অসম চৰকাৰৰ অধীনস্থ আয়কৰ বিভাগৰ এজন কৰ্মচাৰী আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিলআছিল।<ref name="vedantinirupama"/>
 
===শিক্ষা জীৱন===
গুৱাহাটীৰ [[উজান বজাৰ]]ত অৱস্থিত "উজানবজাৰ বালিকা বিদ্যালয়"ত তেখেতৰ শিক্ষাৰ্থী জীৱন আৰম্ভ হয়হয়।<ref name="bipuljyotinirupama">{{cite web | url=http://www.bipuljyoti.in/authors/nirupama.html | title=FAIR AND FEARLESS - An profile of Nirupama Borgohain | publisher=bipuljyoti.in | accessdate=February 24, 2013 | author=Ditimoni Gogoi}}</ref> পৰৱৰ্তীকালত তেখেতে "পানবজাৰ কন্যা উচ্চ মাধ্যমিক বিদ্যাল"ত ৩ বছৰ কাল পঢ়ি পুনৰ উজান বজাৰৰ তাৰিণীচৰণ বিদ্যালয়ত নাম ভৰ্ত্তি কৰেকৰে।<ref name="bipuljyotinirupama"/> নিৰুপমা তামুলীয়ে [[কলিকতা বিশ্ববিদ্যালয়]]ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা অসমীয়াত বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰেকৰে।<ref name="bipuljyotinirupama"/>
 
===কৰ্ম জীৱন===
নিৰুপমা বৰগোহাঞিৰ কৰ্মজীৱনৰ আৰম্ভণি হয় এগৰাকী শিক্ষয়ত্ৰীৰূপে। তেখেতে ১৯৫৬ -৫৭ চনত [[পাণ্ডু]]ত অৱস্থিত "নেতাজী বিদ্যাপীঠ"ত যোগদান কৰেকৰে।<ref name="bipuljyotinirupama"/> পৰৱৰ্তীকালত সেইসময়ৰ [[নলবাৰী মহাবিদ্যালয়]]ৰ অধ্যক্ষ প্ৰসিদ্ধ সাহিত্যিক [[ত্ৰৈলোক্যনাথ গোস্বামী]]ৰ নিমন্ত্ৰণক্ৰমে তেখেতে নলবাৰী মহাবিদ্যালয়ত অধ্যাপক পদত যোগদান কৰেকৰে।<ref name="bipuljyotinirupama"/> এবছৰ কাল তাত অধ্যাপনা কৰা পাছত [[মাজুলী]]লৈ যাব লগা হোৱাত চাকৰি ত্যাগ কৰে আৰু তিনিবছৰ তেনেদৰেই কটায়<ref name="bipuljyotinirupama"/>। তেখেতে কিছুবছৰ [[নৰ্থ লখিমপুৰ কলেজ|লখিমপুৰ মহাবিদ্যালয়]] আৰু [[যোৰহাট মহাবিদ্যালয়]]ত অধ্যাপক হিচাপে কাম কৰিছিল।
 
===বৈবাহিক জীৱন===
১৯৫৮ চনৰ ১২ মাৰ্চত নিৰুপমা তামুলীৰ [[বিবাহ]] দীৰ্ঘদিনীয়া প্ৰেমসূত্ৰে [[হোমেন বৰগোহাঞি]]ৰ লগত নলবাৰীত সম্পন্ন হয়। তেওঁলোকৰ দুজন পুত্ৰ জন্ম পোৱাৰ কিছুবছৰ পাছত ১৯৭৭ চনত তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ ঘটে<ref name="bipuljyotinirupama"/>।
 
