ধীৰেন্দ্ৰ নাথ বেজবৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎লগতে চাওক: চাওঁক>চাওক কৰা হ’ল৷
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox person
| name = ধীৰেন্দ্ৰ নাথ বেজবৰুৱা
| image =
| imagesize =
| caption =
| birth_date = ১৯৩৩
| birth_place = [[যোৰহাট]], [[অসম]], ভাৰত
| death_date =
| death_place =
| restingplace =
| restingplacecoordinates =
| othername =
| occupation = সাংবাদিক<br>সাহিত্যিক
| yearsactive =
| known for = [[দ্যা ছেণ্টিনেল]] বাতৰি কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক
| spouse = কল্পনা বেজবৰুৱা
| domesticpartner =
| children = গায়ত্ৰী বেজবৰুৱা, মৈত্ৰেয়ী ৰায়, ভাস্কৰ বেজবৰুৱা
| parents = সুৰেন্দ্ৰ নাথ বেজবৰুৱা (পিতৃ)<br> কমলা বেজবৰুৱা (মাতৃ)
| website =
| signature =
| awards = বি.ডি. গোয়েংকা বঁটা, ১৯৯৭<br>[[শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা]], ২০০১<br>[[পদ্মশ্ৰী]], ২০১৬
}}
'''ধীৰেন্দ্ৰ নাথ বেজবৰুৱা''' এগৰাকী ভাৰতীয় সাংবাদিক আৰু সাহিত্যিক। তেওঁ উত্তৰ-পূব ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুল প্ৰচলিত ইংৰাজী দৈনিক বাতৰি কাকত [[দ্যা ছেণ্টিনেল]]ৰ প্ৰতিষ্ঠাপক সম্পাদক।<ref name="This Is How Assam Shines Bright on the 67th Republic Day Today">{{cite web | url=http://bordoisila.in/social/This-Is-How-Assam-Shines-Bright-on-the-67th-Republic-Day-Today.-Elated! .php | title=This Is How Assam Shines Bright on the 67th Republic Day Today | publisher=Bordoisila | date=26 January 2016 | accessdate=25 July 2016 | archive-url=https://web.archive.org/web/20160820042937/http://bordoisila.in/social/This-Is-How-Assam-Shines-Bright-on-the-67th-Republic-Day-Today.-Elated! .php | archive-date=20 August 2016 | dead-url=yes }}</ref> ১৯৩৩ চনত অসমৰ [[যোৰহাট জিলা]]ত তেওঁৰ জন্ম হৈছিল। [[যুক্তৰাজ্য]]ৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অধ্যাপক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল।<ref name="Ngangom2009">{{cite book|author=Robin S. Ngangom|title=Dancing Earth: An Anthology of Poetry from North-East India|url=https://books.google.com/books?id=r1OfLmmI8kwC&pg=PA323|year=2009|publisher=Penguin Books India|isbn=978-0-14-310220-5|pages=323–}}</ref> তাৰপিছত ১৯৮৩ চনত [[গুৱাহাটী]]ত [[দ্যা ছেণ্টিনেল]] কাকত আৰম্ভ হোৱাত তেওঁ প্ৰথম সম্পাদক হিচাপে যোগদান কৰে।<ref name="Padma Sri for DN Bezbaruah, three others">{{cite web | url=http://www.sentinelassam.com/mainnews/story.php?sec=1&subsec=0&id=255273&dtP=2016-07-07&ppr=1#.V5ZQ_7h97IU | title=Padma Sri for DN Bezbaruah, three others | publisher=The Sentinel | date=25 January 2016 | accessdate=25 July 2016}}</ref> তেওঁ মিডিয়া ট্ৰাষ্টৰ লগত জড়িত আছিল আৰু ১৯৯২ চনৰ উদযাপন কমিটিৰ সভাপতি আছিল।<ref name="History">{{cite web | url=http://www.mediatrustassam.org/history/ | title=History | publisher=Media Trust | date=2016 | accessdate=25 July 2016}}</ref> তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰ লগতে তেওঁ বহু অসমীয়া কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে, তাৰে ভিতৰত [[ভবেন্দ্ৰ নাথ শইকীয়া]]ৰ ''চাভাৰ্ণ এণ্ড অদাৰ্চ ষ্টৰীছ'' অন্যতম।<ref name="The Cavern and Other Stories">{{cite book | url=https://www.amazon.com/Cavern-Other-Stories-Bhabendra-Saikia-ebook/dp/B008IPFTJG#navbar | title=The Cavern and Other Stories | publisher=Nirvana Sutra | author=Bhabendra Nath Saikia (Author), D.N. Bezboruah (Translator) | year=2012 | pages=154 | ASIN=B008IPFTJG}}</ref> ১৯৯৭ চনত তেওঁ সাংবাদিকতাৰ বাবে বি.ডি. গোয়েংকা বঁটা লাভ কৰিছিল।<ref name="Ngangom2009" /> তাৰপিছত ২০০১ চনত তেওঁ পাঞ্চজন্য আলোচনীৰ নাচিকেতা সন্মান লাভ কৰিছিল।<ref name="BJP suffers because of setting high standards of probity for itself">{{cite web | url=http://www.hvk.org/2001/0401/76.html | title=BJP suffers because of setting high standards of probity for itself | publisher=Hindu Vivek Kendra | date=April 2001 | accessdate=25 July 2016}}</ref> ২০০১ চনত তেওঁ সাংবাদিকতাৰ বাবে [[শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা]] ভাল কৰিছিল। অনুবাদৰ বাবে তেওঁ ''কথা বঁটা''ও লাভ কৰিছিল। ২০১৬ চনত ভাৰত চৰকাৰে সাংবাদিকত আৰু সাহিত্য জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।<ref name="Padma Awards">{{cite web | url=http://mha.nic.in/sites/upload_files/mha/files/PadmaAwards_25012016.pdf | title=Padma Awards | publisher=Ministry of Home Affairs, Government of India | date=2016 | accessdate=3 January 2016 | archive-url=https://web.archive.org/web/20170803085913/http://mha.nic.in/sites/upload_files/mha/files/PadmaAwards_25012016.pdf | archive-date=3 August 2017 | dead-url=yes }}</ref>
==লগতে চাওক==
*[[দ্যা ছেণ্টিনেল]]
29 নং শাৰী:
{{reflist}}
 
[[শ্ৰেণী:সাহিত্যিকঅসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমৰ সাংবাদিক]]
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:সাহিত্যিক]]
[[শ্ৰেণী:সাংবাদিক]]