অমিত শ্বাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
1 নং শাৰী:
{{Infobox officeholder
| name = অমিত শ্বাহ
| honorific-suffix =
| image = Shri Amit Shah taking charge as the Union Minister for Home Affairs, in New Delhi on June 01, 2019.jpg
| Caption =
| office = ভাৰতৰ গৃহমন্ত্ৰী
| predecessor = [[ৰাজনাথ সিং]]
| primeminister = [[নৰেন্দ্ৰ মোদী]]
| term_start = ৩০ মে' ২০১৯
| office1 = ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সভাপতি
| predecessor1 = [[লালকৃষ্ণ আদৱানী]]
| successor1 =
| term_start1 = ৯ জুলাই ২০১৪
| office2 = [[ভাৰতীয় জনতা পাৰ্টি]]ৰ অধ্যক্ষ
| predecessor2 = [[ৰাজনাথ সিং]]
| successor2 =
| term_start2 = ৯ জুলাই ২০১৪
| term_end2 =
| office3 = [[লোকসভা]]ৰ সাংসদ
| term_start3 = ২৩ মে' ২০১৯
| predecessor3 = [[লালকৃষ্ণ আদৱানী]]
| constituency3 = গান্ধীনগৰ লোকসভা সমষ্টি
32 নং শাৰী:
| term_start6 = ১৯৯৭
| term_end6 = ২০১২
| predecessor6 = হৰিশ্চন্দ্ৰ পেটেল
| constituency6 = চাৰখেজ বিধানসভাৰ সদস্য
|office7 = গুজৰাটৰ গৃহমন্ত্ৰী
| term_start7 = ২০০২
| term_end7 = ২০১৪
| party = [[ভাৰতীয় জনতা পাৰ্টি]]
| birth_date = {{birth date and age|1964|10|22|df=y}}
| birth_place = [[মুম্বাই]], [[মহাৰাষ্ট্ৰ]], [[ভাৰত]]
| spouse = সোণাল শ্বাহ
| children = জয় শ্বাহ
| nickname = ভাৰতীয় ৰাজনীতিৰ চাণক্য<ref name="Chankaya1">{{cite web | url=https://zeenews.india.com/lok-sabha-general-elections-2019/amit-shah-from-the-chanakya-of-modern-day-politics-to-indias-new-home-minister-2208084.html | title=Amit Shah: From the 'Chanakya' of modern day politics to India's new Home Minister | publisher=Zee News | date=31 May 2019 | accessdate=1 June 2019}}</ref><ref>{{cite web | url=https://www.news18.com/news/politics/how-bjps-chanakya-amit-shah-strategised-delivered-a-bigger-modi-wave-in-lok-sabha-polls-2019-2157429.html | title=How BJP's 'Chanakya' Amit Shah Strategised, Delivered a Bigger Modi Wave This Election | publisher=News 18 | date=24 May 2019 | accessdate=1 June 2019}}</ref><ref>{{cite web | url=https://navbharattimes.indiatimes.com/elections/lok-sabha-elections/news/amit-shah-bjp-chanakya-who-strategised-and-delivered-modi-wave/articleshow/69467205.cms | title=बीजेपी की चुनावी जीत के लिए सफल बिसात बिछाने मे माहिर हैं अमित शाह | publisher=[[NavBharat Times]] | work=[[Hindi Language|Hindi]] | date=23 May 2019 | accessdate=1 June 2019}}</ref>
| alma_mater = গুজৰাট বিশ্ববিদ্যালয়
| website = {{URL|www.amitshah.co.in}}
}}
'''অমিত অনিলচন্দ্ৰ শ্বাহ''' (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা [[ভাৰতীয় জনতা পাৰ্টি]]ৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে তেওঁ ২০১৭ চনত [[গুজৰাট]]ৰ পৰা [[ৰাজ্যসভা]]লৈ নিৰ্বাচিত হৈছিল।<ref>{{cite web | url=https://timesofindia.indiatimes.com/india/amit-shah-bjps-chanakya-who-delivered-modi-wave-2-0/articleshow/69465902.cms | title=Amit Shah: BJP's 'Chanakya' who delivered Modi Wave 2.0 | publisher=[[The Times of India]] | date=23 May 2019 | accessdate=1 June 2019}}</ref><ref>{{cite web | url=https://www.indiatoday.in/elections/lok-sabha-2019/story/amit-shah-bjp-s-chanakya-strategised-modi-wave-2-0-1532943-2019-05-23 | title=Amit Shah: BJP's Chanakya who strategised and delivered Modi wave 2.0 | publisher=India Today | date=23 May 2019 | accessdate=1 June 2019}}</ref>
 
