অৰ্ণৱ গোস্বামী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
1 নং শাৰী:
{{Infobox person
| name = অৰ্ণৱ গোস্বামী
| image = Arnab Goswami Times Now.jpg
| caption = ৱিকি সন্মিলন ভাৰত, ২০১১-ত অৰ্ণৱ গোস্বামী
| birthname =
| birth_place = [[গুৱাহাটী]], [[অসম]]
| death_date = <!-- {{Birth date and age|YYYY|MM|DD}} -->
| death_place =
| education = [[হিন্দু কলেজ]], [[দিল্লী বিশ্ববিদ্যালয়]] <br />ছেইন্টছেইণ্ট এন্থনীজ কলেজ, অক্সফ'ৰ্ড
| occupation = [[বাৰ্তা পৰিবেশক]] আৰু সাংবাদিকতা
| alias =
| gender = পুৰুষ
| title =
| spouse =
| children =
| relatives =
| ethnicity = [[অসমীয়া]]
| television = দ্য নিউজআৱাৰ
| salary =
| years_active = ১৯৯৮ – বৰ্তমান
| networth =
| credits = ''দ্য নিউজআৱাৰ'',<br>''ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ''
| agent =
| URL =
| URL =
}}
''' অৰ্ণৱ গোস্বামী''' ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল '''[[টাইমছ্ নাও]]'''মূখ্যমুখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।<ref>http://www.guardian.co.uk/world/2008/dec/12/mumbai-arundhati-roy</ref> সোমবাৰৰ পৰাৰ শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত ([[ভাৰতীয় মান সময়]]) ভাৰতীয় নিউজ চেনেল '''[[টাইমছ্ নাও]]'''ত তেওঁ আঁত ধৰা '''দ্য নিউজআৱাৰ''' শীৰ্ষক জনপ্ৰিয় বিতৰ্কৰ অনুষ্ঠানটি সম্প্ৰচাৰিত হয়। ''ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ'' নামৰ আন এক বিশেষ অনুষ্ঠানৰো সুত্ৰধাৰসূত্ৰধাৰ অৰ্ণৱ গোস্বামী। এই অনুষ্ঠানটিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত খ্যাতিমন্ত ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰচাৰিত হয়। অৰ্ণৱ গোস্বামী তেওঁৰ সংবাদ কুশলতাৰ বাবে কেইবাটাও বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। '''''Combating Terrorism: The Legal Challenge''''' শীৰ্ষক এখন গ্ৰন্থও তেওঁ প্ৰণয়ন কৰিছে।
 
''' অৰ্ণৱ গোস্বামী''' ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক। তেওঁ ভাৰতীয় নিউজ চেনেল '''[[টাইমছ্ নাও]]'''ৰ মূখ্য সম্পাদক তথা বাৰ্তা পৰিবেশক হিচাপে তেওঁ যথেষ্ট খ্যাতি লাভ কৰিছিল।<ref>http://www.guardian.co.uk/world/2008/dec/12/mumbai-arundhati-roy</ref> সোমবাৰৰ পৰাৰ শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত ([[ভাৰতীয় মান সময়]]) ভাৰতীয় নিউজ চেনেল '''[[টাইমছ্ নাও]]'''ত তেওঁ আঁত ধৰা '''দ্য নিউজআৱাৰ''' শীৰ্ষক জনপ্ৰিয় বিতৰ্কৰ অনুষ্ঠানটি সম্প্ৰচাৰিত হয়। ''ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ'' নামৰ আন এক বিশেষ অনুষ্ঠানৰো সুত্ৰধাৰ অৰ্ণৱ গোস্বামী। এই অনুষ্ঠানটিত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ক্ষেত্ৰত খ্যাতিমন্ত ব্যক্তিৰ সাক্ষাৎকাৰ প্ৰচাৰিত হয়। অৰ্ণৱ গোস্বামী তেওঁৰ সংবাদ কুশলতাৰ বাবে কেইবাটাও বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। '''''Combating Terrorism: The Legal Challenge''''' শীৰ্ষক এখন গ্ৰন্থও তেওঁ প্ৰণয়ন কৰিছে।
 
