চুদিংফা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
চুদিংফা ওৰফে চন্দ্ৰ্কান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰ্কান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰ্কান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল। তেওৰ দিনতে অসমলৈ প্ৰথমবাৰ মান আহিছিল। {{Infobox royalty|চন্দ্ৰ্কান্ত সিংহ|father=|consort=|religion=হিন্দু ধৰ্ম|place of burial=|date of burial=|death_place=|death_date=|birth_place=|birth_date=|mother=|issue=ঘনকান্ত সিংহ, হেমকান্ত কোৱৰ|চুদিংফা|successor=পুৰন্দৰ সিংহ|coronation=|house=|reign=|succession=অসমৰ ৰজা|caption=|image=|title=স্বৰ্গদেউ|full name=|name=|spouse=মদাম্বিকা}}
 
[[শ্ৰেণী:আহোম ৰাজবংশ]]
"https://as.wikipedia.org/wiki/চুদিংফা"ৰ পৰা অনা হৈছে