মহাবিদ্যালয়ত পঢ়ি থাকোতেথাকোঁতে তেওঁ [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ]]ৰ ছাত্ৰগোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈছিল। ১৮ বছৰ বয়সত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদৱী লাভ কৰিছিল। পিছলৈ ১৯৮৭ চনত তেওঁক বিজেপিলৈ পঠিওৱা হৈছিল।
 
শ্বাহে প্ৰথমে চাৰকেজ বিধানসভা সমষ্টিৰ পৰা ১৯৯৭ চনত গুজৰাট বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০০৭ চনলৈ তেওঁ এই আসনৰ পৰা গুজৰাট বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। তাৰপিছত তেওঁ নাৰণপুৰা বিধানসভা সমষ্টিৰ পৰা ২০১৭ চনলৈ বিধানসভাত প্ৰতিনিধিত্ব কৰে। নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে অমিত শ্বাহে বহুতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল।
 
২০১৪ চনৰ লোকসভা নিৰ্বাচনত অমিত শ্বাহক [[উত্তৰ প্ৰদেশ]]ৰ পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁৰ মাৰ্গ-দৰ্শনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৮০ খন৮০খন আসনৰ ভিতৰত ৭৩ খন৭৩খন আসন জয় লাভ কৰিছিল। ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁৰ গুৰুত্ব বাঢ়িবলৈ লয়। ইয়াৰ পিছতে ২০১৪ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।<ref name="IT_new_2015">{{cite news |url=https://www.indiatoday.in/magazine/cover-story/story/20140728-rahul-kanwal-on-the-man-behind-the-reputation-amit-shah-bjp-804608-2014-07-17 |title=Inside the mind of Amit Shah: All eyes on new BJP chief as party gears up for battle in five states |date=17 July 2014 |publisher=India Today }}</ref>
 
তেওঁ বিজেপিত সুসংগঠিত আৰু সদস্য ভুক্তিৰ বাবে বিশেষকৈ জনাজাত। তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে ২০১৪ চনত বিজেপিয়ে [[মহাৰাষ্ট্ৰ]], [[হাৰিয়ানা]], [[জম্মু আৰু কাশ্মীৰ]], [[ঝাৰখণ্ড]] আৰু ২০১৫ চনত [[অসম]] বিধানসভা নিৰ্বাচনত বিজয়ী হৈছিল। ইয়াৰ লগতে [[দিল্লী]] আৰু [[বিহাৰ]]ত পৰাস্ত হৈছিল।
 
