শ্ৰীকান্ত শাস্ত্ৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি বিলোপ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
1 নং শাৰী:
{{Infobox scientist
|name = শ্ৰীকান্ত শাস্ত্ৰী
|image =
|caption =
|birth_date =
|birth_place =
|residence = ভাৰত
|nationality = ভাৰতীয়
|field = [[পদাৰ্থ বিজ্ঞান]]
|work_institution =
|alma_mater = ব'ষ্টন বিশ্ববিদ্যালয়
|doctoral_advisor =
|doctoral_students =
|known_for =
|prizes = [[শান্তি স্বৰূপ ভাটনাগৰ বঁটা]]
|religion =
|footnotes =
}}
'''শ্ৰীকান্ত শাস্ত্ৰী ''' ({{Lang-en|Srikanth Sastry}}) এগৰাকী প্ৰখ্যাত ভাৰতীয় [[পদাৰ্থবিদ]]। তেওঁ '''[[ব'ষ্টন বিশ্ববিদ্যালৰ]]'''ৰ এজন প্ৰাক্তন শিক্ষাৰ্থী। ২০০৮ চনত তেওঁক আৰু '''ৰঘূনাথন শ্ৰীআনন্দ'''কশ্ৰীআনন্দক পদাৰ্থ বিজ্ঞানৰ '''শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা''' ([[ইংৰাজী]]: ''Shanti Swarup Bhatnagar Prize for Science and Technology'') আগবঢ়োৱা হৈছিল।
 
অধ্যাপক শাস্ত্ৰীয়ে ১৯৯৩ চনত [[ব'ষ্টন বিশ্ববিদ্যালৰ]]ৰ পৰা '''পি এইছ ডি''' ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ '''[[প্ৰিন্সটন বিশ্ববিদ্যালয়]]''' ''National Institutes of Health''-ত প'ষ্ট-ডক্টৰেল গৱেষক হিচাপে কৰ্মৰত আছিল। ১৯৯৮ চনত তেওঁ '''[[বাংগালোৰ]]''''''জাক্কুৰ'''তজাক্কুৰত অৱস্থিত '''[[জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ]]''''''ফেকাল্টী ফেল'''' হিচাপে যোগদান কৰে। ২০০৩ চনত তেওঁ একে প্ৰতিষ্ঠানতে সহযোগী অধ্যাপক আৰু ২০০৮ চনৰ পৰা অধ্যাপক হিচাপে কৰ্মৰত আছিল। তেওঁ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত তাত্ত্বিক বিজ্ঞান এককৰ অধ্যাপক আছিল। শেহতীয়াকৈ ২০১২ চনত তেওঁ হায়দৰাবাদৰ '''টি আই এফ আৰ চেন্টাৰচেণ্টাৰ ফৰ ইন্টাৰডিচিপ্লিনাৰীইণ্টাৰডিচিপ্লিনাৰী চায়েন্স''' ([[ইংৰাজী]]: ''Tata Institute of Fundamental Research, Centre for Interdisciplinary Sciences (TCIS)'')ত অধ্যাপক হিচাপে যোগদান কৰি বৰ্তমান তাতে কৰ্মৰত।
'''শ্ৰীকান্ত শাস্ত্ৰী ''' এগৰাকী প্ৰখ্যাত ভাৰতীয় [[পদাৰ্থবিদ]]। তেওঁ '''[[ব'ষ্টন বিশ্ববিদ্যালৰ]]'''ৰ এজন প্ৰাক্তন শিক্ষাৰ্থী। ২০০৮ চনত তেওঁক আৰু '''ৰঘূনাথন শ্ৰীআনন্দ'''ক পদাৰ্থ বিজ্ঞানৰ '''শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা''' ([[ইংৰাজী]]: ''Shanti Swarup Bhatnagar Prize for Science and Technology'') আগবঢ়োৱা হৈছিল।
 
অধ্যাপক শাস্ত্ৰীৰ গৱেষণাৰ ক্ষেত্ৰ হৈছে:
 
অধ্যাপক শাস্ত্ৰীয়ে ১৯৯৩ চনত [[ব'ষ্টন বিশ্ববিদ্যালৰ]]ৰ পৰা '''পি এইছ ডি''' ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ '''[[প্ৰিন্সটন বিশ্ববিদ্যালয়]]'''ৰ ''National Institutes of Health''-ত প'ষ্ট-ডক্টৰেল গৱেষক হিচাপে কৰ্মৰত আছিল। ১৯৯৮ চনত তেওঁ '''[[বাংগালোৰ]]'''ৰ '''জাক্কুৰ'''ত অৱস্থিত '''[[জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ]]'''ত '''ফেকাল্টী ফেল'''' হিচাপে যোগদান কৰে। ২০০৩ চনত তেওঁ একে প্ৰতিষ্ঠানতে সহযোগী অধ্যাপক আৰু ২০০৮ চনৰ পৰা অধ্যাপক হিচাপে কৰ্মৰত আছিল। তেওঁ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত তাত্ত্বিক বিজ্ঞান এককৰ অধ্যাপক আছিল। শেহতীয়াকৈ ২০১২ চনত তেওঁ হায়দৰাবাদৰ '''টি আই এফ আৰ চেন্টাৰ ফৰ ইন্টাৰডিচিপ্লিনাৰী চায়েন্স''' ([[ইংৰাজী]]: ''Tata Institute of Fundamental Research, Centre for Interdisciplinary Sciences (TCIS)'')ত অধ্যাপক হিচাপে যোগদান কৰি বৰ্তমান তাতে কৰ্মৰত।
 
অধ্যাপক শাস্ত্ৰীৰ গৱেষণাৰ ক্ষেত্ৰ হৈছে:
* Slow dynamics in super cooled liquids and glass transition
* Metastable liquids
Line 32 ⟶ 30:
 
==বঁটা সন্মান==
* স্বৰ্ণজয়ন্তী ফেল'শ্বিপ : <ref>http://www.serc-dst.org/new/swarnjayanti.htm</ref>
* ২০০৮ চনৰ [[শান্তি স্বৰূপ ভাটনাগৰ বঁটা : ]]<ref>http://www.hindu.com/thehindu/holnus/000200809261647.htm</ref>
 
==তথ্য সংগ্ৰহ==
Line 39 ⟶ 37:
 
==বাহ্যিক সংযোগ==
* http://www.tifrh.res.in/tcis/faculty/srikanth-sastry/index.html শ্ৰীকান্ত শাস্ত্ৰীৰ TCIS-ত ৱেবছাইট
* http://www.jncasr.ac.in/sastry শ্ৰীকান্ত শাস্ত্ৰীৰ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত ৱেবছাইট
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় বিজ্ঞানী]]
[[শ্ৰেণী:শান্তি স্বৰূপ ভাটনাগৰ বঁটা বিজয়ী]]