== জীৱনী ==
[[File:Arnab Goswami at Times Literary Carnival 2012.JPG||thumb|right|টাইমছ্ সাহিত্য উৎসৱ ২০১২ ত অৰ্ণৱ গোস্বামী]]
 
অৰ্ণৱ গোস্বামীৰ জন্ম হৈছিল [[গুৱাহাটী]]ত।<ref name=assamtribune>{{cite news|title=Award to Arnab Goswami|url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/City3|newspaper=[[The Assam Tribune]]|date=January 18, 2010|location=[[Guwahati]]|accessdate=July 28, 2011}}</ref><ref name=moghul>{{cite web|url=http://www.mediamughals.com/Common-News/2/Article/50/Arnab_Goswami.htm|title=Arnab Goswami|publisher=mediamughals.com|accessdate=2011-08-04|work=}}</ref> অৰ্ণৱ গোস্বামীৰ পিতৃ [[কৰ্ণেল মনোৰঞ্জণ গোস্বামী]] আৰু মাতৃ সুপ্ৰভা গোস্বামী। অৰ্ণৱ গোস্বামীৰ পৰিয়ালৰ কেইবাগৰাকীও অগ্ৰজ অসমৰ প্ৰখ্যাত আইনজ্ঞ। তেওঁৰ পৈতৃক ককাক ৰজনীকান্ত গোস্বামী পেছাত এগৰাকী উকীল আছিল। ৰজনীকান্ত গোস্বামী [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ৰ সক্ৰিয় নেতা আৰু এগৰাকী মুক্তি মুক্তিযুঁজাৰুও আছিল। <ref name=outlook>{{cite web|url=http://www.outlookindia.com/article.aspx?239453|title=The Soil Beckons|publisher=outlookindia.com|accessdate=2011-08-04|work=}}</ref> আনহাতে তেওঁৰ মাতৃফালৰ ককাক [[গৌৰী শংকৰ ভট্টাচাৰ্য্য]] এগৰাকী প্ৰখ্যাত ৰাজনীতিবিদ আৰু বহু দিন ধৰি [[অসম বিধানসভা]]ৰ [[বিৰোধী দলপতি]] আছিল। <ref name=outlook/> গৌৰী শংকৰ ভট্টাচাৰ্য্য একাধাৰে এগৰাকী মুক্তিযুঁজাৰু, বুদ্ধিজীৱী-সাহিত্যিক আৰু [[অসম সাহিত্য সভা]] বঁটাৰ প্ৰাপক আছিল। এগৰাকী সেনা বিষয়াৰ পুত্ৰ হিচাপে অৰ্ণৱ গোস্বামীৰ শিক্ষা জীৱন ভাৰতৰ বিভিন্ন ঠাইত সম্পন্ন হৈছিল। <ref name=outlook/> <ref name=moghul/> অৰ্ণৱ গোস্বামীয়ে নতুন দিল্লীৰ দিল্লী সেনা ছাউনীৰ মাউন্টমাউণ্ট ছেইন্টছেইণ্ট মেৰীজ স্কুলৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল জব্বলপুৰ সেনা ছাউনীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত হিন্দু কলেজৰ পৰা সমাজশাস্ত্ৰ বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত অৰ্ণৱ গোস্বামীয়ে ১৯৯৪ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্ন্তগত ছেইন্টছেইণ্ট এন্থনীজ কলেজৰ পৰা সামাজিক নৃতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত তেওঁ ফেলিক্স ফেল'শ্বিপৰ প্ৰাপক আছিল। ২০০০ চনত তেওঁ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগ(ছিডনী ছাছেক্স কলেজ)ত এগৰাকী ভিজিটং ফেল' আছিল। তেওঁ সেই সময়ত ডি ছি পাৱেট ফেল' আছিল। <ref name=moghul/><ref name=edvancelearning>{{cite web|url=http://www.edvancelearning.com/_pgjms_faculty/pgjms_11.html|title=Mr. Arnab Goswami Editor-in-Chief, Times Now|publisher=edvancelearning.com|accessdate=2011-08-04|work=| archiveurl= http://web.archive.org/web/20110710171743/http://www.edvancelearning.com/_pgjms_faculty/pgjms_11.html| archivedate= 10 July 2011 <!--DASHBot-->| deadurl= no}}</ref>
 