তেওঁৰ নেতৃত্বত ২০১৭ চনৰ [[উত্তৰ প্ৰদেশ]], [[উত্তৰাখণ্ড]] আৰু [[গুজৰাট]] বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয় লাভ কৰে।<ref>{{Cite news|url=https://www.thehindu.com/elections/gujarat-2017/live-updates-2017-gujarat-legislative-assembly-election-results/article21830220.ece|title=Gujarat Assembly election results: Counting ends as BJP closes out Gujarat with 99 seats; Congress claims 77|last=Desk|first=The Hindu Net|date=2017-12-18|work=The Hindu|access-date=2018-08-27|language=en-IN|issn=0971-751X}}</ref> একেবছৰে বিজেপিয়ে [[মণিপুৰ]] বিধানসভাত প্ৰথমবাৰৰ বাবে জয়ী হয় কিন্তু [[পাঞ্জাব, ভাৰত|পাঞ্জাব]]ত বিজেপিৰ মিত্ৰজোঁট অকালি দলে পৰাজয় বৰণ কৰে।<ref>{{Cite news|url=https://www.ndtv.com/india-news/punjab-election-result-2017-triangular-battle-between-akali-dal-bjp-congress-aap-1668526|title=Punjab Election Result 2017: Congress' Amarinder Singh Defeats Akali Dal-BJP, AAP - Highlights|work=NDTV.com|access-date=2018-08-27}}</ref> ২০১৮ চনত বিজেপিয়ে [[ছত্তীছগঢ়]], [[ৰাজস্থান]] আৰু [[মধ্য প্ৰদেশ]] নিৰ্বাচনত পৰাজিত হয়। তাৰপিছত বিজেপিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৩০৩ খন৩০৩খন আসন লাভ কৰি নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। ইয়াৰ ফলত অমিত শ্বাহ
ভাৰতীয় জনতা পাৰ্টিৰ আটাইতকৈ সফল অধ্যক্ষত পৰিগণিত হয়।<ref name="ET_most_successful">{{cite news |url=https://economictimes.indiatimes.com/news/politics-and-nation/amit-shah-in-new-role-after-being-most-successful-bjp-chief/articleshow/69584774.cms |title=Amit Shah in new role after being most successful BJP chief |date=30 May 2019 |newspaper=Economic Times }}</ref>
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা ==
১৯৬৪ চনৰ ২২ অক্টোবৰ তাৰিখে [[মুম্বাই]]ৰ এক সম্ভ্ৰান্ত গুজৰাটী বনিয়া পৰিয়ালত অমিত শ্বাহৰ জন্ম হৈছিল।<ref>{{cite news |url=https://www.business-standard.com/article/politics/amit-shah-an-organisation-man-at-helm-114071000099_1.html |title=Amit Shah: An organisation man at helm |author=Premal Balan |date=10 July 2014 |newspaper=Business Standard }}</ref><ref name="Open_2014_Mind"/><ref>[https://www.ndtv.com/india-news/i-am-a-hindu-vaishnav-not-jain-amit-shah-1833945 "I Am A Hindu Vaishnav, Not Jain": Amit Shah]</ref><ref>{{cite news|quote=Amit Shah, himself a baniya|url=https://www.newsclick.in/amit-shah-borrowed-phrase-jinnah-when-he-dubbed-gandhi-chatur-bania|first=Shamsul|last=Islam|date=June 14, 2017|publisher=Newsclick|title=Amit Shah Borrowed a Phrase from Jinnah when he Dubbed Gandhi a 'Chatur Bania’}}</ref> তেওঁৰ আজুককা মনসা ষ্টেটৰ নগৰশেঠ আছিল।<ref>[https://www.hindustantimes.com/india-news/amit-shah-the-strategist-of-bjp-s-india-game-plan/story-Fr0sSiYHtTwhVxKBsjapsI.html The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Patric French, Hindustan Times, Jul 17, 2016]</ref> তেওঁৰ পিতৃ অনিল চন্দ্ৰ শ্বাহ গুজৰাটৰ মনসাৰ এগৰাকী পিভিচি প্লাষ্টিক পাইপ ব্যৱসায়ী। তেওঁ প্ৰাৰম্ভিক শিক্ষা মেহসনাত গ্ৰহণ কৰাৰ পিছত [[আহমেদাবাদ]]লৈ উচ্চ শিক্ষাৰ বাবে যায়। তাত তেওঁ চি.ইউ. শ্বাহ বিজ্ঞান মহাবিদ্যালয়ত তেওঁ জৈৱৰসায়ন অধ্যয়ন কৰিছিল। বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত তেওঁ দেউতাকৰ ব্যৱসায়ত যোগ দিয়ে। ইয়াৰ লগতে তেওঁ আহমেদাবাদৰ সমবায় বেংক সমূহত ষ্টকব্রকাৰষ্টকব্ৰকাৰ হিচাপেও কাম কৰিছিল।<ref name="rediff_2010_fall">{{cite news |url=http://news.rediff.com/special/2010/jul/24/what-amit-shahs-fall-really-means.htm |title=What Amit Shah's fall really means |author=Sheela Bhatt |publisher=rediff.com |date=28 July 2010 }}</ref>
 
তেওঁ সৰুৰে পৰা [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ]]ৰ লগত জড়িত আছিল।<ref name="Open_2014_Mind"/> তেওঁ ১৯৮২ চনত আহমেদাবাদ আৰ.এছ.এছ. কেন্দ্ৰত পোন প্ৰথমবাৰৰ বাবে [[নৰেন্দ্ৰ মোদী]]ক লগ পাইছিল।<ref name="Open_2014_Mind">{{cite news |url=http://www.openthemagazine.com/article/india/his-master-s-mind |title=His Master’s Mind |publisher=Open |author=PR Ramesh |date=11 April 2014 }}</ref> সেই সময়ত নৰেন্দ্ৰ মোদী আৰ.এছ.এছ.ৰ প্ৰচাৰক আছিল।
 