==সাহিত্যিক কৰ্মাৱলী==
১৯৬৮ চনৰপৰা "নীলাচল" কাকতৰ সহকাৰী সম্পাদিকা আৰু পৰৱৰ্তী কালত সাপ্তাহিক "জনজীৱন" আৰু "সাঁচিপাত" কাকতৰ সম্পাদকৰ দায়িত্ব বহন কৰে<ref>নতুন জানানে, শান্তনু কৌশিক বৰুৱা, পৃ-৮১ </ref>।
#* পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস (হোমেন বৰগোহাঞিৰ সৈতে যুটীয়াভাৱে লিখিত)<ref name="vedantinirupama"/>।
#* সেই নদী নীৰৱধি (১৯৬৭)<ref name="vedantinirupama"/>
#* এজন বুঢ়া মানুহ (১৯৬৬)
#* দিনৰ পাছত দিন (১৯৬৮)
#* হৃদয় এটা নিৰ্জন দ্বীপ (১৯৭০)
#* সামান্য অসামান্য (১৯৭১)
#* পুৱাৰ পূৰবী সন্ধ্যাৰ বিভাস, কেকটাছৰ ফুল (১৯৭১)
#* চিনাকি অচিনাকি, অন্য জীৱন (১৯৮৭)
#* গোসাঁই ঐ গোসাঁই ঐ (১৯৮৭)
#* চম্পাৱতী (১৯৯০)
#* এখন শ্ৰাদ্ধত আনন্দাশ্ৰু (১৯৯১)
#* পখী ঘূৰি যায় (১৯৯১)
#* [[অভিযাত্ৰী]] (১৯৯৩)
#* তিনিকন্যা (১৯৯৪)
#* একেই জোন, একেই বেলি (১৯৯৪)
#* নিজৰ পৰা নিলগত (১৯৯৬)
#* এলবামত হেৰোৱা ছবি (১৯৯৯)
#* ইপাৰৰ ঘৰ,সিপাৰৰ ঘৰ (২০০১)
#* পল্লৱীৰ পৃথিৱী (২০০২)
#* সৌগন্ধ (২০০৬)
#* অগ্ৰগামিনী (২০০৯)
#* অনন্যা (২০১০)
#* বিশ্বাস আৰু সংশয়ৰ মাজেদি (আত্মজীৱনী)
<!--Abhijatri, Tini Kanya, Ekei Jon Ekei Beli, Nijor Pora Nilagat, Albamot Heroa Chobi, Sonali din Sonali Rati, Pakhi Ghuri Jai, Upanyas Sambhar 1 (1999), Upanyas Sambhar 2 (2000), Songandha, Anya Dwip, Anya Dhon, Galpa aru Naika.-->
 
==বঁটা আৰু সন্মান==
#* [[সাহিত্য একাডেমীঅকাডেমি বঁটা]] লাভ (১৯৯৬) (গ্ৰন্থ- অভিযাত্ৰী)<ref>{{cite web | url=http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE| title=সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য |publisher=সাহিত্য অকাডেমি | accessdate=নৱেম্বৰ ১৬, ২০১২}}</ref>
#* [[অসম উপত্যকা সাহিত্য বঁটা]] (২০০৩)
#* [[প্ৰবীণা শ‍ইকীয়া বঁটা]] (২০০০)<ref name="সাহিত্য">{{cite book | title=সাহিত্যৰ জ্ঞানকোষ | publisher=ৰেখা প্ৰকাশন | author=শান্তনু কৌশিক বৰুৱা | authorlink=শান্তনু কৌশিক বৰুৱা | year=২০১২ | location=গুৱাহাটী | pages=২৮৮, ৪২১ | isbn=978-81-923142-9-7}}</ref>
#* [[শাস্বতী বঁটা]] (১৯৮৭)
#* [[বাসন্তী দেৱী বৰদলৈ বঁটা]]
#* [[হেম বৰুৱা বঁটা]] (১৯৯৪)
 
==তথ্য&nbsp; সংগ্ৰহ==
{{Reflist}}
 
==বাহ্যিক&nbsp; সংযোগ==
* [http://www.bipuljyoti.in/story/nirupama.html The Address] নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
* [http://enajori.com/death-of-an-elephant-nirupama-borgohain/ Death of an Elephant] নিৰুপমা বৰগোহাঞি ৰচিত এটা চুটি গল্প (ইংৰাজীত)
70 নং শাৰী:
 
{{অসমৰ প্ৰসিদ্ধ ব্যক্তি}}
{{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল|state=collapsed}}
{{অসম উপত্যকা সাহিত্য বঁটা}}
 
[[শ্ৰেণী:জীৱিতঅসমৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া ঔপন্যাসিক]]
[[শ্ৰেণী:সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া]]
[[শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী]]
[[শ্ৰেণী:জীৱিত ব্যক্তি]]