২০০৫ চনত অৰ্ণৱ গোস্বামীয়ে [[এন ডি টি ভি]]-ত তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। এন ডি টি ভি-ত তেওঁ দৈনিক বাৰ্তা পৰিবেশক হিচাপে কাম কৰাৰ লগতে [[ডি ডি মেট্ৰ']] চেনেলত সম্প্ৰচাৰিত '''নিউজ টুনাইট''' শীৰ্ষক অনুষ্ঠানৰ বাবে কাম কৰিছিল। <ref name=sebi>{{cite web|url=http://www.sebi.gov.in/dp/ndtvdraft.pdf|title=NEW DELHI TELEVISION LIMITED|publisher=sebi.gov.in|accessdate=2011-08-04|work=}}</ref> পিছলৈ বাৰ্তা সম্পাদক হিচাপে তেওঁ এন ডি টি ভি-ৰ মূখ্যমুখ্য গোটৰ সদস্য হৈ পৰিছিল। সেই সময়ত (অৰ্থাৎ ১৯৯৮ চনত) অনুষ্ঠান প্ৰযোজনাৰ পৰা ২৪ ঘন্টীয়াঘণ্টীয়া প্ৰচাৰণলৈ সংক্ৰমন হৈছিল। <ref name=moghul/> তেওঁ সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা নিউজআৱাৰ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰিছিল। নিউজআৱাৰ আছিল যিকোনো চেনেলত পৰিবেশিত বাতৰি বিশ্লেষণৰ অনুষ্ঠানবোৰৰ ভিতৰত সকলোতকৈ বেছি সময়ৰ বাবে নিৰৱছিন্ননীৰৱছিন্ন ভাৱে প্ৰচাৰিত অনুষ্ঠান (১৯৯৮-২০০৩)। <ref name=edvancelearning/> এন ডি টি ভিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে তেওঁ চেনেলটোৰ সমস্ত সম্পাদনা কক্ষৰ দায়িত্বত আছিল। চেনেলটোৰ বহুল সমাদৃত অনুষ্ঠানবোৰৰ অন্যতম নিউজনাইট অনুষ্ঠানৰো সুত্ৰধাৰসূত্ৰধাৰ আছিল অৰ্ণৱ গোস্বামী। <ref>{{cite web|url=http://www.afaqs.com/news/story.html?sid=6611&p=1|title=Diversity in programming is crucial to NDTV|publisher=afaqs.com|accessdate=2011-08-04|work=}}</ref> এই অনুষ্ঠানৰ বাবেই তেওঁ ২০০৪ চনত এছিয়ান টেলিভিছন বঁটা প্ৰদান অনুষ্ঠানত এছিয়াৰ শ্ৰেষ্ঠ বাৰ্তা পৰিবেশকৰ বঁটা লাভ কৰিছিল।
 