==নিৰ্বাচন==
১৯৮৯ চনৰ পৰা তেওঁ ২৮ টা২৮টা বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। ২০১৯ চনলৈ তেওঁ কোনো নিৰ্বাচনতে পৰাজয় বৰণ কৰা নাই।
 
{| class="wikitable"
78 নং শাৰী:
| গুজৰাট বিধানসভা নিৰ্বাচন (উপ-নিৰ্বাচন)
| 1997
| চাৰখেজ
| জয়ী
| 76,839
| 56.10%
| <ref>{{cite web |url=http://eci.nic.in/eci_main/ByeElection/ByeApril1997/S06/gj-64-la.html |title=Bye-Elections 1997: Sarkhej |publisher=Election Commission of India |accessdate=27 June 2014 }}</ref>
|-
|গুজৰাট বিধানসভা নিৰ্বাচন
| 1998
| চাৰখেজ
| জয়ী
| 193,373
| 69.81%
| <ref name="rediff_1998_Sarkhej">{{cite web |url=http://www.rediff.com/election/gujarat/sarkhej.htm |title=Constituency Data - Summary: Sarkhej - 1998 |publisher=Rediff.com |accessdate=26 June 2014 }}</ref>
|-
| গুজৰাট বিধানসভা নিৰ্বাচন
98 নং শাৰী:
| 288,327
| 66.98%
| <ref>{{cite web |url=http://eci.nic.in/archive/Decse2002/pollupd/ac/states/s06/aconst64.htm |title=State Elections 2002: 64-Sarkhej Constituency of Gujarat |publisher=Election Commission of India |accessdate=26 June 2014 }}</ref>
|-
| গুজৰাট বিধানসভা নিৰ্বাচন
106 নং শাৰী:
| 407,659
| 68.00%
| <ref>{{cite web |url=http://eci.nic.in/archive/Dec2007/pollupd/ac/states/s06/aconst64.htm |title=State Elections 2007: 64-Sarkhej Constituency of Gujarat |publisher=Election Commission of India |accessdate=26 June 2014 }}</ref>
|-
| গুজৰাট বিধানসভা নিৰ্বাচন
| 2012
| নাৰণপুৰা
| জয়ী
| 103,988
| 69.19%
| <ref>{{cite web |url=http://eci.nic.in/ECI_Main/CI_2013/Gujaratl/45-Naranpura.pdf |title=Form-21E: 45-Naranpura |publisher=Election Commission of India |accessdate=26 June 2014 }}</ref>
|-
| ১৭তম লোকসভা নিৰ্বাচন
| 2019
| গান্ধীনগৰ
| জয়ী
|888,210
127 নং শাৰী:
অমিত শ্বাহে সোণাল শ্বাহৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। ২০১০ চনৰ ৮ জুন তাৰিখে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল।<ref name="Open_2014_Mind"/>
 
তেওঁৰ ছয় গৰাকী ভনীয়েক আছে আৰু তাৰে দুগৰাকী [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ চিকাগোত বসবাস কৰে।<ref>[https://www.rediff.com/news/report/ls-election-amit-shah-on-friday-wakes-up-late-eats-poha-chats-with-modi/20140516.htm Exclusive! Amit Shah on Friday: Wakes up late, eats poha, chats with Modi, Rediff.com, May 16, 2014]</ref><ref>[https://www.hindustantimes.com/india-news/amit-shah-the-strategist-of-bjp-s-india-game-plan/story-Fr0sSiYHtTwhVxKBsjapsI.html The ‘Shah’ of BJP’s game plan who wants to alter India’s political culture, Hindustan Times, Jul 17, 2016]</ref>
 
==তথ্য উৎস==
133 নং শাৰী:
 
== বাহ্যিক সংযোগ ==
* {{Commons category inline|Amit Shah|অমিত শ্বাহ}}
{{Wikiquote|Amit Shah|অমিত শ্বাহ}}
* [http://www.amitshah.co.in/ আধিকাৰিক ৱেবচাইট]
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় ৰাজনীতিবিদ]]
[[শ্ৰেণী:ভাৰত চৰকাৰৰ মন্ত্ৰী]]