অৰ্ণৱ গোস্বামী টাইমছ্ নাও নামৰ জনপ্ৰিয় নিউজ চেনেলটোৰ মূখ্যমুখ্য সম্পাদক।<ref>{{cite web|url=http://www.onthemedia.org/2008/dec/05/detailed-coverage/transcript/|title=DETAILED COVERAGE: TRANSCRIPT|publisher=onthemedia.org|accessdate=2011-08-04|work=}}</ref> তেওঁৰ দ্বাৰা পৰিবেশিত দ্য নিউজআৱাৰ শীৰ্ষক অনুষ্ঠানটি সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা ৯ বজাত পোনপটীয়া সম্প্ৰচাৰ হয়। এই অনুষ্ঠানটিত [[পাৰভেজ মুছাৰফ]] আৰু [[ৰাহুল বাজাজ]]ৰ দৰে ব্যক্তিয়েও অংশগ্ৰহণ কৰিছিল। <ref>{{cite web|url=http://www.timesnow.tv/Excl-Musharraf-says-ISI-did-not-hide-Osama---1/videoshow/4372320.cms|title=Excl: Musharraf says ISI did not hide Osama - 2|publisher=timesnow.tv|accessdate=2011-08-04|work=}}</ref> অৰ্ণৱ গোস্বামীৰ উল্লেখনীয় কামৰ ভিতৰত ২০০৬ চনৰ মুম্বাই ৰে'ল বোমা বিস্ফোৰনৰ প্ৰচাৰ, ২০০৮ চনৰ বিতৰ্কিত সংসদৰ আস্থা ভোটৰ সময়ত নিৰৱছিন্ননীৰৱছিন্ন ২৬ ঘন্টীয়াঘণ্টীয়া পোনপটীয়া পৰিবেশোন,২০০ত কৈও অধিক ৰাজনীতিকৰ সাক্ষাৎকাৰ আৰু এই ভোটৰ বিশ্লেষনবিশ্লেষণ আৰু ২০০হ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত ৬৫ ঘন্টাতকৈওঘণ্টাতকৈও বেছি সময় ধৰি বাৰ্তা পৰিবেশন ইত্যাদি অন্যতম। <ref name=one>{{cite web|url=http://www.rotary.org/en/mediaandnews/news/pages/conv09june19peace_sessions.aspx|title=Bearing witness to events affects the course of conflict|publisher=rotary.org|accessdate=2011-08-04|work=| archiveurl= http://web.archive.org/web/20110728003922/http://www.rotary.org/en/MediaAndNews/News/Pages/conv09june19peace_sessions.aspx| archivedate= 28 July 2011 <!--DASHBot-->| deadurl= no}}</ref> তেওঁ ফ্ৰেঙ্কলী স্পীকিং উইথ অৰ্ণৱ নামৰ আন এটা অনুষ্ঠানৰো সুত্ৰধাৰ। সূত্ৰধাৰ।<ref name=indiantelevision>{{cite web|url=http://www.indiantelevision.com/release/y2k7/jan/janrel49.htm|title=Arnab Goswami receives Society Young Achievers award|publisher=indiantelevision.com|accessdate=2011-08-04|work=}}</ref> এই অনুষ্ঠানটিত [[বেনাজিৰ ভুট্টো]], প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী [[গৰ্ডন ব্ৰাউন]], [[আফগানিস্তান]]ৰ ৰাষ্ট্ৰপতি [[হামিদ কাৰজাই]], নিৰ্বাসিত তিব্বতৰ নেতা তথা ধৰ্মগুৰু [[দালাই লামা]], আমেৰিকাৰ বৈদেশিক সচিব [[হিলাৰী ক্লিন্টনক্লিণ্টন]], [[ছোনিয়া গান্ধী]] আদি বহু প্ৰখ্যাত ব্যক্তিয়েও অংশ গ্ৰহণ কৰি গৈছে। <ref>{{cite web|url=http://www.dailytimes.com.pk/default.asp?page=2008%5C01%5C22%5Cstory_22-1-2008_pg7_1|title=UK stance on Pak elections ‘very clear’: Brown|publisher=dailytimes.com.pk|accessdate=2011-08-04|work=|archiveurl=https://archive.is/44mh|archivedate=2012-07-23}}</ref><ref>{{cite web|url=http://www.hvk.org/articles/0407/22.html|title=Mullah Omar is I Pakistan, says Karzai|publisher=hvk.org|accessdate=2011-08-04|work=}}</ref> <ref>{{cite web|url=http://isikkim.com/thukchuk-lachungpa-on-karmapa-controversy-ii/|title=Thukchuk Lachungpa on Karmapa controversy-II|publisher=isikkim.com|accessdate=2011-08-04|work=}}</ref> <ref>{{cite web|url=http://www.state.gov/secretary/rm/2009a/july/126202.htm|title=Townterview Hosted by Arnab Goswami of Frankly Speaking on Times Now at St. Xavier College|publisher=state.gov|accessdate=2011-08-04|work=| archiveurl= http://web.archive.org/web/20110712155041/http://www.state.gov/secretary/rm/2009a/july/126202.htm| archivedate= 12 July 2011 <!--DASHBot-->| deadurl= no}}</ref> <ref name=indiantelevision/> এই অনুষ্ঠানত ভাৰতৰ ৰাজনীতি, ক্ৰীড়া, চলচ্চিত্ৰ আৰু কৰ্প'ৰেট ক্ষেত্ৰৰ আন বহু স্বনামধন্য ব্যিক্তিয়েও অংশগ্ৰহণ কৰি আহিছে।
 
ইং ০১ নৱেম্বৰ, ২০১৬ তাৰিখে অৰ্ণৱ গোস্বামীয়ে '''[[টাইমছ্ নাও]]''' নিউজ চেনেলৰ মূখ্যমুখ্য সম্পাদক পদৰ পৰা ইস্তফা দিয়াৰ কথা ঘোষনা কৰে।<ref>http://indianexpress.com/article/india/india-news-india/arnab-goswami-resigns-as-editor-in-chief-of-times-now-reports</ref>
 
অৰ্ণৱ গোস্বামীয়ে ''Combating Terrorism: The Legal Challenge'' শীৰ্ষক এখন গ্ৰন্থও প্ৰণয়ন কৰিছে। <ref name=moghul/><ref name=edvancelearning/>
 
== পুৰস্কাৰ আৰু সন্মান ==
# শ্ৰেষ্ঠ বাৰ্তা পৰিবেশক হিচাপে এছিয়ান টেলিভিছন বঁটা (দ্বিতীয় বিজেতা)<ref name=sebi/>
# সংবাদ সেৱাৰ ক্ষেত্ৰত ছছাইটি ইয়ং এছিভাৰ্ছ বঁটা<ref name=indiantelevision/>
# অভিনৱ মূখ্যমুখ্য সম্পাদকৰ ইণ্ডিয়ান নিউজ ব্ৰডকাষ্টিং বঁটা, ২০০৮<ref name=edvancelearning/>
# [[নিউজ লাইভ]]ৰ দ্বাৰা [[বৰ্ষটোৰ অসমীয়া]] সন্মান <ref name=assamtribune/>
# ২০১০ চনত ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ দ্বাৰা ৰামনাথ গোৱেঙ্কা টেলিভিছন সাংবাদিকতাউৎকৰ্ষ বঁটা <ref>{{cite web|url=http://www.indianexpress.com/Picture-Gallery/851/7/5|title=Ramnath Goenka Award for Excellence in Journalism|publisher=indianexpress.com|accessdate=2011-08-04|work=}}</ref>
 
 
== তথ্যসূত্ৰ ==
{{Reflist|2}}
 
==বাহ্যিক সংযোগ ==
{{Commons category|Arnab Goswami|অৰ্ণৱ গোস্বামী}}
* [http://www.business-standard.com/article/beyond-business/arnab-goswami-ekta-kapoor-of-tv-news-114022100939_1.html Profile in Business Standard]
* [http://www.caravanmagazine.in/reportage/fast-and-furious?page=0,10 Profile in Caravan magazine]
* [http://web.archive.org/web/20090802092413/http://www.state.gov/secretary/rm/2009a/july/126202.htm Full interview of Hillary Clinton hosted by Arnab Goswami of Frankly Speaking on Times Now at St. Xavier College]
 
[[শ্ৰেণী:অসমৰ সাংবাদিকব্যক্তি]]
[[শ্ৰেণী:সাংবাদিক]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:ভাৰতীয় সাংবাদিক]]